Appam - Assamese

জুন 19 – বন্ধনবোৰ মুকলি কৰিলা!

“হে যিহোৱা… মই তোমাৰ দাস হওঁ;… তুমিয়েই মোৰ বন্ধনবোৰ মুকলি কৰিলা।” ( গীতমালা ১১৬:১৬)।

পৰমেস্বৰ আপোনাৰ বন্ধন মুকলি কৰি আপোনাক উদ্ধাৰ দি আছে৷ ” ভগ্নচিত্তীয়াসকলক সুস্থ কৰিবলৈ, বন্দীত্বত থকাসকলৰ আগত মুক্তিৰ কথা ঘোষণা কৰিবলৈ, আৰু বন্দীশালত থকা সকলক মুকলি কৰিবলৈ। “( যিচয়া ৬১:১)। পবিত্র শাস্ত্ৰ এইদৰে কয়।

বহু বছৰ ধৰি বন্দী হয় থকা কুঁজী স্ত্ৰী বন্ধনত আছিল যেতিয়া যীশুৱে মুকলি কৰিলে  পোনভাৱে ঠিয় হয় পৰমেস্বৰৰ স্তুতি কৰিলে। হয়,সেয়া চয়তানৰ বন্ধন আছিল। আজিও চয়তানে বহুতো লোকক মায়া কৰ্ম দ্বাৰা বান্ধ খায় আছে। “এই কাৰণে পুত্ৰই যদি আপোনালোকক মুক্ত কৰে, তেনেহলে আপোনালোক অৱশ্যেই মুক্ত হ’ব। ” ( যোহন ৮:৩৬)। তেওঁৰ দ্বাৰা মুকলি নহওক এনেকুৱা একো বন্ধনেই নায়।

কিছু লোকক ৰোগৰ বন্ধন থাকে ৰোগ তেওঁ লোকক নিৰন্তৰ ৰোগী কৰি যায়  পৰমেস্বৰৰ বাবে উঠি প্ৰকাশমান হব নোৱাৰে। কাৰন এয়া হয় যে এয়াও এটি বন্ধন হয়। ১২ বছৰৰ পৰা তেজ বৈ থকা স্ত্রী জনীক এইটি এটি বন্ধন আছিল। তাই তাৰ সকলো জমাপুঞ্জী বেদ্যত  খৰচ কৰি দিলে। এবাৰ প্ৰভু যীশুক অহাত ক্ষণতে তাইৰ সকলো বন্ধন মুকলি হয় গল। পৰমেস্বৰৰ সামৰ্থ তেওঁৰ দ্বাৰা বৈ তাইক সুস্থ কৰি দিলে।

নীকদীমৰ এটি বন্ধন আছিল।  সেয়া ৰিতী নিতীৰ বন্ধন আছিল। তেওঁ ইহুদী পৰিষদৰ এজন অধিকাৰী আছিল। এদিন ৰাতি তেওঁ যীচুৰ ওচৰলৈ আহিল” ( যোহন ৩:২)। আজিও বহুতো লোক পবিত্র শাস্ত্ৰৰ গভীৰতাক  গম পায় ৰিতী নিতীৰ বন্ধনত বান্ধ খায় আছে, মুকলি হৃদয়েৰে পৰমেস্বৰৰ আৰাধনা আত্মা আৰু সত্যতাৰে কৰিব নোৱাৰি  জীবন ব্যতীত কৰি আছে।  অন্য কিছু লোকক অন্ধবিশ্বাসে বান্ধি ৰাখিছে। পৰমেস্বৰ অদ্ভুত কাৰ্য্য নকৰক এনেকুৱা পৰাজয় হয় আৰু অবিশ্বাসৰ কথা পাতে।

যীশু মৃত লাজাৰক জিৱীত কৰিবলৈ গল। কিন্তু লাজাৰৰ ভন্টী সকলৰ বিস্বাস নাছিল। যীশু লাজাৰৰ মৈদামৰ ওচৰলৈ আহিল তেতিয়াও মাৰ্থা অবিশ্বাস পূৰ্ণ কথা কয় থাকিল মাৰ্থা কলে, ” প্ৰভু, এতিয়া শৰীৰ পচি দুৰ্গন্ধ হৈছে; কিয়নো সি মৰাৰ আজি চাৰি দিন হ’ল।”( যোহন ১১:৩৯)। ” হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলেহেঁতেন।”( যোহন ১১:৩২)। এনেকৈ মৰিয়মে  কলে।

যীশুৱে তাৰ পিছত ডাঙৰ মাতেৰে ক’লে, “লাজাৰ বাহিৰলৈ ওলাই আহা!” মৃতক বাহিৰলৈ আহিল। তেতিয়াই মৃত লাজাৰ সেই মৈদামৰ পৰা বাহিৰ ওলাই আহিল। তেওঁৰ হাত-ভৰি মৈদামৰ কাপোৰেৰে মেৰিয়াই বন্ধা আছিল আৰু তেওঁৰ মুখ এখন গামোচাৰে বন্ধা আছিল। যীচুৱে তেওঁলোকক ক’লে, “বান্ধ খুলি দিয়া আৰু তেওঁক যাবলৈ দিয়া।”( যোহন ১১:৪৩, ৪৪)।

পৰমেস্বৰৰ মৰমিয়াল সন্তান বন্ধনক মুকলি কৰা এয়া পৰমেস্বৰে আঞ্জা দিয়ে।

মন কৰিবলগীয়া:” আৰু আপোনালোকে সত্যক জানিব আৰু সেই সত্যই আপোনালোকক মুক্ত কৰিব।”( যোহন ৮:৩২)।

Leave A Comment

Your Comment
All comments are held for moderation.