No products in the cart.
অক্টোবর 16 – বিস্বাস আৰু আত্মিক স্বাস্থ্য!
” তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়া জনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব; আৰু যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব।( যাকোব ৫:১৫)।
খ্ৰীষ্টয় জীবনত প্ৰত্যেক খোজত আশা জড়িত হয় আছে। বিস্বাস অবিহনে, আপুনি ঈস্বৰৰ পূৰ্ণ আশীর্বাদ প্ৰাপ্ত কৰিব নোৱাৰে ।
পৰমেশ্বৰ বিচাৰে যে তেওঁৰ সন্তান সকলো বিষয়তে সমৃদ্ধ হওক আৰু স্বাস্থ্যৱান হয় থাকক। কিন্তু অসত্য চয়তান মনুষ্যৰ বাবে ৰোগ আৰু দুৰ্বলতা আনে। যীশু খ্রীষ্ট কলে, ” চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ”।( যোহন ১০:১০)।
যীশু নিজৰ জীবন দিবলৈ আৰু জীবনক পুৰ্নতা প্ৰাপ্ত কৰিবলৈ আহিল। তেওঁ আপোনাৰ সকলো ৰোগ সুস্থ কৰে যাতে আপুনি খ্ৰীষ্টৰ জীবনৰ সৈতে থাকক আৰু সুস্থ থাকক। যেতিয়া কোনোবা ব্যক্তি বিস্বাসৰ সৈতে এয়া প্ৰাৰ্থনা কৰে যে ঈস্বৰ তেওঁক সুস্থ কৰিব, তেন্তে বিস্বাসৰ প্ৰাৰ্থনা তেওঁক সুস্হ কৰি দিয়ে।
নিজৰ ৰোগ সুস্হ হবলৈ আপোনাক বিস্বাস কৰিব লাগে নে? আপোনাক এয়া গ্ৰহণ কৰিব লাগিব যে যীশু খ্রীষ্ট কেৱল আপোনাৰ পাপৰ নহয় ৰোগৰো ঔষধ হয়। তেওঁ এয়া কয় আপোনাৰ সৈতে প্ৰতিঞ্জা কৰা নায় নে যে তেওঁ আমাৰ ৰোগক সুস্থ কৰিব?
পৰমেশ্বৰে প্ৰতিঞ্জা কৰিছে, ” মই, তোমালোকৰ ঈশ্বৰ যিহোৱা, যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা, আৰু মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা, আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা তেনেহ’লে, মই মিচৰীয়াসকলক যি সকলো ৰোগ দিছিলোঁ, সেইবোৰৰ কোনো ৰোগ তোমালোকক নিদিম, কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী যিহোৱা।”( যাত্ৰা পুস্তক ১৫:২৬)। তেওঁ আপোনাৰ সকলো ৰোগ ক্ৰুচত তুলি ললে।
সেই পৰমেশ্বৰৰ ফালে চাওক, যিয়ে বিস্বাসৰ সৈতে তোমাৰ বাবে মাংসিক ৰূপে আহিল। পৰমেশ্বৰক এয়া কয় বিচাৰক, ” হে পৰমেশ্বৰ তুমি মোৰ ৰোগক ক্ৰুচত তুলি লোৱা নায় নে! তুমি মোৰ সকলো দুৰ্বলতাক গ্ৰহন কৰা নায় নে! মোক সুস্থ কৰা। ‘ তেওঁ নিশ্চয় সিদ্ধ উদ্ধাৰ আৰু উত্তম স্বাস্থ্যৰ আঞ্জা দিব। তেওঁৰ এটিও ধন্য বাক্য কেতিয়াও বিফল নহব।
এবাৰ, যেতিয়া পাঁচনি পৌলে লুস্ত্ৰা নগৰত আহিল, ভৰিত বল নোহোৱা, কেতিয়াও খোজ নকঢ়া ওপজাৰে পৰা খোৰা লোক এজন বহি আছিল, তেওঁ পৌলৰ কথাবোৰ শুনি আছিল। পৌলে তেওঁৰ ফালে একেথৰে চাই দেখিলে যে লোক জনৰ সুস্থ হবৰ বাবে বিশ্বাস আছে। পৌলে তেতিয়া বৰ মাতেৰে লোক জনক ক’লে, “তুমি তোমাৰ দুই ভৰিত ভৰ দি থিয় হোৱা।”(পাঁচনি কৰ্ম ১৪:৮-১০)।
চোৱা পৰমেশ্বৰৰ এজন সেৱক তেওঁৰ ভিতৰত বিস্বাস পালে। তেওঁৰ ভিতৰত সেই বিস্বাসে তেওঁক সুস্থ কৰিলে। এয়া বিস্বাস হয় যি আত্মিক সুস্থতা আনে। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, বিস্বাস কৰক আৰু এই দৰে আচৰিতকৰ্ম প্ৰাপ্ত কৰক।
মন কৰিবলগীয়া:”যি আদিৰে পৰা আছিলa, যি আমি শুনিলোঁ, যি চকুৰে দেখিলোঁ, যি আমি মনোযোগেৰে দৃষ্টি কৰি দেখিলোঁ আৰু যি আমাৰ হাতেৰে অনুভৱ কৰিলোঁ, সেই জীৱনৰ বাক্যৰ প্ৰসংগ আমি লিখিলোঁ (১ যোহন ১:১)।