No products in the cart.
আগস্ট 12 – দিয়াত আনন্দ!
” তেওঁলোকে নিজ ইচ্ছাৰে আৰু সকলো হৃদয়েৰে যিহোৱাৰ উদ্দেশ্যে দান দিয়াৰ কাৰণে প্ৰজাসকলে আনন্দ কৰিলে। ৰজা দায়ূদেও মহা-আনন্দ কৰিলে। ” ( ১ বংশাৱলী ২৯:৯)।
দিয়াত সদায় আনন্দ হয় । সেয়া তেতিয়া যেতিয়া আপুনি পৰমেস্বৰক দিয়ে সেয়া আনন্দ হেজাৰ গুন বেশি হয়। সেই বাবে যেতিয়া আপুনি দিয়ে তেন্তে সম্পূর্ণ হৃদয়েৰে আৰু আনন্দৰে ইয়াক দিয়ক।
এবাৰ, দুপৰীয়া সময়ত, যেতিয়া মোৰ পিতৃ এটি ঠাইৰ অংশত গয় আছিল, তেওঁ লোকে চালে যে এজন পালক বিপৰীত দিশৰ পৰা আহি আছিল। তেওঁ মোৰ পিতৃক জনা নাছিল। ওচৰলৈ অহাত, তেওঁ লোকে মোৰ পিতৃক ভোজনৰ বাবে ওচৰৰ এখন হোটেলৰ বিষয়ে কবলৈ কলে। তেওঁ এই কথাত জোৰ দিলে যে হোটেল সৰল আৰু কমখৰচৰ হব লাগে।
এয়া শুনি মোৰ পিতৃ বুজি পালে যে তেওঁৰ ওচৰত টকাৰ অভাব আছে। সেই বাবে তেওঁ নিজৰ সকলো টকা ওলাই পাষ্টৰক এয়া কয় দিলে, ” মই পৰমেস্বৰৰ সেৱক হয় আৰু আপুনিও। মই বিচাৰো আপুনি ভাল আৰু প্ৰাৰ্যাপ্ত ভোজন কৰা। ” সেই পালক জন প্ৰৰ্থমে মনা কৰিছিল ল, কিন্তু শেষত তেওঁ বহুত কৃতজ্ঞতা সৈতে টকা গ্ৰহণ কৰি ললে।
পালক যোৱাৰ পিছত, মোৰ পিতৃৰ হৃদয় আনন্দৰে পৰিপূৰ্ণ হয় গল। সেই সম্পূর্ণ দিন প্ৰাৰ্থনা দ্বাৰা, তেওঁ পৰমেস্বৰৰ উপস্থিত বহুত বেছি অনুভৱ কৰিলে। যেতিয়া পৰমেস্বৰৰ সেৱকক কিবা দিয়া হয়, বাস্তৱত পৰমেস্বৰক আনন্দিত কৰে।
পৰমেস্বৰক দিয়া আপোনাৰ বাবে পৃথিবীৰ সকলোতকৈ ডাঙৰ আশীর্বাদ হয়। যীশুৱে কলে, ” গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।” ( পাঁচনিকৰ্ম ২০:৩৫)। ইয়াৰ বাদে, এয়া এটি মিঠা – সুগন্ধৰ সমান হয়। ফিলিপিয়ই পাঁচনি সেৱাকাৰ্যৰ দ্বাৰা পৌলৰ তেওঁৰ সৰ্বোচ্চ স্তৰত সহায় কৰিলে আৰু তাক প্ৰতসাহিত কৰিলে। তাক প্ৰাপ্ত কৰি, পুলক বহুত আনন্দ হল।
সেই বাবে তেওঁ আনন্দৰে কয়, “সকলো বিষয়তে মোৰ প্ৰচুৰতা আছে৷ মই সম্পূর্ণ হ’লো৷ মই ইপাফ্ৰদীতৰ দ্ৱাৰাই আপোনালোকৰ পৰা উপহাৰবোৰ পালোঁ, সেয়া সুগন্ধৰ আঘ্ৰাণ স্বৰূপe আৰু ঈশ্বৰৰ গ্ৰাহ্য আৰু সন্তোষজনক যজ্ঞ স্বৰূপ৷” ( ফিলিপীয়া ৪:১৮)।
পৰমেস্বৰৰ মৰমিয়াল সন্তান, পৰমেস্বৰক আনন্দ দিয়ক। তেওঁ স্বৰ্গৰ দুৱাৰ মুকলি কৰিব। স্বৰ্গৰ দুৱাৰ মুকলি কৰি আপোনাক হেজাৰ গুন আশীর্বাদ দিব। ইমানেই নহয়, এয়া এটি বহুত ডাঙৰ আনন্দ হয় যাক জগতে দিব নোৱাৰে আৰু লব নোৱাৰে।
মন কৰিবলগীয়া:” কিন্তু য’ত পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দিব নোৱাৰে, এনে স্বৰ্গত নিজৰ বাবে ধন সাঁচা।”( মথী ৬:২০)।