No products in the cart.
জুলাই 11 – প্ৰসন্নতাৰ সময়!
কিন্তু হে যিহোৱা, মই হলে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ তাক তুমি গ্রহণ কৰা; তোমাৰ অধিক দয়াৰ গুণে তোমাৰ পৰিত্ৰাণৰ সত্যতাত মোক উত্তৰ দিয়া।”( গীতমালা ৬৯:১৩)।
অনুগ্ৰহৰ সময়কাল এয়া হয়, যত পৰমেশ্বৰৰ দয়া আৰু কৃপা আপোনাৰ চাৰিওফালে থাকে। পৰমেশ্বৰ আপোনাৰ প্ৰতি দয়াবান হয়। প্ৰভুৱে কলে, ” মই গ্ৰাহ্য-কালত তোমাৰ প্ৰাৰ্থনা শুনিলো; আৰু পৰিত্ৰাণৰ দিনা তোমাৰ উপকাৰ কৰিলোঁ।”(২ কৰন্থীয়া ৬:২)। চাওক পবিত্র শাস্ত্ৰ এই বিষয়ে কি কয়। পৰমেশ্বৰ আকালৰ সময়ৰ আগে আনন্দ আৰু প্ৰসন্নতাৰ সময়ৰ আঞ্জা দিয়ে । আকাল অহাৰ আগে নিচে দেশ সমৃদ্ধি আৰু পৰিপূৰ্ণ আছিল।
সেই প্ৰশনতাৰ সময়ত , যিদৰে যোচেফে পৰামৰ্শ দিছিল , ফৌৰনে (ভৰাল)নিৰ্মাণ কৰিলে আৰু তাত শস্য সঞ্চয় কৰিলে। কল্পনা কৰক, কল্পনা কৰক যদি ফৌৰনে প্ৰসন্নতাৰ সময়ক সৎপ্ৰয়োগ নকৰা হলে। তেওঁ আৰু তেওঁলোকৰ সকলো লোক নষ্ট হয় গল হেতেন কিয় এনেকুৱা নহয় নে? আকাল প্ৰসন্নতাৰ সময়ৰ পিছত আহে। কিয় পৰমেশ্বৰ এয়া ঘোষনা কৰা নাছিল নে, ” “চোৱা, এনে দিন আহিছে, যেতিয়া মই দেশৰ মাজলৈ দুর্ভিক্ষ পঠাম; লোকে তেতিয়া অন্নৰ বাবে ক্ষুধিত অথবা পানীৰ বাবে তৃষ্ণাতুৰ নহ’ব।
কিন্তু যিহোৱাৰ বাক্য শুনাৰ বাবে আকাল হ’ব।”( আমোচ ৮:১১)। তেন্তে আহক প্ৰসন্নতাৰ সময়ত, আত্মাৰ বাবে আৱশ্যক দয়া আৰু অনুগ্ৰহ প্ৰাপ্ত কৰক। পাঁচনি পৌলে লিখে, “সুসময়ক কিনি লব; কিয়নো এই কাল মন্দ” ( ইফিচিয়া ৫:১৬)।
এবাৰ, এজন যুৱক হঠাৎ এটি হত্যা কান্ডত সংযোগ কৰা হল। ন্যায়লয়ে তেওঁক মৃত্যু দন্ড আঞ্জা দিলে। কিন্তু ৰাজ্যপালে তেওঁৰ দয়া ওপৰত বিচাৰ কৰিলে আৰু তেওঁ গম পালে যে তেওঁ নিৰ্দোষ হয়। ৰাজ্যপালে তেওঁৰ ৰেহাইৰ কাগজ পত্ৰ লৈ জেললৈ লগ ধৰিবলৈ গল ।
তেতিয়া সেই ব্যক্তিৰ বাবে সেয়া প্ৰসন্নতাৰ আৰু অনুগ্ৰহৰ সময় আছিল। কিন্তু তেওঁ ইয়াক অনুভৱ কৰাত বিফল হল আৰু ৰাজ্যপালে ক্ৰোধেৰে চিঞৰিবলৈ আৰাম্ভ কৰিলে, যি তাত পালকৰ দৰে বস্ত্ৰ পৰিধান কৰি আহিছিল। তেওঁ নিজৰ সকলো কঠোৰভাব যি তেওঁৰ ভিতৰত আছিল, ৰাজ্যপালৰ ওপৰত বাকি দিলে। তেওঁ চিঞৰিলে , ” বাহিৰলৈ ওলাক। মই আপোনাৰ সৈতে কথা নাপাতো এয়া কয় ৰাজ্যপাল দ্বাৰা অনা কাগজ ফালি দিলে। ৰাজ্য পাল বহুত দুখী হয় বন্দীশালৰ পৰা বাহিৰলৈ ওলাই গল।
বন্দীগৃহৰ অধিকাৰী তেওঁৰ ওচৰলৈ আহিলে আৰু কলে, ” তুমি তেওঁৰ সৈতে কঠোরভাবে ব্যবহাৰ কিয় কৰিলা কিয় তুমি নাজানা নে তেওঁ ৰাজ্যপালে হয় ? তুমি নাজানা নে তেওঁ তোমাক ক্ষমা পত্ৰ প্ৰদান কৰিবলৈ আহিছিল? ” সেই মানুহজন সকলো ভাবি বহুত দুখী হল আৰু ফাঁচীৰ ফালে গয় কলে, ” মই হত্যাৰ অপৰাধৰ বাবে এই শাস্তি গ্ৰহন কৰা নায়, কিন্তু এই শাস্তিৰ আচল কাৰন এয়া হয়, যে প্ৰসন্নতাৰ সময়ক প্ৰয়োগ কৰাত বিফল হল, যি মোক দিয়া হৈছিল। ”
মন কৰিবলগীয়া:” তেওঁ ঘৃণিত আৰু মানুহৰ দ্বাৰাই প্রত্যাকখাণ কৰা; শোকাতুৰ আৰু যাতনাa পৰিচিত ব্যক্তি। যাৰ পৰা মানুহে মুখ লুকাই ৰাখে, তেওঁ তাৰ দৰে; তেওঁক তুচ্ছ জ্ঞান কৰা হল, আৰু আমি তেওঁক বিশেষত্বহীন বুলি বিবেচনা কৰিলোঁ।( যিচয়া ৫৩:৩)