Appam - Assamese

ডিসেম্বর 03 – ঈশ্বৰৰ দয়া!

” কিন্তু মোক মানুহৰ হাতত পৰিবলৈ নিদিয়ক।”(২চনূৱেল ২৪:১৪)।

পৰমেশ্বৰৰ দয়া মহান হয়। এবাৰ দয়ালু দায়ুদে আঞ্জা দিলে যে যিহেদা আৰু সকলো লোকৰ গননা কৰাৰ। এয়া কাৰ্য্য দায়ুদক নিজৰ শক্তি আৰু নিজৰ লোকৰ দলৰ ৱিৰ্ভৰতাক দৰ্শাই। আৰু যেৱাবে নিজৰ সেনাপতি যোৱাবক ইস্ৰায়েলীৰ বংশ অনুসাৰে গননাৰ আদেশ দিলে। যেতিয়া যোৱাবে নিজৰ সেনাপতিক ইস্ৰায়েলীৰ বংশ অনুসাৰে গননা কৰিবলৈ আদেশ দিলে। এয়া লৈকে যেতিয়া ইয়াবে এনেকুৱা জনগননা কৰিবলৈ আদেশ দিলে । এয়ালৈকে যেতিয়া যোৱাবক অনুৰোধ কৰিলে, কেতিয়াও নিজৰ নিৰ্নয়ত দৃঢ় আছিল। আৰু জনগননা কৰিবলৈ এই কাৰ্য্য, পৰমেশ্বৰৰ ওপৰত ভাৰষা কৰিবলৈ নিজৰ সৈনিকৰ শক্তিৰ ওপৰত ভাৰষা কৰা, প্ৰভুৰ দৃষ্টিত এটি পাপ আছিল।

দায়ুদৰ অধৰ্মৰ দন্ড ৰূপে, পৰমেশ্বৰৰ দায়ুদৰ ওচৰত তিনিটা বিকল্প ৰাখক। তেওঁ বিচাৰিছিল যে দায়ুদ বা দেশত ৭ বছৰৰ আকাল বিচাৰক, বা তিনিটা মাহৰ লৈকে শত্ৰু তেওঁৰ পিছ পৰক, বা দেশত তিনি দিনৰ সমস্যা আহিল। যেতিয়া দায়ুদে এয়া শুনিলে, তেতিয়া তেওঁ বহুত ব্যাকুল হল। আৰু দায়ুদে কলে :”তাতে দায়ূদে গাদক ক’লে, “মই বৰ ঠেকত পৰিছোঁ৷ আমি যিহোৱাৰ হাতত পৰা ভাল, কিয়নো তেওঁৰ দয়া প্ৰচুৰ, কিন্তু মোক মানুহৰ হাতত পৰিবলৈ নিদিয়ক।” (২ চমূৱেল ২৪:১৪)।

আপোনাক কেতিয়াও মনুষ্য বা চয়তানৰ হাতত পৰিব নালাগে, কিন্তু প্ৰভুৰ ফালে উলটিব লাগে। কিয়নো প্ৰভুক তাড়না দিয়াৰ পিছতো তেওঁ তোমাক প্ৰেমেৰে সাৱটি লয়। যত তেওঁ দুখ দিয়ে, তেওঁ আপোনাক বান্ধে। আৰু তোমাৰ ওপৰত তেওঁৰ ডাঙৰ দয়া হয়। আৰু তেওঁ তোমাৰ পাপৰ অনুসাৰে তোমাক দন্ড নিদিয়ে, কিন্তু অনুগ্ৰহপূৰ্বক ক্ষমা কৰে, আৰু তুমি পবিত্র জীবন জীয়াই থাকিবলৈ অনুগ্রহ দিয়ে।

পবিত্র শাস্ত্ৰ কয় :” আমি যে সম্পূৰ্ণ শেষ নহলোঁ, এইটোৱে যিহোৱাৰ বিশ্ৱাসযোগ্য নিয়ম; কিয়নো তেওঁৰ কৰুণাময় কাৰ্যৰ শেষ নাই! 23 তেওঁৰ কৰুণাময় কাৰ্য প্ৰতি প্ৰভাততে নতুন হয়; তোমাৰ বিশ্বস্ততা মহৎ! মোৰ প্ৰাণে কয়, “যিহোৱায়েই মোৰ অংশ,” এই হেতুকে মই তেওঁত ভাৰসা কৰিম।( বিলাপগীত ৩:২২, ২৩)। বাস্তৱত, আমাৰ পাপ ইমান গভীৰ হয়, আৰু আমি এটি গভীৰ দন্ডৰ পাত্ৰ হয়। কিন্তু যেতিয়াৰ পৰা পৰমেশ্বৰৰ দয়া আৰু অনুগ্ৰহ অধিক হয় , তেওঁ পৃথিবীত নামি আহিল আৰু মেৰ পোৱালি হয় গল যি আমাৰ পাপৰ বাবে গচকা হল আৰু আমাৰ অধৰ্মৰ কামৰ বীবে তাড়না দিয়া হল।তেওঁ নিজকে নিজে পাপ বলী ৰূপে অৰ্পিত কৰিলে। আপুনি তেওঁৰ পৰা ইমান প্ৰচুৰ দয়া কেনেকৈ প্ৰাপ্ত কৰে? পবিত্র শাস্ত্ৰ কয়:”যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব;কিন্তু যিজনে নিজৰ পাপ স্বীকাৰ কৰি সেইবোৰ ত্যাগ কৰে, সেই জনে দয়া পাব। ( হিতোপদেশ ২৮:১৩)।

মনুষ্যৰ দয়াৰো এটি সীমা হয়। কিন্তু মনুষ্যৰ দয়া আৰু কেনো সীমা নায়। যত মনুষ্যৰ দয়া, সময়ৰ সৈতে পৰিবৰ্তন হয়, পৰমেশ্বৰৰ প্ৰেম আৰু অনুগ্ৰহ কেতিয়াও পৰিবৰ্তন নহয়, অন্তহীন হয়, আৰু চিৰকাললৈ থাকিব।” কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা দয়ালু ঈশ্বৰ; তেওঁ আপোনাক হতাশ নকৰে আৰু ধ্বংসও নকৰে, আৰু আপোনালোকৰ পিতৃসকলৰ লগত যি প্ৰতিজ্ঞা কৰি শপত খাইছিল তাক তেওঁ নাপাহৰে। ( দ্বিতীয় বিৱৰণ ৪:৩১)।

মন কৰিবলৈ:”গৰাকীৰ হাতলৈ যেনেকৈ দাসবোৰৰ চকু থাকে, আৰু দাসীৰ চকু যেনেকৈ গৰাকীয়ণীৰ হাতৰ ফালে থাকে, তেনেকৈ আমাক কৃপা নকৰা পর্যন্ত আমাৰ চকুৱে আমাৰ ঈশ্বৰ যিহোৱালৈ চাই থাকে। আমাক কৃপা কৰা, হে যিহোৱা, আমাক কৃপা কৰা; ( গীতমালা ১২৩: ২)।

Leave A Comment

Your Comment
All comments are held for moderation.