No products in the cart.
ਦਸੰਬਰ 05 – পৰমেশ্বৰৰ সুৰক্ষা!
“অন্ধকাৰত ঘূৰি ফুৰা মহামাৰীলৈ নাইবা দুপৰীয়া সময়ত অহা ধ্বংসকাৰী আঘাতলৈ তুমি ভয় নকৰিবা।” ( গীতমালা ৯১:৬)।
গীতমালা ৯১ ৰ প্ৰত্যেক পদ আমাৰ জীবনত পৰমেশ্বৰৰ সুৰক্ষাৰ মহত্ব প্ৰকাশ কৰে। এই পদ সেই কৰুনাক দৰ্শাই যাৰ সৈতে তেওঁ আপোনাক ৰক্ষা কৰে। সেই বাবে, প্ৰভুক প্ৰাৰ্থনা কৰক যে তেওঁ আপোনাক নিজৰ চকুৰ পুতলি ৰূপে সুৰক্ষিত ৰাখক।
গীতমালা ৯১ নম্বৰ ৫আৰু ৬ ত, গীতকাৰ ৰাতি আৰু দিনৰ বিষয়ে কথা পাতে। তেওঁ ৰাতিত মহামাৰী আৰু শত্ৰুৰ বান্ধৰ বিষয়ে কথা পাতে, দিনত কাড় চলে আৰু বিনাস যি দুপৰীয়া নষ্ট হয় যায়। ঈস্বৰে দিন আৰু ৰাতিৰ ৰচনা কৰিলে। ” পাছত ঈশ্বৰে পোহৰৰ নাম “দিনc” আৰু আন্ধাৰৰ নাম “ৰাতি” হ’ল। এইদৰে গধূলি হ’ল আৰু পুৱা হোৱাত এক দিন হ’ল। পাছত ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধূলি আৰু পুৱা হোৱাত প্রথম দিন হ’ল।( আদিপুস্তক ১:৫)।
আৰু তেওঁ দিন আৰু ৰাতিৰ পৰমেশ্বৰ হয়।তেওঁ আপোনাক কাম কৰিবলৈ আৰু জীবন নিৰ্বাহ কৰিবলৈ দিন নিৰ্মাণ কৰিলে। আৰু যি ৰাতি তেওঁ তোমাক বিশ্ৰাম কৰিবলৈ আৰু ফ্ৰেচ হবলৈ সৃষ্টি কৰিলে। তেওঁ তোমাক বিনাশৰ পৰা, আৰু উৰিফুৰা কাড়ৰ পৰা ৰক্ষা কৰে। আৰু ৰাতি তোমাক অনিষ্ট আৰু মহামাৰী পৰা ৰক্ষা কৰে, তেওঁ ৰাতিৰ সময়ৰ বাবে চন্দ্ৰমা আৰু তৰাৰে প্ৰকাশ উৎপন্ন কৰিলে। কিন্তু কিছু এনেকুৱা আছে যে পৰমেশ্বৰৰ সন্তান দিন আৰু ৰাতিত ব্যস্ত থাকিব লাগে – যি তেওঁৰ বাক্যত মনোযোগ দিয়া হয়। “কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়,আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।” ( গীতমালা ১:২)।
যাকোব যি নিজৰ জীবনত উন্নতি কৰিব বিচাৰিছিল তেওঁ, দিনে ৰাতি বহুত পৰিশ্ৰম কৰিলে। তেওঁ নিজৰ স্ত্রী নিজৰ সমুদায় আৰু নিজৰ দলৰ বাবে কঠোৰ পৰিশ্ৰম কৰিলে। নিজৰ অনুভৱ কৰি তেওঁ কয় :” মই দিনৰ গৰমত পুৰিছিলো আৰু ৰাতিৰ ঠাণ্ডাত কঁপিছিলো, মোৰ চকুত টোপনি নাছিল; তাত মোৰ অৱস্থা এয়ে আছিল। ( আদিপুস্তক ৩১:৪০)। কিন্তু যিহোৱা পৰমেশ্বৰ যাকোবক ভাল স্বাস্থ্য আৰু সুস্থ কৰিলে, আৰু তেওঁৰ পিতৃ তোমাৰ ৰক্ষা কৰিব আৰু তোমাৰ সহায়তাও কৰিব।
যেতিয়া য়িহোচুৱা যুদ্ধৰ ক্ষেত্রত, সূৰ্য উদয় হয়ছিল আৰু পূর্ণ ক্ষেত্রত আন্ধাৰ হয় আছিল। কিন্তু যিহোচোৱা , যি পৰমেশ্বৰৰ সৈতে ঠিয় আছিল, নিৰ্ভয় হয় সূৰ্য আৰু চন্দ্ৰমাৰ স্থিতি থাকিবলৈ আঞ্জা দিয়ে। ” সূৰ্য স্থগিত হ’ব আৰু চন্দ্ৰও ৰৈ থাকিব, যেতিয়ালৈকে সন্তান সকলে নিজৰ শত্ৰুবোৰক প্ৰতিশোধ নলয়৷ এই কথা জানো যাচেৰ পুস্তকত লিখা নাই?এইদৰে সূৰ্য আকাশৰ মাজ ঠাইত থিৰে থাকি, প্ৰায় সম্পূৰ্ণ এক দিন মাৰ যাবলৈ লৰচৰ নকৰিলে৷( যিহোচোৱা ১০:১৩)।
এই দৰে, পৰমেশ্বৰে নিজৰ লোকৰ বাবে এটি ডাঙৰ জয় প্ৰদান কৰিলে। দিন আৰু ৰাতিৰ প্ৰভু হয়। তেওঁ সূর্য আৰু চন্দ্ৰমা নিৰ্মাণ কৰিলে। সেই বাবে তেওঁ পৰমেশ্বৰ সন্তান হোৱা বাবে আপোনাক কিবা আপদ বিপদৰ পৰা ভয় কৰাৰ কোনো আৱশ্যকতা নায়।
মন কৰিবলগীয়া:” তুমি শয়ন কৰাৰ সময়ত তোমাৰ ভয় নালাগিব; তুমি যেতিয়া শুবা; তেতিয়া তোমাৰ টোপনি সুমধুৰ হ’ব।”( হিতোপদেশ ৩:২৪)।