Appam - Assamese

অক্টোবর 02 – শস্য আৰু সিচা!

“যিমান দিনলৈকে এই পৃথিৱী থাকিব, সিমান দিন শস্য ৰোৱা আৰু শস্য দোৱাৰ সময় থাকিব; সিমান দিন শীতকাল আৰু গ্ৰীষ্মকাল, গৰম আৰু ঠাণ্ডা, দিন আৰু ৰাতি এইবোৰ চলি থাকিব।”( আদিপুস্তক ৮:২২)।

সিচাৰ সময় আৰু শস্যৰ খেতি কেতিয়াও ৰয় নাযায় এয়া ঈস্বৰৰ আদৰ্শ হয়। মনুষ্য যি সিচিব সেয়া কাটিব। এটি তামিল কথা আছে:” যি বাজৰা সিচে , সি বাজৰা কাটিব আৰু যি অন্যক অনিষ্ট কৰিব, তেওঁৰ নিজৰ অনিষ্ট হব। ” আহক আমি ইয়াত মন কৰো কিছু বীজ সশ্য সিচা লোকৰ বিষয়ে পবিত্র শাস্ত্ৰ কি কয়।

পবিত্র শাস্ত্ৰ কয়, ” মই দেখাত হ’লে, যিসকলে অধৰ্মৰ খেতি কৰে, আৰু ক্লেশৰূপ কঠিয়া সিচে, সিহঁতে সেইৰূপ শস্য দায়;( ইয়োব ৪:৮) ” ঈশ্বৰে মানুহক নিজ প্ৰতিমূৰ্ত্তিৰ দৰেই নিৰ্ম্মাণ কৰিলে। সেয়ে, কোনো মানুহে যদি কাৰোবাৰ ৰক্তপাত কৰে, তেন্তে মানুহৰ দ্বাৰাই তেওঁৰো ৰক্তপাত কৰা হ’ব;( আদিপুস্তক ৯:৬)।

“ভাৱি চোৱা, কেনেকৈ এজনে দুষ্টতাক গর্ভধাৰণ কৰে; সর্বনাশক গর্ভত লৈ প্রসৱ বেদনা ভোগে আৰু ক্ষতিকাৰক মিছাক প্রসৱ কৰে।(গীতমালা ৭:১৪)।”কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা অৱক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব। ( গালতীয়া ৬:৮)।

সদায় ভাল শস্য সিচক। ধন্য বীজ সিচক ; অনন্ত কালৰ বাবে সিচক। পবিত্র শাস্ত্ৰ কয়, ” তুমি তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়াa; কিয়নো অনেক দিনৰ পাছত তাক পুনৰ ঘূৰাই পাবা।( উপদেশক ১১:১) ।

যেতিয়া এজন ৰজা নিজৰ ৰথত আহি আছিল, তেতিয়া তেওঁ বয়সহস্ত লোকক আমৰ পুলি ৰোৱা আৰু পানী দিয়া চায় অবাক লাগিল। তেওঁ সেই মানুহজনক কলে, ” প্ৰিয় মনুষ্য, তুমি বয়সহস্ত আৰু তোমাৰ এই জীবনকালত ফল নিদিয়ে। যদি এনেকুৱা হয় তেন্তে আপুনি এই গছপুলি গজাবলৈ ইমান চেষ্টা কিয় কৰিছে? ”

বৃদ্ধজনে উত্তৰ দিলে, ” ৰজা, তাত ঠিয় হয় সেই বৃক্ষ বোৰক চাওক। মই সেই বোৰক লগোৱা নায় , কিন্তু মোৰ পূৰ্বপুৰুষ সকলে লগায়ছে , তেওঁ লোকৰ লাভ উঠাইছো । এই দৰে, মই যি সিচিম তাৰ লাভ নাপাম। কিন্তু কি এয়া সত্য নহয় যে মোৰ পিছত অহাসকলক ইয়াৰ লাভ প্ৰাপ্ত হব।

আব্রাহাম নিজৰ বৃদ্ধ অৱস্থাত বিশ্বাসৰ বীজ বলে। ইচাহাক একমাত্ৰ পুত্ৰ আছিল যাক তেওঁ নিজৰ বংশৰ ৰূপে অহা দেখা পালে। কিন্তু নিজৰ বংশৰ ৰূপে অহা দেখা পালে। কিন্তু নিজৰ পৰিয়ালক আকাশৰ তৰা আৰু সমুদ্ৰৰ বালিৰ সমান হোৱা দেখা পায় তেওঁৰ আনন্দিত প্ৰফুলিত হয় উঠিল। আমি সেই বংশত আব্ৰাহম আৰু যীশু খ্রীষ্ট আশীর্বাদযুক্ত হয় থাকে।

আপুনি যিমাংসৰ চকু দিয়ে যি পায়। কিন্তু আপুনি স্বৰ্গৰাজ্যৰ কিছু দিনৰ পিছত চাবলৈ পাব। ঈস্বৰৰ মৰমিয়াল সন্তান, হতাশ নহব। স্বৰ্গৰাজ্য সৰিয়হ গুটিৰ সমান ( মথি ১৩:৩১)।

মন কৰিবলগীয়া:”যি সকল লোক মিলনকাৰীi, jতেওঁলোকৰ দ্বাৰাই ৰোপন kকৰা শান্তিত ধাৰ্মিকতাৰ ফল পোৱা যায়।( যাকোব ৩:১৮)।.

Leave A Comment

Your Comment
All comments are held for moderation.