No products in the cart.
আগস্ট 27 – পৰমেশ্বৰৰ মুখৰ প্ৰকাশ!
“অনেকে কয়, “অহ! আমি যদি অলপমান মঙ্গলকে দেখা পালোহেঁতেন!” হে যিহোৱা, তোমাৰ মুখৰ দীপ্তি আমাৰ ওপৰত প্রতিফলিত হওঁক।” ( গীতমালা ৪:৬)।
আমাৰ ওচৰত এনেকুৱা এটি ঈস্বৰ আছে যি আমাক সকলো ভাল বস্তু পূর্ণ ৰূপে দিয়ে। ইয়াক সাংশাৰিক লোকৰ দৰে এয়া কয় বিলাপ কৰাৰ আৱশ্যকতা নায় , ” কোন আমাৰ বাবে ভাল কৰিব? “।
পৰমেশ্বৰ আপোনাৰ বাবে ৰখীয়া ৰূপে থাকে। কিয়নো আপুনি তেওঁৰ মেৰ হয়, সেই বাবে আপোনাক কেতিয়াও কিবা বস্তুৰ অভাব নহব। আপোনাক কেতিয়াও তল পৰিব নালাগিব। যিৰিমিয়া ভবিষ্যত বক্তা কয়,” কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।(যিৰিমিয়া ১০:১০) ।
ধন্য হয় তেওঁ, যাৰ চৰনস্থান পৰমেশ্বৰ হয়, তেওঁ যি প্ৰেমৰ সোৱাদ ৰাখে, যি সম্পূর্ণ ৰূপে তেওঁৰ পথত চালিত হয় আৰু যি পৰমেশ্বৰৰ মুখৰ প্ৰকাশেৰে প্ৰকাশিত হয়। পবিত্র শাস্ত্ৰ কয়, “লোকসকলক তেওঁলোকে পৰ্ব্বতলৈ মাতি পঠাব; সেই ঠাইত তেওঁলোকে যোগ্য মনোভাৱেৰে বলি উৎসৰ্গ কৰিব; তেওঁলোকে সমুদ্ৰৰ প্রচুৰ সমৃদ্ধি আৰু বালিৰ পৰা গুপুত ধন চুহিব।” ( দ্বিতীয় বিৱৰণ ৩৩:১৯)।
পৰমেশ্বৰ যি নিজৰ সন্তানক খোৱায় সন্তুষ্ট কৰে, সেয়া হয় যি সমুদ্রক বহুত বেছি পৃথিবীক আশীর্বাদৰ সৈতে দিব। সেই সকলে খেতিত লুকাই থকা অংশ ভাগ কৰিবলৈ অনুমতিও দিয়ে। তেওঁ সেয়া জগতৰ লোকৰ পৰা লুকোৱাইছে, কিন্তু তেওঁ নিজৰ সন্তানক অনুগ্ৰহ পূর্বক দিয়ে।
১৯ আৰু ২০ শতাব্দীত কৰা অধিকাংশ আবিস্কাৰ খ্ৰীষ্টয় বৈঞ্জানিক দ্বাৰা কৰা হৈছে। তেওঁ লোক পৰমেশ্বৰীয় লোক আছিল তেওঁ লোকে প্ৰাৰ্থনা পূৰ্বক সহায় বিচাৰিলে, তেতিয়া তেওঁ লুকাই থকাৰ কথা প্ৰকাশ কৰিলে। যেতিয়া কোনোবা তেওঁৰ ওপৰত নিজৰ বিশ্বাস ৰাখে আৰু যিয়ে মুকলি হৃদয়েৰে বিচাৰে, তেন্তে পৰমেশ্বৰৰ ঞ্জান গুপ্তধন ৰূপে আপোনাক দি আপোনাক আশীর্বাদ কৰে। সৰ্বপ্ৰথম জগতৰ আমেৰিকাৰ বৈঞ্জানিক ৰকেটৰ দ্বাৰা চন্দ্ৰত ভৰ্তি থোৱা ব্যক্তি আছিল। তেওঁ মহাকাশ যাত্ৰী বাইবেলক নিজৰ সৈতে মহাকাশত লয় যাবলৈ নাপাহৰিলে। সেই বাবে পৰমেশ্বৰে তেওঁক ইতিহাসত অতুলনীয় প্ৰসিদ্ধ দিয়ালে।
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপোনাত বুদ্ধি, ঞ্জান আৰু বিবেকৰ অভাব আছেনে? আজি পৰমেশ্বৰৰ ফালে চাওক। পবিত্র শাস্ত্ৰ কয়, ” কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানcৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰকd আৰু তাতে আপোনালোকক দিয়া হ’ব।( যাকোব ১:৫)।
মন কৰিবলগীয়া:” এই কাৰণে সহনশীলতাক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়৷”( যাকোব ১:৪)।