situs toto musimtogel toto slot musimtogel link musimtogel daftar musimtogel masuk musimtogel login musimtogel toto
Appam - Assamese

জুলাই 03 – সৰ্ব প্ৰথমে পালে!

”  তেওঁ নিজে সকলোৰে আগে আগে গ’ল.. গ’ল। ককায়েকৰ ওচৰ নোপোৱালৈকে(আদিপুস্তক ৩৩:৩)।

পবিত্র শাস্ত্ৰৰ এই ভাগত , আমি যাকোবৰ  জীবনত ঘটা এটি মহত্বপূৰ্ণ ঘটনাৰ বিষয়ে অধ্যয়ন কৰো । যাকোব আৰু এচৌ  জুজা সন্তান আছিল। যত এচৌ এজন নিপোন চিকাৰী আছিল, যাকোব বুদ্ধিমান আৰু তম্বুতে থকা সাধাৰন লোক আচিল। যাকুবে চতুৰতাৰে এচৌৰ  প্ৰথম হোৱাৰ অধিকাৰ প্ৰাপ্ত কৰিলে আৰু পিতৃৰ পৰা এচৌক প্ৰাপ্ত হোৱা আশীর্বাদো প্ৰাপ্ত কৰি ললে। এই ভয়েৰে যে তেওঁৰ ভায়েক এচৌ তেওঁক মৃত্যু কৰিব, যাকোব নিজৰ ঘৰৰ পৰা পলাই গল।

বহু বছৰ পাৰ হল আৰু তেওঁ লোক কেতিয়াও লগ নহল। এতিয়া যাকোব আৰু ১৩ সন্তান জন্ম হয় গল। তেওলোকৰ সৈতে বহুত সম্পত্তি আছিল কিন্তু তাৰ ভায়েকৰ ভয় সদায় তেওঁক অশান্তি কৰি আছিল।

যেতিয়া এনেকুৱা পৰিস্থিতি উৎপন্ন হয় গল যে, ।যাকোবৰ ওচৰত এচৌক লগ কৰাৰ বাদে একো উপায় নাছিল।।, তেতিয়া তেওঁ লাহে লাহে পিছ পৰি গল । তেওঁ নিজৰ সেৱক, মেৰ চাগ  আৰু গায় বেলক  আৰু উটক , পত্নীকো  এচৌৰ ফালে আগ বঢ়াই দিলে, আৰু পিছ পৰি গল, তাতে যাকোবে অতিশয় ভয় খালে আৰু তেওঁৰ মন অস্থিৰ হৈ পৰিল। ( আদিপুস্তক ৩২:৭)। সেই সময়ত তেওঁ পৰমেস্বৰক বিচাৰিলে। সি প্ৰাৰ্থনা কৰিবলৈ ললে। তেওঁ পৰমেস্বৰৰ দয়া আৰু সামৰ্থৰ প্ৰতীক্ষা কৰি আছিল। তেওঁৰ প্ৰাৰ্থনা কিমান প্ৰভাবিত আছিল!

সি নিজৰ হৃদয় মুকলি কৰি প্ৰাৰ্থনা কৰিলে, ” হে যিহোৱা, মোৰ পূর্বপুৰুষ অব্ৰাহামৰ ঈশ্বৰ আৰু মোৰ পিতৃ ইচহাকৰো ঈশ্বৰ… আপোনাৰ এই দাসক আপুনি যে সকলো কৰুণা আৰু বিশ্বস্ততা দেখুৱাইছে, মই তাৰ এফেৰিও যোগ্য নহওঁ; কিয়নো মই কেৱল এডাল লাখুটি লৈয়েই এই যৰ্দ্দন নদী পাৰ হৈ গৈছিলোঁ; কিন্তু এতিয়া মোৰ দুটা দল হৈ গ’ল। 11 মই মিনতি কৰোঁ, মোৰ ককাই এচৌৰ হাতৰ পৰা মোক ৰক্ষা কৰক। কিয়নো মোৰ ভয় লাগিছে যে তেওঁ আহি মোৰ লগতে মাক আৰু সন্তান সকলকো বধ কৰিব।”( আদিপুস্তক ৩২:৯_১১)।

এয়া কোনো সাধাৰন প্ৰাৰ্থনা নহয়। এয়া গোটেই ৰাতি কৰা উৎসাহী প্ৰাৰ্থনা আছিল। তেওঁ সেই প্ৰাৰ্থনাত পৰমেস্বৰক দৃঢ়তাৰে সাবটি ললে তেওঁ পৰমেস্বৰৰ স্পষ্ট প্ৰাপ্ত কৰালৈকে নিৰন্তৰ চেষ্টা কৰিলে।

আপুনি জানেনে প্ৰাৰ্থনাৰ পিছত কি হল?তেওঁ যি পিছত চালিত হয়ছিল, প্ৰাৰ্থনাৰ পিছত সকলোতকৈ আগত গল। পবিত্র শাস্ত্ৰ কয়, ” তেওঁ নিজে সকলোৰে আগে আগে গ’ল। “( আদিপুস্তক ৩৩:৩)। হয়। সেই প্ৰাৰ্থনায় ষাকোবক এজন সাহসী বনাই দিলে। ইয়াৰ দ্বাৰা এই অনুভৱ হল যে পৰমেস্বৰ তেওঁৰ সৈতে আছে।

পৰমেস্বৰৰ মৰমিয়াল সন্তান, পূর্ণ বিস্বাস কৰক যে প্ৰাৰ্থনা আপোনাৰ পৰিস্থিতিক পৰিবৰ্তন কৰিব পাৰে।

মন কৰিবলগীয়া:” তোমাৰ সহায়তে মই সৈন্যদলৰ ওপৰত জপিয়াই পৰিব পাৰোঁ,মোৰ ঈশ্বৰৰ সহায়ত মই জাঁপ মাৰি নগৰৰ গড় পাৰ হ’ব পাৰোঁ”( গীতমালা ১৮:২৯)।

Leave A Comment

Your Comment
All comments are held for moderation.