No products in the cart.
সেপ্টেম্বর 05 – শান্তিৰ ঈশ্বৰ!
“আৰু শান্তিৰ আকৰ ঈশ্বৰে অতি সোনকালে চয়তানক আপোনালোকৰ ভৰিৰ তলত মৰ্দ্দন কৰিব।b আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।” ( ৰোমীয়া ১৬:২০)।
আমাৰ পৰমেশ্বৰ শান্তিৰ পৰমেশ্বৰ হয়। ইয়াৰ বিপৰীতে চয়তান সেয়া হয় যিয়ে শান্তি ভংগ কৰে। সেই বাবে যুদ্ধ সদায় ঈশ্বৰ আৰু চয়তানৰ মাজত হয়, যেতিয়া জয় আমাৰ হয়। শান্তিৰ পৰমেশ্বৰ, চয়তানক শীঘ্ৰেই তোমাৰ ভৰিৰৰ তলত গচকিব। তেওঁ এয়া কয় এটি প্ৰতিঞ্জা কৰিলে :”….তোৰ বংশ আৰু নাৰীৰ বংশৰে মাজত শত্রুতা সৃষ্টি কৰিম; তেওঁ তোৰ মূৰ গুড়ি কৰিব আৰু তই তেওঁৰ ভৰিৰ গোৰোহা গুড়ি কৰিবি ( আদিপুস্তক ৩:১৫)। তেওঁ এদন বাগিচাত এই প্ৰতিঞ্জা কৰিলে।
কালবাৰী ক্ৰুচত পৰমেশ্বৰে এই প্ৰতিঞ্জা পূৰ্ণ কৰিলে। তেওঁ চয়তানৰ মুৰ গুৰি কৰিলে আৰু আৰু তেওঁৰ তেজৰ দ্বাৰা চয়তানৰ কাৰ্য্য নষ্ট কৰিলে। এই এই উদ্দেশ্যৰ বাবে হয় যে পৰমেশ্বৰৰ পুত্র স্বয়ং নিজকে পৃথিবীত প্ৰকাশ কৰিলে। আৰু এয়াই কাৰন হয় যে চয়তান যীশুৰ তেজৰ দ্বাৰা ভয়ত কপি উঠে।
নেপলিয়নে কেবাটাও ৰাষ্ট্ৰত ৰাজত্ব কৰি নিজৰ সফলতাৰ পিছত, সম্পূর্ণ জগতকে নিজৰ নিয়ন্ত্রণত আনিব বিচাৰিছিল। যেতিয়া তেওঁ নিজৰ সৈন্যৰ জেনেৰলৰ সৈতে গীৰ্জা কৰি আছিল, তেতিয়া তেওঁ এটি বিশ্ব মানচিত্র বিষয়ে ইংগিত কৰিছিল। সেই নক্সাত, কেবাটাও ৰাষ্ট্ৰ ৰঙা চিনেৰে ৰঙা কৰা হৈছিল, যাৰ ওপৰত গ্ৰেট ব্ৰিটেইনৰ নিয়ন্ত্রণ আছিল। আৰু নিপলিয়নে জোৰেৰে চিঞৰিলে যে কিন্তু সেই নক্সাত ৰঙা ৰংগৰ বাবে, যদি সেয়া কেৱল ৰঙা ৰং নোহোৱা হলে, তেন্তে তেওঁ গোটেই জগতক নিজৰ অধীন কৰি ললে হেতেন ।
এই দৰে, চয়তানে সম্পূর্ণ জগতক অসন্তুষ্ট আৰ সমস্যা দি সম্পূর্ণ জগত নিজৰ শাসনত আনিবলৈ সক্ষম নহয়, কিয়নো যি আত্মা যীশু খ্রীষ্টৰ বহুমূল্য তেজেৰে বচোৱা হৈছে, যি গলগথাৰ দপৰা বয় গৈছিল। কিন্তু আমাৰ পৰমেশ্বৰ ক্ৰুচত মৃত্যু দ্বাৰা, মৃত্যুৰ শাসন ওপৰত বিজয়ী হয় ৰাজ্য কৰিলে। সেই বাবে আমি এয়া কয় অংগীকাৰ আৰু ঘোষনা কৰো “… তেওঁ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰিলে।(১ কৰন্থীয়া ১৫:৫৭)।
যেতিয়া আমাৰ শত্ৰু চয়তান আমাৰ বিৰুদ্ধে ষড়যন্ত্র কৰে, তেতিয়া লগে লগে পৰমেশ্বৰ তাৰ মুৰ গচকি পেলাই আৰু তাক নষ্ট কৰি দিয়ে। আজি মূখ্য পদত, পৌলে ঘোষনা কৰে, ” আৰু শান্তিৰ আকৰ ঈশ্বৰে অতি সোনকালে চয়তানক আপোনালোকৰ ভৰিৰ তলত মৰ্দ্দন কৰিব। ”
এবাৰ সমাজ সেৱক এজনে এই দৰে ধিটিংগালী কৰিলে :” এজন দুৰ্বল সন্তান আৰু শক্তিশালী ব্যক্তিৰ মাজত কোনো অন্তৰ নায়লা যে তেওঁ কেনেকৈ খাইছে। তেওঁ লোকে হাতেৰে আহাৰ লয় মুখলৈ আনে। শক্তি ইয়াত অন্তৰ নায়লা যে তেওঁ কেনেকৈ খাইছে কিন্তু এয়া যে তেওঁ কেনেকৈ খাইছে। ” এই দৰে যদি আপুনি দুৰ্বল হাতেৰে ঈস্বৰক ধৰে, তেন্তে এয়া প্ৰৰ্যাপ্ত হব, আৰু তেওঁ আপোনাক শান্তি প্ৰদান কৰিব। মোক্ষৰ সময়ত মনুষ্যৰ ঈস্বৰৰ সৈতে মিলন হয় যায়। যত খ্ৰীষ্টত পৰিপূৰ্ণ বিশ্বাসী, এটি জীবন জীয়াই, নিৰন্তৰ পৰমেশ্বৰৰ শান্তিত আনন্দ লয়। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপুনি পৰমেশ্বৰৰ শান্তিৰে পৰিপূৰ্ণ আছেনে?
মন কৰিবলগীয়া:” কিয়নো ঈশ্বৰে কেতিয়াও বিশৃংখল সৃষ্টি নকৰে, কিন্তু তেওঁ, শান্তি দিওঁতা ঈশ্বৰ হয়। যেনেকৈ পবিত্ৰ লোক সকলৰ মণ্ডলীত,(১ কৰন্থীয়া ১৪:৩৩)।