Appam - Assamese

জুন 27 – তুমি এতিয়া বুজি নাপাবা; কিন্তু বুজি পাবা!

“মই কি কৰিছোঁ তুমি এতিয়া বুজি নাপাবা; কিন্তু এই বিষয়ে পাছত বুজি পাবা।”  ( যোহন ১৩:৭)।

পৰমেস্বৰ যি কাৰ্য্য কৰে তেন্তে যদি আপুনি বুজিব পাৰে তেন্তে আপোনাৰ আত্মিক চকু মুকলি কৰা আৱশ্যক হয়। তেওঁৰ মাত শুনিবলৈ কান মুকলি হোৱা আৱশ্যক হয়।

এক নিশ্চিত ঠাইত, মন্ডলীৰ প্ৰধান হঠাৎ মৃত্যু হয় গল। তেওঁ বহুত সাধু আছিল। পৰমেস্বৰক প্ৰেম কৰা আছিল। হঠাৎ তেওঁৰ হৃদয় ৰোগ উঠিল। তেওঁৰ পত্নী আৰু সন্তান বহুত কান্দিলে।পৰমেশ্বৰ আমাৰ সৈতে এনেকুৱা কিয় কৰিলে ? এনেকুৱা ভাবি তেওঁ লোকক সান্ত্বনা প্ৰাপ্ত হোৱা নাছিল।

কিছু দিন ব্যয় হল নিজৰ সম্বন্ধীয় সৈতে একগোট হয় যেতিয়া পত্নী আৰু সন্তান কান্দিছিল হঠাৎ সেই কোঠাত মহিমাময় এটি পোহৰ দেখা দিলে। মৃত অসংখ্য সেৱক দুতৰ সৈতে দেখা দিলে। সেই স্বৰূপ সেই দৃষ্টি আহি পত্নী আৰু সন্তানক সুধিলে কিয় কান্দিছা? পৰমেস্বৰক ধন্যবাদ কৰক আৰু স্তুতি কৰক। পৰমেশ্বৰ ভাল হয় তেওঁৰ কৰুনা সদায়ৰ  হয় , এনেকুৱা কলে। তেতিয়া স্বৰ্গদুতৰ সৈতে তেওঁ গুচি গল। সেই ঘটনায় তেওঁ লোকৰ জীবন পৰিবৰ্তন কৰি দিলে। বহুত সান্ত্বনা প্ৰাপ্ত হল। পৰমেস্বৰৰ স্তুতি কৰাৰ সৈতে তেওঁৰ মহিমা কৰা আৰাম্ভ কৰি দিলে।

পাঁচনি পৌলে  লিখে, ” হে ভাইসকল, যিসকল লোক নিদ্রিত হ’ল তেওঁলোকৰ কি হ’ব সেই সম্বন্ধে আপোনালোকে একো নজনাকৈ থকাটো আমি নিবিচাৰোঁ; কাৰণ আশাহীন অন্য লোকৰ নিচিনাকৈ আপোনালোক শোকাকুল হোৱাটো আমি নিবিচাৰোঁ।  কিয়নো যীচু মৰি পুনৰায় উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ, তেনেহলে আমি ইয়াকো বিশ্বাস কৰোঁ যে, ঈশ্বৰে যীচুৰ আশ্ৰয়ত মৃত্যু হোৱা সকলকো যীচুৰ লগত লৈ যাব।”( ১থিচলনীকিয়া ৪:১৩, ১৪)। মৃত্যু অন্ত নহয় সেয়া এক বিশ্ৰাম হয়। আমাৰ প্ৰভু ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব;( যোহন ১১:২৫)

আপোনাৰ মৃত্যুৰ পিছত পৰিস্থিতিৰ বিষয়ে পবিত্র শাস্ত্ৰৰ উপদেশ আৰু প্ৰভুৰ প্ৰতিঞ্জাৰ বিষয়ে তথ্য হব লাগে। প্ৰভু যীশুক মৃত্যু, পাতাল, বা মৈদাম বন্ধ কৰি ৰাখিব নোৱাৰে। যিহোদী ৰোমৰ  সৈন্য সকলে মৈদাম বন্ধ ৰখাৰ পৰিও  চোৱা চিতা কৰিব নোৱাৰিলে। যীশু খ্রীষ্ট জিবীত হয় উঠিল। সেই বাবে আপোনাৰো জী উঠাৰ আশা আছে।

পৰমেস্বৰৰ মৰমিয়াল সন্তান হঠাৎ দুৰ্ঘটনা হব পাৰে, বিপত্তি আহিব পাৰে বা মৃত্যু হব পাৰে, পৰমেস্বৰ কিয় এনেকুৱা কৰিছে, এই বুলি আপোনাৰ হৃদয়ৰ প্ৰশ্নত পৰমেস্বৰৰ উত্তৰ কি হয়?

‘ যি মই এতিয়া কৰিছো তাক তুমি নাজানা  কিন্তু পিছত বুজিবা’। এয়া তেওঁৰ উত্তৰ হয়। মন কৰিবলগীয়া:” আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত,  তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে। “( ৰোমীয়া ৮:২৮)।

Leave A Comment

Your Comment
All comments are held for moderation.