situs toto musimtogel toto slot musimtogel link musimtogel daftar musimtogel masuk musimtogel login musimtogel toto
Appam - Assamese

ਸਤੰਬਰ 18 – মই যিহোৱাক কি দিম!

“যিহোৱাই মোলৈ কৰা সকলো মঙ্গলৰ পৰিবর্তে মই তেওঁক কি দিম?  ( গীতমালা ১১৬:১২)।

কৃৰ্তঞ্জতা হৃদয় আমাৰ প্ৰভুৰ বাবে বহুত আনন্দ আনে। যেতিয়া আমি সেই সকলো লাভকারী সুৱৰন কৰো যি আমাক পৰমেশ্বৰৰ দ্বাৰা প্ৰাপ্ত কৰে যি আমাক পৰমেশ্বৰৰ দ্বাৰা প্ৰাপ্ত হৈছে।  আৰু নিজৰ হৃদয়ৰ গভীতাৰে তেওঁক ধন্যবাদ দিও, আৰু পৰমেশ্বৰ আপোনাৰ ওপৰত নিজৰ অধিক আশীর্বাদ বাকি দিয়ে।

দায়ুদৰ ইতিহাস, এনেকুৱা এজন ব্যক্তিৰ কাহিনী হয় যি সত্য কাহিনী হয় যি এটি তল ৰাজ্যৰ পৰা উচ্চ পদত তুলি দিয়া হৈছিল। দায়ুদ, যি এজন ৰখীয়া আছিল, ইস্ৰায়েলৰ মহান ৰজা ৰূপে উচ্চ তুলি দিয়া হল আৰু পৰমেশ্বৰ তেওঁৰ সকলো দুখৰ সময়ত তেওঁৰ সৈতে আছিল, তাৰ সহায় কৰি সীমাতকৈ অধিক উচ্চ কৰিলে।

দায়ুদে সেই সকলোৰে কৃতজ্ঞতা হৃদয়েৰে সোৱৰন কৰিলে তেওঁ ইস্ৰায়েলৰ লোকক পৰমেশ্বৰৰ প্ৰতি কৃতজ্ঞ হোৱাৰ ঘোষনা কৰে, ” যি জনাই আমাৰ হীন অৱস্থাত আমাক সুঁৱৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।”( গীতমালা ১৩৬:২৩)।  নিজৰ কৃতজ্ঞতা, তেওঁ প্ৰভুৰ বাবে তিনিটা কাম কৰাৰ নিশ্চিত কৰিলে:

১) মই তেওঁৰ আৰাধনা কৰিম :”মই পৰিত্ৰাণৰ পানপাত্ৰ তুলি ধৰিম,  আৰু যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম ( গীতমালা ১১৬:১৩)। আৰাধনা কৰাৰ অৰ্থ ” মুৰ দোৱাই দিয়া, ‘ মই তেওঁৰ নামৰ বাবে তেওঁক সন্মান আৰু মহিমা দিমা। হয়। তেওঁ মহান হয় আৰু আমাৰ সকলো আৰাধনাৰ যোগ্য হয়। আৰু তেওঁ আনন্দিত হয় আৰু অপেক্ষা কৰে যে আমি তেওঁৰ আৰাধনা কৰো।

২) মই ধন্যবাদৰ বলিদান উৎসৰ্গ কৰিম :” মই তোমাৰ উদ্দেশ্যে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম; মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম।(গীতমালা ১১৬:১৭) দায়ুদে সকলোতকৈ ধন্য বলিদানৰ খোজ কৰিলে – ধন্যবাদৰ বলিদান আনন্দৰ ওঠেৰে  । এই সকলোবোৰৰ দ্বাৰাই ঈস্বৰ আনন্দিত হয়।

৩) মই মোৰ সংকল্প পূর্ণ কৰিম :” মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম; তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম।( গীতমালা ১১৬:১৪) । দায়ুদে থিৰাং কৰি ললে যিহোৱাৰ স্তুতি কেৱল নিজৰ ওঠেৰে কৰাৰ বাদে, সকলো সংকল্প পূর্ণ কৰি তেওঁৰ আদৰ কৰিব।

পবিত্র শাস্ত্ৰ আমাক কয় :”আৰু তোমাৰ সম্পত্তিৰে, আৰু তোমাৰ সকলো উৎপাদনৰ প্রথম ফলৰ সৈতে যিহোৱাক সমাদৰ কৰা। সেয়ে তোমাৰ ভঁৰালবোৰ পৰিপূৰ্ণ হ’ব, আৰু তোমাৰ দ্ৰাক্ষাৰসৰ পাত্র নতুন দ্ৰাক্ষাৰসেৰে উপচি পৰিব। ( হিতোপদেশ ৩: ৯:১০)। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, যেতিয়া আপুনি পৰমেস্বৰৰ হাতেৰে প্ৰাপ্ত সকলো লাভক  সুৱৰায়। তেন্তে তেওঁ আপোনাক আৰু অধিক আশীর্বাদ দিব।

মনে কৰিবলগীয়া:”ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে” (২ কৰন্থীয়া ৯:৮)।

Leave A Comment

Your Comment
All comments are held for moderation.