Appam - Assamese

এপ্ৰিল 03 –দুজনৰ!

“মইতোমালোকক কওঁ, সেই ৰাতি দুজন মানুহ একে শয্যাতে থাকোঁতে, এজনক গ্ৰহণ কৰা হ’ব, আন জনক ত্যাগ কৰা হ’ব. ” (লূক ১৭:৩৪).

প্ৰভুৰআগমন নিশ্চিত; আৰু তেওঁ অতি সোনকালে আহিব. তেওঁৰ আগমনৰবাবে সাজু হোৱাটো আমাৰ কৰ্তব্য. প্ৰভুৱে লূকৰ১৭ নং অধ্যায়ত তেওঁৰ আগমনৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰিছে. আমি দেখিবলৈপাওঁ যে একেটা ঘৰৰ পৰাই তেওঁৰ আগমনৰ সময়ত এজনক লোৱা হ’ব; আৰু আন এজন মানুহ পিছ পৰি থাকিব; আৰু আমি হৃদয়ত চিন্তা কৰিবলৈ আৰম্ভ কৰোঁ.

প্ৰভুযীচুৱে শুই থকা দুজন ব্যক্তিৰ বিষয়ে উল্লেখ কৰিছে. টোপনি সকলোৰেবাবে অপৰিহাৰ্য হোৱাৰ বাবে ৰাতি শুবলৈ যোৱা মানুহ এজনৰ কোনো দোষ নাই. যদিও এইদুয়োজন মানুহ শুই থকা যেন লাগিছিল, তথাপিও তেওঁলোকৰ প্ৰত্যেকেই নিজৰ হৃদয়খন প্ৰস্তুত কৰাৰ ধৰণত এক বৃহৎ পাৰ্থক্য আছিল.

তেওঁলোকৰপ্ৰত্যেকৰে বৈশিষ্ট্য আৰু মনোভাৱৰ ফালৰ পৰা বহুত বেলেগ বেলেগ আছিল. তাৰে এজনেশিঙাৰ শব্দত সাৰ পোৱাৰ প্ৰস্তুতিৰে শুই আছে. শাৰীৰিকভাৱে শুইথকাৰ সময়ত তেওঁৰ হৃদয় জাগ্ৰত; শিঙাৰ শব্দ শুনিবলৈ আকাংক্ষাৰে. প্ৰভু যিকোনোসময়তে ঘূৰি আহিব বুলি আশা কৰি তেওঁ হৃদয়ত জাগ্ৰত.

আনহাতেদ্বিতীয় ব্যক্তিজনে, প্ৰভুৰ উভতি অহাৰ বিষয়ে চিন্তিত নাছিল. তেওঁ হৃদয়তভাবে, ‘খ্ৰীষ্টৰ দিনৰ পৰাই সকলোৱে কৈছে যে তেওঁ সোনকালে আহিব. যি ইমানদূৰলৈ অহা নাই, তেওঁ আখিৰাত আহিবনে? সেইটোও ৰাতি আহিবনে?’. তেওঁৰ হৃদয়তএনে অসাৰ চিন্তা থাকিব. কিন্তু হায়!সেই মানুহজন পিছ পৰি থাকিব.

দুগৰাকীমহিলাই একেলগে পিহিব. এগৰাকী নাৰীৰহৃদয়খন স্বৰ্গীয় চিন্তাৰে ভৰি থাকে. আনহাতে আনগৰাকীনাৰী লৌকিক চিন্তাৰে ভৰা. প্ৰথম মহিলাইপ্ৰভুৰ মাতৰ বাবে হাহাকাৰ কৰে, আনকি পিহিৰ কোলাহলত; আনহাতে দ্বিতীয় নাৰী লৌকিক চিন্তাৰে ভৰি থাকে. গতিকে, প্ৰথমমহিলাগৰাকীক লৈ যোৱা হ’ব আৰু আনগৰাকীক এৰি দিয়া হ’ব.

