Appam - Assamese

নভেম্বর 08 – মৃত্যু পর্যন্ত!

” তুমি মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম”।( প্ৰকাশিত বাক্য ২:১০)।

আপোনাক পৰমেশ্বৰৰ ওচৰত সত্য আৰু বিশ্বাসযোগ্য হয় থাকিবলৈ আৱশ্যক হয়-কেৱল এদিন বা দুদিনৰ বাবে নহয়, কিন্তু নিজৰ সম্পূর্ণ জীবনৰ বাবে। যদি আপুনি মৃত্যু পর্যন্ত বিশ্বাসী হয় থাকে, তেতিয়া আপুনি প্ৰভুৰ অনন্ত আশীর্বাদৰ উত্তৰাধিকাৰী হব।

প্ৰাৰম্ভিক গীৰ্জা বোৰত, এটি স্মিৰ্না বাবে গভীৰ ক্লেশ আছিল। সেই দিনত ৰোমান চৰকাৰে এটি কঠিন আইন আৰাম্ভ কৰিছিল যে সকলোৱে কেৱল ৰোমান সাম্ৰাজ্যৰ ওচৰত মুৰ তল কৰিব লাগিব আৰু কিছু অন্য দেৱতাৰ পুজা কৰিব নোৱাৰিব  আৰু যিসকলে সেই আইন স্বীকাৰ নকৰে, সেই সকলক বেয়াকৈ কষ্ট দিয়া হৈছিল। আৰু প্ৰভুৱে সেই মন্ডলি আৰাম দিবলৈ প্ৰতিঞ্জা  ৰূপে মুকুটৰ জীবন দিয়াৰ প্ৰতিঞ্জা কৰিলে, যি এই ধৰনৰ গভীৰ ক্লেশৰ মাজেৰে ব্যতীত হৈছিল।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপুনিও চাগে গভীৰ ক্লেশৰ মাজেৰে ব্যতীত হৈছে চাগে। হব পাৰে আপোনাৰ কাৰ্য্যস্থলত আপোনাৰ অপেক্ষা কৰা হৈছে, কেৱল সেই বাবে যে আপুনি খ্ৰীষ্টীয় হয়, আপুনি কেৱল নিজৰ বিস্বাসৰ কাৰনে দুখ, আৰু লাজৰে আৱৰি থাকিব পাৰে।

নিজৰ সকলো পৰীক্ষাৰ মাজত, আপোনাক প্ৰভুৰ প্ৰতি বিশ্বাসী হব লাগিব। আপুনি নিজৰ দৰিদ্ৰ আতৰ কৰিবলৈ যিকোনো পাপপূৰ্ন কাৰ্য্যৰ সহায় লব নোৱাৰোঁ। নিজৰ দুৰ্বলতা আতৰ কৰিবলৈ ভুল সাধন সৰল পথৰ সহায় লোৱা কেতিয়াও সমাধান হব নোৱাৰে।

দানিয়েলক চোৱা। সি নিজৰ মনত সিদ্ধান্ত লয় লৈছিল যে তেওঁ মৃত্যু পর্যন্ত বিশ্বাসী হয় থাকিব। সেই সময়ত বাবিল সাম্ৰাজ্য যিহোদী সমুদায়ৰ বিৰুদ্ধে আছিল। এটি আদেশ পেৰন কৰা হল, যি কোনোৱে ৰজাক এৰি অন্য দেবতাক  ৩০ দিনলৈকে প্ৰাৰ্থনা কৰিব, তাক সিংহৰ গাতত পেলাই দিয়া হল। যেতিয়া কঠিন আইন পেৰন কৰা হল কেতিয়াও দানিয়েল ভয় নাখালে  । ইয়াৰ বিপৰীতে, তেওঁ নিজৰ ওপৰৰ কোঠাত সত্য পৰমেশ্বৰৰ আৰাধনা আৰু প্ৰাৰ্থনা কৰিলে, যৰ  খিড়কী যিৰুচালেমৰ ফালে মুকলি আছিল, দিনত তিনি বাৰ যি আৰাম্ভৰ দিনৰ পৰা পৰম্পৰা আছিল।

পৰিনামস্বৰূপ, দানিয়েলক সিংহৰ গাতত পেলাই দিয়া হব কিন্তু দানিয়েলে ভয় নাখালে। মৃত্যুৰ ওচৰতো  , তেওঁ পৰমেশ্বৰৰ প্ৰতি বিশ্বাসী হয় থকাৰ সিদ্ধান্ত ললে। সেই নিশ্চয়ৰ বাবে পৰমেশ্বৰ বহুত আনন্দিত হল, আৰু সিংহৰ মুখ বান্ধি দিলে আৰু দানিয়েলক উচ্চ কৰিলে।

চদ্ৰক, মোচক  আৰু অবিনেদনগো ফালে চাওক। তেওঁ লোকে নিজৰ হৃদয়ত দৃঢ় কৰি ললে যে তেওঁ লোকে ৰজাৰ স্থাপিত মুৰ্তি ক সেৱা নকৰিব, লাগিলে ইয়াৰ বাবে জ্বলি থকা জুইৰ কোৱাত পেলাই দিয়ক। এনেকুৱা কঠিন পৰিস্থিতিত, তেওঁ নিজৰ আশা ঈস্বৰত  বিশ্বাস ৰাখি দৃঢ় থাকিল। আৰু যিহোৱা তেওঁ লোকৰ মাজত জুইত মাজত গল্প, আৰু তেওঁ তেওঁৰ উদ্ধাৰ কৰিলে, আৰু তেওঁ লোকক উচ্চ কৰিলে।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, যদি আপুনি ঈশ্বৰৰ প্ৰতি বিশ্বাসী আৰু দৃঢ় হয়, তেতিয়া তেওঁ আপোনাৰ সৈতে থাকিব, আপোনাৰ ৰক্ষা কৰিব, আপোনাক আশীর্বাদ দিব আৰু আপোনাক উচ্চ কৰিব।

মন কৰিবলগীয়া:” তিৰোতা সকলে নিজ নিজ মৃত লোকক পুনৰুত্থানৰ দ্বাৰাই পুনৰায় পালে; আৰু আন লোক সকলে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগী হ’বৰ কাৰণে, মুক্তি অগ্ৰাহ্য কৰি, যন্ত্ৰণা-যন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হ’ল। “( ইব্ৰী ১১:৩৫)।

Leave A Comment

Your Comment
All comments are held for moderation.