No products in the cart.
ਸਤੰਬਰ 10 – মোত সৃষ্টি কৰা, হে প্ৰভু!
“হে ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা; মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা।” ( গীতমালা ৫১:১০)।
ইয়াত আমি চাও যে ৰজা দায়ুদে ঈস্বৰক প্ৰাৰ্থনা কৰিছে যে তেওঁৰ ভিতৰত এটি শুদ্ধ হৃদয় উৎপন্ন কৰক। ঈমাৰ পৰমেশ্বৰ সেয়া যিয়ে সূৰ্য, চন্দমা , আকাশ আৰু পৃথিবী, দৃশ্য আৰু অদৃশ্য বস্তু নিৰ্মাণ কৰিলে। কিন্তু আমাৰ ভিতৰত এটি সুস্থ হৃদয়ৰ নিৰ্মাণ, হোৱা বহুত অধিক মহূৰ্তপূৰ্ন হয়।
আমাৰ ঈস্বৰৰ অনেক নামৰ এটি ‘এলহিম’ হয়। যাৰ অৰ্থ ‘ সৃষ্টিৰ ঈস্বৰ ‘ । আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। ( আদিপুস্তক ১:১)। তেওঁ এই সকলো নিজৰ বাক্য কয় নিৰ্মাণ কৰিলে। যেতিয়া দায়ুদ ৰজাই পৰমেশ্বৰৰ এই সকলো কলাকৃতি চাইছিল, তেতিয়া সেইবোৰ তেওঁক বহুত ভাল আৰু অদ্ভুত লাগিছিল। আৰু তেওঁ নিজৰ হৃদয়ৰ ফালেও চাইছিল।
দায়ুদে গম পাইছিল যে মনুষ্যৰ দুষ্টতা জগতত বহুত আছে, আৰু লোকৰ মনত যি উৎপন্ন হয় সেই সকলো বোৰ বেয়াই হয়। যত ঈস্বৰ মনুষ্যৰ হৃদয়ক শুচি কৰিবলৈ সদায় সাজু, ২য় মনুষ্য সংশাৰিক পাপ আৰু সুখত লিপ্ত হবলৈ বহুত ইচ্ছা ৰাখে। তেওঁ লোকক যি কৰিব লাগে সেয়া কৰাৰ বাদে, তেওঁ লোকে এনেকুৱা কাম কৰে যি তেওঁ লোকক কৰিব নালাগে। মনুষ্যৰ হৃদয়ত পাপৰ ব্যৱস্থা আছে যি পবিত্রতা সৈতে যুদ্ধ কৰে, আৰু তাক ভাল কৰা আৰু বেয়াৰ সৈতে লিপ্ত হোৱাত বাধা দিয়ে।
সেই বাবে গীতকাৰ দায়ুদে চকুলো সৈতে মাতে আৰু প্ৰাৰ্থনা কৰে, ” হে পৰমেশ্বৰ আপুনি যি আকাশ আৰু পৃথিবীৰ সৃষ্টি কৰিলে, তুমি মোত নতুন শুচি হৃদয় উৎপন্ন নকৰিবা নে? আপুনি এটি নতুন হৃদয় নবনাবনে যি বেয়াৰ পৰা আতৰ হয় যায় আৰু কেৱল আপোনাৰ সৈতে জড়িত হয় থাকে?
শুচি হৃদয় বাস্তবত এই জগতত এটি বহুত দুৰ্লভ আৰু অদ্ভুত বস্তু হয়। বাস্তৱত, পবিত্র আত্মা আমাৰ সকলকে প্ৰত্যেকৰ হৃদয়ক পবিত্রতা থাকিবলৈ এই বিশেষ উদেশ্যেৰ বাবে প্ৰদান কৰা হৈছে। আপুনি যীশু খ্ৰীষ্টৰ তেজৰ দ্বাৰা ধুই তেওঁৰ বাক্যৰ দ্বাৰা শুচি কৰা হৈছে। লগতে, আপোনাৰ হৃদয় পবিত্র আত্মা দ্বাৰা শুচি আৰু শুচি কৰা হয়।
কৰন্থীয়াৰ মন্ডলিত, বহুতো লোক অন্যায়,ব্যভিচাৰ, চোৰ আৰু লোভৰ ভাবনাত আছিল। কিন্তু পৰমেশ্বৰ, যেতিয়া তেওঁক নিজৰ ওচৰত মাতিলে , নিজৰ কৰনাত, তেওঁৰ এটি শুচি হৃদয় উৎপন্ন কৰি স্থাপিত কৰাত সক্ষম আছিল।
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, পবিত্র আত্মাক কওক, যি আপোনাক পবিত্র হৃদয় আৰু আপোনাত পবিত্রতা স্থাপিত কৰিবলৈ সৰ্বশক্তিমান হয়।
মন কৰিবলগীয়া:” কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব; কিয়নো তেওঁ নিজৰ পৰা একো কথা নক’ব; কিন্তু যি কথা শুনিব, সেই বিষয়েহে ক’ব আৰু তোমালোকক ভবিষ্যতৰ কথা জনাব।( যোহন ১৬:১৩)।