Appam - Assamese

অক্টোবর 03 – ৰোটী আৰু পানী!

“মই তোমালোকৰ অন্ন-জলক আশীৰ্ব্বাদ কৰিম। মই তোমালোকৰ মাজৰ পৰা ৰোগ দূৰ কৰিম ( যাত্ৰা পুস্তক ২৩:২৫) ।

আশীৰ্বাদ প্ৰতিঞ্জা কিমান আচৰিত হয় যি পৰমেশ্বৰে আপোনাৰ সৈতে বনালে! তেওঁ আপোনাৰ আশীর্বাদৰ স্ৰোত হয়। তেওঁক নিজৰ সন্তানক  আশীর্বাদ দিয়াৰ চিন্তা, ইচ্ছা আৰু উৎসাহ আছে।

যেতিয়া পৰমেশ্বৰে ইস্ৰায়েলীক জংঘলত পথ দেখুৱালে, তেতিয়া তেওঁ ৰোটীৰ সমান স্বৰ্গৰ পৰা মান্না পেলালে। এয়া সকলোৰে বাবে প্ৰৰ্যাপ্ত হল। কিয়নো সেই মান্না ধন্য আছিল, ইস্ৰায়েলীত কোনেও নিৰ্বল নাচিল।

যেতিয়া এলিয়া কৰীৎ জুৰিলৈ গয়  লুকাই আছিল, তেতিয়া তেওঁ ঢোঁৰা-কাউৰীবোৰক আজ্ঞা দিলে। তেওঁ প্ৰতিদিন ঢোৰা কাউৰী  দ্বাৰা অনা ৰুটি খায় আৰু নিজৰাৰ পানী পান কৰিছিল।যেতিয়া সেই নদী শুকায় গল, তেতিয়া পৰমেশ্বৰ চাৰিফত বিধবাক ৰুটি আৰু পানী দিবলৈ তুলিলে। এয়া কেতিয়াও না পাহৰিব ঈস্বৰক আপোনাৰ বহুত চিন্তা আছে। ” এই হেতুকে কি খাম? কি পান কৰিম? বা কি পিন্ধিম? এই বুলি চিন্তা নকৰিবা।”( মথী ৬:৩১) ।

যেতিয়া যীশু খ্রীষ্ট এই জগতত আছিল, তেতিয়া তেওঁ এবাৰ ৰুটি লয় আশীর্বাদ কৰিলে। সেই ৰুটি ৫০০০ লোকক খুৱাবলৈ প্ৰৰ্যাপ্ত আছিল। সেয়া তোমাৰ বাবে ধন্য ৰুটি হয় । নতুন নিয়মত ৰুটি শব্দ গভীৰ আৰু মহান অৰ্থ হয়। ” জীৱন দিওঁতা আহাৰ ময়েই”( যোহন ৬:৩৫)

পৰমেশ্বৰে আপোনাক কেৱল ৰুটিৰ  নহয় কিন্তু পানীৰো  আশীর্বাদ দিছে। পুৰনি নিয়মত, তেওঁ ইস্ৰায়েলেৰ সন্তানক পানীৰ আশীর্বাদ দিলে। ইস্ৰায়েলেৰ দিনত পানী বহুত শুচি আছিল। যেতিয়া ইস্ৰায়েলী মাৰাত আহিল  , তেতিয়া পৰমেশ্বৰে মাৰাৰ পানীক মিঠা কৰি দিলে। পৰমেশ্বৰে শিলৰ মাজেৰে জল বুয়াই তেওঁ লোকৰ পিয়াহ তৃপ্ত কৰালে। যেতিয়া যিৰোহী চহৰত পানি বেয়া হল, তেতিয়া পৰমেশ্বৰে এলিয়াৰ মাধ্যমেৰে আচৰিতকৰ্ম কৰিলে আৰু পানী শুদ্ধ বনাই দিলে।

পবিত্র শাস্ত্ৰ কয়, “…কিন্তু মই যি পানী দিম, তাক যি কোনোৱে পান কৰে, তেওঁৰ কোনো কালে পিয়াহ নালাগিব। ( যোহন ৪:১৪) । পৰমেশ্বৰৰ ৰুটি আৰু পানীক আশীর্বাদ দিবলৈ এক হয়। প্ৰাৰ্থনা। আপোনাৰ গৃহত ৰুটি আৰু পানীত ঈস্বৰৰ আশীর্বাদ হয় থাকক।

মন কৰিবলগীয়া:” যিহোৱাই তোমালোকক বৃদ্ধি কৰক; তোমালোকক আৰু তোমালোকৰ সন্তান সকলক বৃদ্ধি কৰক।  যিহোৱা, যিজন স্বৰ্গ আৰু পৃথিৱীৰ স্ৰজনকৰ্ত্তা, তেওঁ তোমালোকক আশীৰ্ব্বাদ কৰক।( গীতমালা  ১১৫:১৪, ১৫)।

Leave A Comment

Your Comment
All comments are held for moderation.