Appam - Assamese

আগস্ট 19 – বিস্বাসী যি প্ৰসন্ন কৰে!

” কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য “( ইব্ৰী ১১:১৬)।

এই জগতত, পৰমেশ্বৰক কেনেকৈ আনন্দিত কৰিব, এয়া আপোনাৰ মূখ্য কাৰ্য্য হব লাগে। যেতিয়া আপুনি তেওঁক  আনন্দিত কৰিবলৈ কিবা কৰে, তেন্তে তেতিয়া তেওঁ আপোনাত আনন্দিত হব , তেওঁ আপোনাৰ আত্মাক প্ৰেম কৰা ৰূপে সদায় থাকিব। তেওঁক কেনেকৈ আনন্দিত কৰিব?

সৰ্ব প্ৰৰ্থম আপুনি যি পৰমেশ্বৰত বিস্বাস ৰাখিছে, এয়া সেই কাৰক হয় যি এয়া নিৰ্ধাৰিত কৰে যে বিস্বাস অবিহনে তেওঁক আনন্দিত কৰা অসম্ভব। হয়। আপোনাক তেওঁ লোকৰ ওপৰত বিস্বাস কৰিব লাগিব। কেৱল তেওঁৰ ওপৰত ১০০% বিস্বাস কৰিব লাগিব। কওক, ” পৰমেশ্বৰ , মই কেৱল আপোনাৰ ওপৰত বিস্বাস কৰো ” আৰু ইয়াক ১০০০ বাৰ সুৱৰাক। সেই অনুপাতে, সেই বিস্বাসক নিয়মাৱলী কৰক।

নিজৰ জীবনৰ  বিস্বাসক অধিকাৰী বনাবলৈ আপোনাক কি কৰিব লাগে!? পবিত্র শাস্ত্ৰ কয়, “এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়।  ( ৰোমীয়া ১০:১৭)। আপোনাৰ জীবনক তেওঁৰ ওপৰত বিস্বাস গড়াই ৰাখিবলৈ, পৰমেশ্বৰৰ বাক্য আপোনাৰ বাবে আৱশ্যক হয়। পবিত্র শাস্ত্ৰ, যি আত্মা আৰু জীবন হয়, পৰমেশ্বৰৰ প্ৰেমক আপোনালৈ আনিবলৈ এটি ডাঙৰ ভুমিকা গ্ৰহণ কৰে। যেতিয়া আপুনি তেওঁৰ ওপৰত বিস্বাস ৰাখিব আৰু তেওঁৰ ওপৰত নিৰ্ভৰ হয় যাব, তেতিয়া তেওঁ আপোনাৰ ওচৰত আনন্দিত হব।

পৰমেশ্বৰৰ দ্বাৰা আব্ৰাহমৰ ওপৰত প্ৰেম ৰখাৰ পিছৰ ৰহস্য কি হয়? এয়া আব্ৰাহমৰ পৰমেশ্বৰৰ ওপৰত বিস্বাস আছিল। পবিত্র শাস্ত্ৰ কয়, ” ঈশ্ৱৰে তেওঁক যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা সম্পূর্ণভাৱে সিদ্ধ কৰিব পাৰে বুলি তেওঁ জানিছিল৷” ( ৰোমীয়া ৪:২১)।

সেই বিস্বাসৰ ৩টা ভাগ আছে। সৰ্ব প্ৰৰ্থম তেওঁ নিজৰ শৰীৰ আৰু চাৰাৰ মৃত গৰ্ভত মনোযোগ নিদিলে। ২য় কেৱল তেওঁ সেয়াত মনোযোগ দিলে যি পৰমেশ্বৰে কয়ছিল। ৩য় তেওঁ পৰমেশ্বৰৰ মহিমা কৰি থাকিল আৰু এই দৰে বিস্বাসত দৃঢ় হয় গল! এই দৰে, তেওঁ পৰমেশ্বৰক আনন্দিত কৰা ৰূপে হয় গল।

আব্ৰাহমৰ অনুসৰি কৰক আৰু নিজৰ শাৰীৰিক দুৰ্বলতাত মনোযোগ নিদিয়ক  । অন্য সফলতাত আৰু অভাবৰ বিষয়ে না ভাবিলে। লগতে, পৰমেশ্বৰৰ সকলো প্ৰতিঞ্জা আৰু তেওঁৰ দ্বাৰা কৰা সকলো আচৰিত কৰ্ম ওপৰত মনোযোগ ৰাখক। পুনৰ, এয়া কয় পৰমেশ্বৰৰ মহিমা কৰক, ” পৰমেশ্বৰ আপোনাৰ ধন্যবাদ কিয়নো আপুনি মোৰ জীবনত যি কৰিবলৈ গয় আছে। ” যেতিয়া আপুনি বিস্বাসত আব্ৰাহমৰ সমান হয় যাব আৰু পৰমেশ্বৰক আনন্দিত কৰিব।

পৰমেশ্বৰৰ ওপৰত সম্পূর্ণ বিস্বাস ৰাখক। পৰমেশ্বৰক আনন্দিত কৰাৰ এয়া একমাত্ৰ বিষয় হয়।

মন কৰিবলগীয়া:”  বিশ্বাস হৈছে, আশা কৰা বিষয়ৰ নিশ্চিত জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি। “( ইব্ৰী ১১:১)।

Leave A Comment

Your Comment
All comments are held for moderation.