দুজনমানুহ পথাৰত থাকিব. এজন মানুহৰহৃদয় প্ৰভুৰ লগত সঙ্গীত থাকে. তেওঁ শস্যচপোৱাৰ প্ৰভুৰ ওচৰত হৃদয়ত প্ৰাৰ্থনা কৰিব, তেওঁৰ দাসসকলক পঠিয়াবলৈ, কিয়নো শস্য চপোৱাৰ পৰিমাণ প্ৰচুৰ.

আনহাতেআনজন মানুহে, হয়তো চুবুৰীয়াৰ পথাৰখন চাই ঈৰ্ষাৰ বাবে দুষ্ট পৰিকল্পনা ভাবিছিল. বা তেওঁনিজৰ আত্মাৰ লগত কথা পাতিব পাৰে আৰু ক’ব পাৰে, “হে মোৰ আত্মা, বিশ্ৰাম লোৱা! মই তোমাৰ বাবে বিপুল পৰিমাণৰ শস্য গোটাইম; আৰু ডাঙৰ ডাঙৰ ভঁৰাল নিৰ্মাণ কৰা”. কিন্তু হায়!অপ্ৰত্যাশিতভাৱে শিঙাৰ শব্দৰ বাবে সংসাৰিক মানুহজন পিছ পৰি থাকিব. ঈশ্বৰৰ সন্তানসকল,তেওঁৰ আগমনত আপোনালোকক পোৱা যাবনে, যদিহে এতিয়াই এনেকুৱা হয়?

অধিকধ্যান-ধাৰণৰ বাবে পদ: “এতেকে তোমালোকো যুগুত হৈ থাকা; কিয়নো যি সময় তোমালোকে নাভাবা, সেই সয়তে মানুহৰ পুত্ৰ আহিব.”(মথি ২৪:৪৪).

Leave A Comment

Your Comment
All comments are held for moderation.

SBCTOTO LOGIN toto slot pulsa toto togel toto toto togel toto slot toto toto togel amavi5d sesetoto sontogel situs slot situs slot situs toto situs toto toto togel situs toto situs toto situs toto situs toto situs toto toto slot winsortoto link togel toto pajaktoto login benteng786 situs toto toto slot ollo4d login ollo4d slot ollo4d login w33slot w33slot pajaktoto login toto slot toto macau won91 bwo99 bwo99 toto ajo89 sontogel toto hoki99 traveltoto slot88 idrtoto situs toto https://pleasureamsterdamescort.com/ slot gacor terbaru toto togel toto togel toto togel toto slot pucuk4d pucuk4d licin4d pascol4d situs toto slot mahjong titi4d titi4d toto situs toto PEWE4D PAP4D slot gacor toto bobatoto toto agendunia55 slot pragmatic play slot gacor toto dagelan4d login BENTENG786 situs toto slot SLOT BET 200 desa wisata pujon kidul 13 situs toto toto slot watitoto slot pulsa https://seattlesoapbox.com/collections/all toto slot toto togel toto togel toto togel situs toto akuntoto slot gacor slot gacor toto toto togel toto togel toto togel situs toto toto slot toto slot toto togel toto slot slot depo hoki99 login situs toto https://www.timexplywoodanddoors.com/clients/ slot gacor slot gacor bwo303 bwo99 toto slot toto togel bwo99 toto situs togel toto slot benteng786 TVTOTO toto slot TITI4D toto slot toto slot situs toto slot online naga91 pewe4d PANJANG4D toto slot suneo138 slot slot qris 5000 sirkuit4d nona123 sirkuit4d toto 4d toto slot Jokertoto login ilmutoto ilmutoto slot gampang menang toto togel jp mania toto situs toto titi4d situs toto titi4d delitoto situs resmi situs toto toto w33slot 91dewa toto slot judi bola https://www.ciesmerida.com/ toto slot slot gacor slot mahjong leon188 leon188 login toto slot slot raffi ahmad toto MANCINGDUIT toto slot toto togel slot gacor hari ini slot 4d bwo99 slot toto slot AMANAHTOTO AMANAHTOTO slot toto slot toto https://saint-mathieu.com/spcaroussillon/ JURAGANBOLA LUNATOGEL https://icapval.com/sas/blog/ toto slot slot 4d slot 4d toto slot slot 4d toto slot situs toto toto slot toto slot Amanahtoto toto slot