Appam - Assamese

অক্টোবর 15 – বিস্বাস আৰু অবিশেষ!

“যি কোনোৱে মোত বিশ্বাস কৰে, ধৰ্মশাস্ত্ৰত কোৱাৰ দৰে, তেওঁৰ ভিতৰৰ পৰা জীৱনময় জলৰ নৈবোৰ ওলাই বৈ যাব।”যীচুক বিশ্বাস কৰা সকলে যে আত্মা পাব, সেই বিষয়ে তেওঁ এই কথা ক’লে। ( যোহন ৭:৩৮, ৩৯)।

যেতিয়া আপুনি এই বিস্বাস সৈতে প্ৰতীক্ষা কৰে যে ” খ্ৰীষ্ট সেয়া হয় যি অবিশেষ  কৰে। বিস্বাস কৰক যে ঈস্বৰ আত্মা হয়। ‘ তেওঁ মোৰ ওচৰত আহিব আৰু মোক বুজাব, তেওঁ শিকাব, তেওঁ সান্ত্বনা দিব আৰু তেওঁ মোক সকলো পথত পথ প্ৰদৰ্থক কৰিব, যেনে কাৰকৰ ওপৰত বিস্বাস ৰাখে।

যেতিয়া তুমি এনেকুৱা বিস্বাস কৰিবা, তেন্তে পবিত্র আত্মা যি জীবন জলৰ নদী হয়, তোমাৰ ভিতৰত আহিব। খ্ৰীষ্টয় সকলৰ অনুভৱ কেৱল মুক্তি আৰু বাপ্তিস্মৰে নকৰিব। ইয়াৰ বাদে, আপোনাক পবিত্র আত্মাৰ অবিশেষ প্ৰাপ্ত কৰা আৰু আগ বঢ়াত  আৱশ্যকতা হয়।

যেতিয়া পাঁচনি পৌলে ইফিচৰ শিষ্য সকলক সুধিলে তেওঁ লোকে বিস্বাস কৰি পবিত্র আত্মা প্ৰাপ্ত কৰিলে নে, ” তেওঁলোকে তেওঁক কলে, “পবিত্ৰ আত্মা দিয়া হৈছে নে নাই, সেই বিষয়ে আমি শুনিবলৈকে নাপালোঁ৷” তেতিয়া তেওঁ কলে, “তেনেহলে আপোনালোকে কি কাৰণত বাপ্তাইজিত হ’ল?” তেওঁলোকে কলে, “যোহনৰ বাপ্তিস্ম লোৱা দেখি”। ( পাঁচনি কৰ্ম ১৯:২,৬)।

আপোনাৰ বিস্বাস বৃদ্ধি হোৱা আৰু বৃদ্ধি হবলৈ পবিত্র আত্মা আপোনাৰ আৱশ্যক হয়। বহুতো লোক বিশ্বাসী হয় থাকে কিন্তু পবিত্র আত্মা অব্শেষত বিস্বাস নকৰে। বহুতো লোকক এয়া বেয়া অনুভৱ হয় যে বাপ্তিস্ম সময়ত অবিশেষ প্ৰাপ্ত হল। যদি এনেকুৱা হয় তেন্তে পাঁচনি পৌলক ইফিচৰ শিষ্য সকলক এনেধৰণৰ প্ৰশ্ন সোধাৰ প্ৰয়োজন নায় যে তেওঁ লোকে পবিত্র আত্মা পালেনে।

নিজৰ বিস্বাসৰ চকুৰে পৰমেশ্বৰক নিজৰ প্ৰেমী  পিতৃ ৰূপে চাবলৈ যি তেওঁ প্ৰতিঞ্জা কৰিছিল তাক পূর্ণ কৰিবলৈ গয়  আছিল। তেওঁক মৰমিয়াল পিতৃ ৰূপে চোৱা যি আনন্দ সৈতে নিজৰ সন্তানক সকলো বস্তু দিয়ে।

যীশুৱে কলে, “তোমালোক দুষ্ট হৈয়ো যদি নিজৰ সন্তানক উত্তম বস্তু দিব জানা, তেনেহলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত যি সকলে বিচাৰে, সেই লোক সকলক জানো তেওঁ অধিকৰূপে ভাল বস্তু নিদিব?  ( মথী ৭:১১)। “এতেকে তোমালোক দুর্জন হৈয়ো নিজ নিজ সন্তান সকলক যদি ভাল বস্তু দিব জানা তেনেহলে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁৰ ওচৰত খোজা লোক সকলক পবিত্ৰ আত্মা নিদিব নে?” ( লুক ১১:১৩)।

নিজৰ হৃদয়ক  বিস্বাসৰে শুচি কৰক আপুনি পবিত্র আত্মা প্ৰাপ্ত কৰিব। নিজৰ হৃদয়ক খ্ৰীষ্টৰ নিস্কলংক তেজেৰে ধুই দিয়ক। পৰমেশ্বৰ নিশ্চিত ৰূপে আপোনাক পবিত্র আত্মা দিব যেতিয়া আপুনি সেই পাত্ৰক শুচি কৰিব যি আপোনাৰ হৃদয় হয় আৰু যেতিয়া আপুনি তেওঁৰ উপস্থিতিত তেওঁক বিচাৰক।

মন কৰিবলগীয়া:”কাৰণ মই তৃষ্ণাতুৰ ভূমিৰ ওপৰত পানী বৰষাম, আৰু খৰাং ঠাইৰ ওপৰত নদী বোৱাম; মই তোমাৰ বংশৰ ওপৰত নিজ আত্মা, তোমাৰ সন্তানৰ ওপৰত নিজৰ আশীৰ্ব্বাদ বাকি দিম।” ( যিচয়া ৪৪:৩)।

Leave A Comment

Your Comment
All comments are held for moderation.