Appam - Assamese

আগস্ট 20 – হানুক যি পৰমেশ্বৰক আনন্দিত কৰিলে!

“… তেওঁক লোকান্তৰলৈ নিয়া হ’ল; তাতে তেওঁক পোৱা নগ’ল; কিয়নো ঈশ্বৰে তেওঁক লোকান্তৰলৈ নিলে; কাৰণ লোকান্তৰলৈ নিয়াৰ পূৰ্বেই, তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে, ইয়াৰ সাক্ষ্য পালে।( ইব্ৰী ১১:৫)।

হানোক যি পৰমেশ্বৰক আনন্দিত কৰা, নিজৰ জীৱনৰ লক্ষ্য ললে। এই বাবে তেওঁৰ ভিতৰত প্ৰশ্ন আছিল। ” পৰমেশ্বৰক আনন্দিত কৰিবলৈ মোক কি কৰিব লাগিব? মোক কেনেকৈ জীবিত থাকিব লাগিব যাতে পৰমেশ্বৰক আনন্দিত কৰে? ”

বিস্বাস সেই পথ আছিল যাৰ প্ৰয়োগ পৰমেস্বৰে হানোকক আনন্দিত কৰিবলৈ কৰিলে। সেই বাবে উক্ত বাক্যত, ” বিশ্বাসৰ গুণে, হনোকে ” এই দৰে লিখা আছে ( ইব্ৰী ১১:৫)। এবাৰ হানোকে বিশ্বাসৰ সৈতে পৰমেশ্বৰৰ হাত ধৰি ললে। তেৱেঁই সেই পৰমেশ্বৰ হয়, যি আমাৰ বিশ্বাসৰ কৰ্তা আৰু সিদ্ধ কৰিব লগা হয় ( ইব্ৰী ১২:২)। সেই বাবে হানোকৰ ভিতৰত এটি বিস্বাস উৎপন্ন হল, যি বিস্বাসৰ সৈতে পৰমেশ্বৰৰ হাত সাবটি ৰাখিলে। ” এয়া পৰমেশ্বৰ সদায় আৰু সদায়ৰ বাবে মোৰ পৰমেশ্বৰ হয়। এয়া  মোক, মোৰ মৃত্যু চাবলৈ প্ৰথমে তুলি লব” এয়া তেৱৰ বিস্বাস আছিল।

এয়া হানোকৰ বিস্বাস আছিল, যি তেওঁৰ উন্নিত কাৰন হয় গল। পবিত্র শাস্ত্র কয়, ”  যিসকল ঈশ্বৰৰ পৰা জন্ম পোৱা, তেওঁলোকে জগতক জয় কৰে।c আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস(১ যোহন ৫:৪)। ” ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীৱ।”( ৰোমীয়া ১:৭)। এয়া বিশ্বাসেই হয় যি এজন ব্যক্তিক উদ্ধাৰৰ বিষয়ে লয় যায় ( মথী  ৯:২২, ১০:২২)।

হানোক বিস্বাসৰ বাবে পৰমেশ্বৰৰ সৈতে থাকিল। এয়া আশা ৰখা যে ‘ পৰমেশ্বৰ যি ব্ৰামান্ডৰ ৰচনা কৰিলে’ এজন সাধাৰন লোকৰ সৈতে যাব আৰু তেওঁ মনুষ্য সৈতে বাস কৰিব ‘ নিজতে  ই এটি মহান বিস্বাস হয়। কিয় এনেকুৱা নহয় নে? এই দৰে পৰমেশ্বৰৰ সৈতে থকা হানোক পৰমেশ্বৰৰ প্ৰেম আৰু অনুগ্ৰহ প্ৰাপ্ত কৰিলে।

যেনেকৈ তেওঁ পৰমেশ্বৰৰ সৈতে পৰিচালনা হয় গল, তাৰ ভিতৰৰ বিস্বাস আৰু বাঢ়ি গল। পৰমেশ্বৰৰ আশে পাশে  লগ পোৱা কাৰোবাৰ বাবে কিমান মহান হয়! সেই বিস্বাসৰ বাবে, হানোক পৰমেশ্বৰক আনন্দিত কৰা পালে আৰু আগত, তেওঁক তুলি নিয়া হল যাতে তেওঁ মৃত্যু নেদেখে  ।

যদি আপুনি পৰমেশ্বৰক পূৰ্ণ বিস্বাস ৰাখে, তেন্তে আপুনি পৰমেশ্বৰক আনন্দিত কৰা হব। পৰমেশ্বৰো আপোনাৰ সাক্ষী দিব। ” মোৰ দাস মোচি তেনে নহয়। তেওঁ মোৰ ঘৰৰ আটাই লোকৰ মাজত বিশ্বাসী( গননা পুস্তক ১২:৭)। সেয়া মুচিৰ বিষয়ে পৰমেশ্বৰৰ সাক্ষী আছিল, দায়ুদৰ বিষয়ে কয়, ” মোৰ মনৰ দৰে এজনক, অৰ্থাৎ যিচয়ৰ পুত্ৰ দায়ুদক পালোঁ; তেওঁ মোৰ সকলো ইচ্ছা পূৰ্ণ aকৰিব৷’( পাঁচনিকৰ্ম ১৩:২২), , নাথলেন বিষয়ে চাওক ” এওঁক চোৱা, এজন প্রকৃত ইস্ৰায়েলী লোক। তেওঁৰ ভিতৰত একো ছলনা নাই!( যোহন ১:৪৭)  আৰু ইয়োবৰ বিষয়ে কয়, ” তুমি মোৰ দাস ইয়োবলৈ মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই।” ( ইয়োব ১:৮)।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, পৰমেশ্বৰ আপোনাৰ বিষয়ে সেই দৰে সাক্ষী দিব লাগে। কিয় এনেকুৱা নহয় নে?

মন কৰিবলগীয়া:”সৌৱা চোৱা, মোৰ দাস, মই তেওঁক ধৰি ৰাখিছোঁ; মোৰ মনোনীত লোকত, মোৰ আত্মাই সন্তুষ্ট হৈছে; মই তেওঁৰ ওপৰত মোৰ আত্মা স্থিতি কৰিলোঁ; তেওঁ দেশবাসীসকলৰ মাজত ন্যায় বিচাৰ কৰিব।”  ( যিচয়া ৪২:১)।

Leave A Comment

Your Comment
All comments are held for moderation.