Appam - Assamese

জুন 22 – সুন্দৰতাত শক্তিশালী !

“মোৰ প্ৰিয়ৰ চেহেৰা সুন্দৰ আৰু শক্তিশালী; তেওঁৰ লগত কাৰো তুলনা নহয় “( পৰমগীত ৫:১০)।

যীশুক চাবলে  বিচাৰে, যীশুক চাবলে ইচ্ছা আছে এনেকুৱা কিছু লোক বিচাৰি যীশুৰ চৰনলৈ আহে। যেতিয়া তেওঁক চায় তেতিয়া সাক্ষ দিয়ে। তেওঁৰ স্মৰণ কেনেকুৱা হয় তাকে তেওঁ বৰ্ণনা কৰে, ” মোৰ প্ৰিয়ৰ চেহেৰা সুন্দৰ আৰু শক্তিশালী;

তেওঁৰ লগত কাৰো তুলনা নহয়” এনেকুৱা কয় তেওঁৰ প্ৰসংশা কৰিছে। তেওঁ সুন্দৰ হোৱা বাবে পবিত্র শাস্ত্ৰ তেওঁক  বগা লিলি ফুল নিচিনা বুলি কৈছে। বগা লিলি ফুল তলত ফুলি নিজৰ সুগন্ধ বিয়পায়  সেই দৰে খ্ৰীষ্ট দৰিদ্ৰতাত  জন্ম হয় নিজৰ পবিত্রতাক বিয়পাব লগা হয়।

ইয়াৰ সৈতে তেওঁ ৰংঙাবৰনীয়া লিলি ফুলৰ তুল্য আৰু তেওঁৰ ৰঙা ৰং কালবাৰীৰ সেই ৰক্তৰ সৈতে তুলনা কৰি আমি চালো। পবিত্র শাস্ত্ৰ কয় চাৰোণৰ এটি গোলাপৰ সৈতে তুলনা কৰি কয়। চাৰোণৰ গোলাপ দেখাৰ সময়ত কালবাৰীৰ ৰঙা ৰংৰ ডাঙৰ ডাঙৰ টোপাল আমাৰ হৃদয়ক  বিচলিত কৰি দিয়ে। তেৱেঁই পৰমেস্বৰৰ পুত্ৰ হয় তেৱেঁই পিতৃৰ সোঁফালে বহি আমাৰ বাবে মধ্যস্থতা কৰি থাকে।

সেই মহান উদ্ধাৰকৰ্তাৰ ফালে চাওক। তেওঁ বগা হয়, আৰু ৰঙা ১০০০০ লেকৰ মাজত শ্ৰেষ্ঠ, ইমানেই নহয় তেওঁ আপোনাৰ হয়। আপুনি যেতিয়া নিজকে তেওঁৰ কৰি তেওঁৰ হাতত অৰ্পন কৰে তেতিয়া তেওঁ আপোনাৰ হবলৈ তৈয়াৰ হয়।

“স্বৰ্গ মোৰ সিংহাসন, আৰু পৃথিৱী মোৰ ভৰিৰ পীৰা; এনেকুৱা কোৱা মহান পৰমেস্বৰ, আপোনাৰ হয় আপোনাৰ সৈতে নিবাস কৰিব, আপোনাক পথ দেখুৱাব, এয়া কিমান ডাঙৰ কথা হয়!

পৰমেস্বৰৰ মৰমিয়াল সন্তান, এই প্ৰেমী উদ্ধাৰকৰ্তাত নিজৰ আপেন কৰি গ্ৰহন কৰে তেতিয়া তেওঁ আপোনাৰ হৃদয়ক পৰিপূৰ্ণ কৰি দিব। স্বৰ্গৰ মহিমাক  আপোনাৰ ভিতৰলৈ লয় আহিব। ১০০০০ ভিতৰত বিশেষ। তেওঁ নিশ্চিত আপোনাকো বিশেষ কৰি তুলিব।

মন কৰিবলগীয়া:” আৰু একেলগে আমি একমত হৈ কওঁ যে, “ভক্তিৰ নিগূঢ় সত্য অতি মহান৷ তেওঁ মাংসত প্ৰকাশিত হ’ল, আত্মাত ধাৰ্মিক বুলি গণিত কৰা হ’ল, দূতবোৰৰ দ্বাৰাই দেখা পোৱা গ’ল, অন্যান্য জাতি সকলৰ আগত ঘোষণা কৰা হ’ল, জগতত বিশ্বাস কৰা হ’ল, প্ৰতাপত তুলি নিয়া হ’ল।”( ১ তিমথীয় ৩:১৬)।

Leave A Comment

Your Comment
All comments are held for moderation.