No products in the cart.
আগস্ট 21 – আহক আমি দেশখনক আপোন কৰি লও!
“পাছত কালেবে মোচিৰ আগত লোকসকলক শান্ত কৰিবৰ অৰ্থে ক’লে, “আহা, আমি একেবাৰে উঠি গৈ, তাক অধিকাৰ কৰোঁ; কিয়নো তাক জয় কৰিবলৈ অৱশ্যে আমাৰ অধিক শক্তি আছে”।( গননাপুস্তক ১৩:৩০)।
গননা পুস্তকত, আমি ১৩ অধ্যায়ঃত পঢ়ো , মুচি ১২ জন ব্যক্তিক সন্ধিক্ষণ কৰিবলৈ পংঠিয়াইছিল। তেওঁ যি সংবাদ আনিছিল, সেয়া তেনেকুৱা হয় , যেনেকুৱা আজি আমি আত্মিক সংসাৰত প্ৰাপ্ত কৰে। পঠোৱা ১২ জনৰ পিছত ১০ জন নকৰাত্মক সংবাদৰ সৈতে আহিল যে কানানৰ প্ৰতিঞ্জা কৰা ভুমি উত্তৰাধিকাৰী ৰূপে প্ৰাপ্ত কৰা কঠিন হব। আজিও, এই আত্মিক জগতত, বহুতো লোকে কয় গীৰ্জাত উদ্ধাৰ আনিব নোৱাৰে। সেই দৰে, তেওঁ বিস্বাসৰ অভাবৰ বাবে ঠেকা খাইছে।
সেয়া, পবিত্র শাস্ত্ৰত অন্য ১০ জন, কালেব আৰু যিহোচুৱাৰ বিষয়ে পঢ়ো । এয়া সেয়া হয় যি পৰমেশ্বৰৰ আত্মাৰে পৰিপূৰ্ণ হয়। পৰমেশ্বৰৰ সামৰ্থৰ ওপৰত ভাৰষা কৰা জনৰ বাবে একো অসম্ভব নহয়। আপুনি জানেনে তেওঁ কি কলেজ? “আহা, আমি একেবাৰে উঠি গৈ, তাক অধিকাৰ কৰোঁ; কিয়নো তাক জয় কৰিবলৈ অৱশ্যে আমাৰ অধিক শক্তি আছে।” ( গননাপুস্তক ১৩:৩০)।
আজি পৰমেশ্বৰে আপোনাক ভাৰতত টিয়া কৰিছে। আপোনাৰ বিস্বাস কি হয়? কিয় এনেকুৱা হয়, যি কয় ‘ সম্ভৱ ‘ হয় বা ‘ কেৱল অসম্ভব ‘ হয় কয়? আপুনি সেই ১০ জনৰ সৈত ঠিয় আছেনে যি নকৰাত্মক সংবাদ আনিছিল, নে কালেব আৰু যিহোচুৱাৰ সৈতে?
যেতিয়া পৰমেশ্বৰে পবিত্র আত্মাৰ প্ৰতিঞ্জা কৰিলে, তেতিয়া তেওঁ যিৰুচালেম আৰু যিহোদিয়াৰ বাবে প্ৰতিঞ্জা কৰা নায় । তেওঁ কলে, ” কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হবা।” ( পাঁচনিকৰ্ম ১:৮)। যেতিয়া বাক্য কয় ” জগতৰ শেষৰ লৈকে ” তেন্তে ইয়াত ভাৰত সংযুক্ত আছে। কিয় এনেকুৱা নহয় নে? যীশু খ্রীষ্টৰ সৈতে নগৰ আৰু গাৱত ফুৰিলে । সম্পূর্ণ শক্তি সৈতে সংবাদ প্ৰচাৰ কৰক। যীশু আপোনাৰ মাধ্যমেৰে দেশক লগ কৰিব বিচাৰে।
*পাঁচনি পৌলে কয়, ” আমি যে অপৰিমিত ৰূপে আনৰ পৰিশ্ৰমৰ কথাত গৌৰৱ কৰিছোঁ, এনে নহয়; কিন্তু আশা কৰোঁ, লোকৰ বিশ্বাস বাঢ়িলে, আমাৰ পৰিমাণ-জৰী অনুসাৰে আপোনালোকৰ মাজত বাহুল্যৰূপে যেন বৃদ্ধি হ’ম৷ আমি আপোনালোকৰ সিমূৰে থকা অঞ্চলতো শুভবার্তাৰ প্ৰচাৰ কৰিব পাৰিম৷ আমি আন লোকৰ অঞ্চলত কৰা কামৰ গৌৰৱ নকৰিম৷
“(২ কৰন্থীয়া ১০:১৫,১৬)।*
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আমাৰ দেশ কেতিয়া লৈকে অন্ধকাৰত ডুব খায় থাকিব? আমাৰ লোক কেতিয়া লৈকে অন্ধকাৰৰ চাকৰ আৰু পিড়ীত হয় থাকিব? আমাৰ লোক কেতিয়া লৈকে এয়া নজনাকৈ থাকিব, যে যীশু খ্রীষ্ট আমাৰ সজৰখীয়া আৰু মুক্তিদাতা হয়? আমাক আত্মা ৰক্ষা কৰিব নালাগে নে? পৰমেশ্বৰ এই দেশত ৰাজ্য কৰক, এই বাবে আপোনাৰ আৰাম্ভ কৰা জৰুৰী নহয় নে?
মন কৰিবলগীয়া:”মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে” ( ফিলিপিয়া ৪:১৩)।