Appam - Assamese

আগস্ট 10 – বাপ্তিস্মাৰ বাবে আনন্দ!

” যেতিয়া তেওঁলোক পানীৰ পৰা উঠিল, প্রভুৰ আত্মাই ফিলিপক কাঢ়ি লৈ গল; তাতে নপুংসকে তেওঁক পুনৰ দেখা নাপালে৷ তেওঁ আনন্দ মনেৰে নিজ বাটে গুছি গ’ল। ” ( পাঁচনিকৰ্ম ৮:৩৯)।

ইয়াত এজন  নপুংসক বিষয়ে লিখা আছে যি ইথিওপিয়া আৰাধনা কৰিবলৈ যিৰুচালেমত আহিছিল। আচলতে কি হয় সেই নপুংসকৰ  আনন্দৰ ৰহস্য? হয়, এয়া সেই আনন্দ হয় যি বাপ্তিস্ম বাবে আহিল। সেই আনন্দ যিৰুচালেম গয় বা তাত আৰাধনা কৰাৰ বাবে প্ৰাপ্ত হোৱা নাছিল। সেয়া বাপ্তিস্ম লোৱা দ্বাৰা তেওঁক প্ৰাপ্ত হল।

যোহন বাপ্তিস্ম দিয়া কেৱল পাপৰ প্ৰায়চিতৰ বাবেই বাপ্তিস্ম দিলে। যিসকলে নিজৰ পাপৰ স্বীকাৰ কৰিলে, তেওঁ নিজৰ বেয়া জীবন আতৰ হয় গল আৰু পৰমেশ্বত এটি নতুন জীবন জীয়াই থাকিব ললে।

কিন্তু, যেতিয়া যীশু খ্রীষ্ট বাপ্তিস্ম লবলৈ আহিল, তেতিয়া তেওঁ বাপ্তিস্ম আনন্দৰ এটি আৰু কাৰন কলে। তাৰ অনুসাৰে, বাপ্তিস্ম কেৱল পাপৰ প্ৰায়চিত নহয় কিন্তু পৰমেশ্বৰৰ ধাৰ্মিকতা পূর্ণ কৰাও হয়। যেতিয়া যীশুৱে বাপ্তিস্ম ললে তেন্তে স্বৰ্গত কিমান আনন্দ হল যে সেয়া মুকলি হয় গল! পিতৃৰ বাবে এয়া আৰু ডাঙৰ আনন্দৰ কথা হয়, তেওঁ কলে, ” এয়া মোৰ প্ৰিয় পিত্ৰ, এওত  মই পৰম সন্তুষ্ট! ” য়া পৰমেশ্বৰৰ আত্মাৰ বাবে  বহুত আনন্দৰ কথা নহয় নে যে  কপৌৰ দৰে তেওঁৰ ওপৰত নামিল আৰু তেওঁৰ ওপৰত ৰয় গল?

যীশু খ্রীষ্টৰ কষ্ট আৰু ক্ৰুচৰ মৃত্যুৰ পিছত বাপ্তিস্মৰ আনন্দ  আৰু অধিক প্ৰমুখ্যেতা প্ৰাপ্ত হল। যিয়ে বাপ্তিস্ম লয়, তেওঁ যীশু খ্রীষ্ট সৈতে দুখ, মৃত্যু আৰু মৈদামৰ সৈতে নিজকে এক কৰি লয়। বাপ্তিস্মৰ আগেয়ে পানীত ঠিয় হয় , এয়া মনত পেলাই যে যীশুৱে কেনেকৈ নিজকে বলিদান কৰিলে, নিজকে খ্ৰীষ্টৰ সৈতে একগোট কৰি আৰু আনন্দৰে  ঘোষনা কৰে, ”  মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ’লো; মই জীয়াই আছোঁ বুলিলেও, সেয়ে এতিয়া মই নহয়, খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে( গালতিয়া ২:২০)। এয়া কেনেকুৱা আনন্দ!

পানীত ডুব যোৱা যীশু খ্রীষ্টৰ মৃত্যুৰ সংকেত হয়, তেন্তে নিশ্চয় তেওঁৰ জী উঠাৰ সামৰ্থৰ দ্বাৰা এক হয় যায়। যেতিয়া আপুনি ডুব গয় বাহিৰলৈ আহে, তেতিয়া আপুনি এয়া কয় অংগীকাৰ  কৰে, ‘ যীশু খ্রীষ্ট মৃত্যুৰ মাজত জী উঠিল। ময়ো তেওঁৰ পুনৰুস্থানৰ সামৰ্থৰ দ্বাৰা এটি বিজয়ী জীবন জীয়াই থাকিম। আপোনাৰ আনন্দ সম্পূর্ণ হয় যাব। যি সকলে বাপ্তিস্ম প্ৰাপ্ত কৰে তেওঁ এক মহান আনন্দ অনুভৱ কৰে, যেতিয়া লোহিত সাগৰ পাৰ হওতে  ইস্ৰায়েলৰ সন্তানসকলে অনুভৱ হৈছিল।

মন কৰিবলগীয়া:”কাৰণ আপোনালোক যি সকলে খ্ৰীষ্টত বাপ্তিস্ম লৈছে, তেওঁলোক সকলোৱেই নিজক খ্ৰীষ্টৰে ঢাকিলে। ”  ( গালতিয়া ৩:২৭)।

Leave A Comment

Your Comment
All comments are held for moderation.