No products in the cart.
ਨਵੰਬਰ 24 – তিনিটা উকিল!
” আশাত আনন্দ কৰক; ক্লেশত সহনীয় হওক;e প্ৰাৰ্থনাত লাগি থাকক;( ৰোমীয়া ১২:১২)।
উপৰুক্ত বাক্যৰ মাধ্যমেৰে পবিত্র আত্মা আমাক তিনিটা অমুল্য উপদেশ দিয়ে। এয়া পদ আমাক স্পষ্ট ৰূপে আদেশ দিছে কেনেকৈ এজন খ্ৰীষ্টীয় লোকক আশাত, ক্লেশত আৰু প্ৰাৰ্থনাত থাকিব লাগে।
সৰ্বপ্ৰথম, নিজৰ আশা ধন, আৰু প্ৰভাৱৰ স্তৰ দৰে বস্তুৰ ওপৰত ৰাখে। কিন্তু এয়া সকলো অলপতে অবিশ্বাসী প্ৰমাণ কৰিব। সেই বাবে , নিজৰ বিস্বাসৰ আশা কেৱল প্ৰভুৰ ওপৰত ৰাখা।
গীতিকাৰ দায়ুদে কয় :”তোমাৰ ওপৰতে আমাৰ পূর্বপুৰুষসকলে ভাৰসা কৰিছিল;তেওঁলোকে ভাৰসা কৰিলে আৰু তুমি তেওঁলোকক উদ্ধাৰ কৰিলা। তেওঁলোকে তোমাৰ আগত কাতৰোক্তি কৰিলে আৰু উদ্ধাৰ পালে;তোমাৰ ওপৰত ভাৰসা কৰি তেওঁলোক লাজত নপৰিল।জন্মৰ পিছৰে পৰা মোক তোমাৰ হাতত দিয়া হ’ল;মোৰ মাতৃৰ গৰ্ভৰে পৰাই তুমি মোৰ ঈশ্বৰ থ’লো। ( গীতমালা ২২:৪, ৫,১০)।
যদি আপুনি প্ৰভু যীশু ওপৰত ভৰষা কৰে, তেতিয়া দয়া আপোনাক আৱৰি লব( গীতমালা ৩২:১০)। এয়া ভৰষাত আনন্দিত থাকক। ধন্য সেয়া মনুষ্য হয় যি যিহোৱাৰ ওপৰত ভাৰষা ৰাখে ( গীতমালা ৮৪ :১২)।
দ্বিতীয় কথা, আপুনি ক্লেশৰ সময়ত ধৈর্য্য ধৰিব। এই পৃথিবীত জন্ম লোৱা প্ৰত্যেক ব্যক্তিক ক্লেশৰে ব্যতীত হব লাগে। আমাক এয়া কেতিয়াও পাহৰিব নালাগে যে খ্ৰীষ্টীয় সকল সমস্যা বা ক্লেশৰ পৰা সম্পূর্ণ ৰূপে মুক্ত হয়। প্ৰভু যীশু স্বয়ং সাৱধানতা দিছিল: “..জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।.( যোহন ১৬:৩৩)।
আপোনাক ব্যাকুল হব নালাগে কিন্তু কষ্টৰ সন্মূখীন হবলৈ ধৈর্য্য ৰাখিব লাগে। কিয়নো, আপুনি যদি ভয়েৰে কপে , তেন্তে এয়া কেৱল চয়তানক প্ৰসন্ন কৰে। এয়া কেৱল ক্লেশৰ পথ হয় যি আপোনাক স্বৰ্গৰ ফালে লয় যায়। সেই বাবে, নিজৰ ক্লেশত ধৈর্য্য ধৰক । পাঁচনি পৌলে আমাক বিস্বাসত লাগি থাকিবলৈ পৰামৰ্শ দিয়ে, কিয়নো আমাক কোনো ক্লেশৰ মাধ্যমেৰে পৰমেশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব লাগে ( পাঁচনিকৰ্ম ১৪:২২)।
তৃতীয়, নিজৰ প্ৰাৰ্থনাত দৃঢ় থাকক। আপোনাক কেতিয়াও প্ৰাৰ্থনা কৰি ভাগৰিব নালাগে। আপোনাক দৃঢ় থাকিব লাগে আৰু নিজৰ প্ৰাৰ্থনাত প্ৰতিবন্ধ থাকিব লাগে, এয়া বুজাবলৈ যে আমি প্ৰাৰ্থনাত কেনেকৈ দৃঢ় থাকিব লাগে। আৰু এই দৃষ্টান্তৰ শেষত, আমি এয়াও চাও যে কেনেকৈ তেওঁ ন্যায় প্ৰাপ্ত কৰিবলৈ সক্ষম আছিল, নিজৰ নিৰন্তৰ প্ৰাৰ্থনাৰ দ্বাৰা, এয়া যে এনেকুৱা অন্যায়ী পৰা( লুক ১৮:৫)। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, কেতিয়াও এয়া নাপাহৰিব যে প্ৰাৰ্থনাৰ উত্তৰ পৰমেশ্বৰ দিয়ে।
মন কৰিবলগীয়া:” এনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত, যি ঠাইত তেওঁলোক গোট খাই আছিল; সেই ঠাই কঁপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য সাহসেৰে কবলৈ ধৰিলে।”( পাঁচনিকৰ্ম ৪:৩১)।