Appam - Assamese

ਨਵੰਬਰ 16 – প্ৰথম ফল!

“ঈশ্বৰে তেওঁৰ নিজ ইচ্ছাৰে সত্য বাক্যৰ দ্বাৰাই আমাক জীৱন দিলেj যাতে তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ”।( যাকোব ১:১৮)।

আপোনালোক সকলো প্রথম ফল হবলৈ পূৰ্বনিৰ্ধাৰিত হয়। আৰু এই উদ্দেশ্যেৰে পৰমেশ্বৰ তোমাক সত্যৰ বাক্যৰ দ্বাৰা উৎপন্ন কৰিলে।

মাত্ৰ ‘ প্ৰথম ফল’ শব্দৰ মনোযোগ কৰক! সাধাৰনতে গছৰ শাখা আৰু পাত সৈতে উলায়  , আৰু ইয়াৰ পৰা কেবাটাও কলি মৰহি যাব পাৰে, আৰু ফুলি থকা অৱস্থা লৈকে নাপায়। যিমান ফুল ফুলে, সেয়া ফল নেহোৱালৈকে  নাথাকে কিছুমান কীট পতংগ বা তীব্ৰ ধুমুহাৰে নষ্ট হয় যায়। কিন্তু কিছু শেষত ইয়াক এটি পকা ফল ৰূপে নিৰ্মাণ কৰে, যি সুস্থ, মিঠা আৰু সুখদ  হয়।

যি  গছৰ প্ৰথম ফলত পৰিবৰ্তন হয় যায়। যেতিয়া গেহু  খেতি কৰা হয়, কটাৰ সময়ত কিছুমান গোট হব যি গুটিৰ অবিহনে হব। কটা শেষ হোৱাৰ পিছত, কৃষকে টুঙুৰি বেলেগ কৰি জলাই দিয়ে , যত গেহুৰ  গুটি এটি ঠাইত একগোট হয় যায়।

এয়া সত্য যে যীশু খ্রীষ্ট ক্ৰুচত দুখ তুলিলে ,  নিজৰ বহুমূল্য তেজ বুলালে আৰু আমাৰ প্ৰত্যেকৰ বাবে মৃত্যু হয় গল। আৰু তেওঁ তৃতীয় দিনা পুনৰ জী উঠিল। এই মহান ঘটনা বিষয়ে বহুতো লোকক স্পৰ্শ কৰি গল, তেওঁ নিজৰ খ্ৰীষ্টৰ বিশ্বাস আৰু পৰিপূৰ্ণ নোহোৱাকৈ ৰয় যায়। তাৰে ভিতৰত কিছু, নতুনকৈ জন্ম লোৱাৰ পিছতো, জগতৰ অনুসৰন  কৰে আৰু নিজৰ বিস্বাসত পিছ পৰি যায়। কিছু অন্য এনেকুৱা আছে, যি স্বাধীনতা অনুভৱ কৰাৰ পিছতো, জগতৰ সুখৰ ফালে আকৰ্ষিত হয় আৰু পিছ পৰি যায়  কিয়নো তেওঁ লোকৰ সৈতে এটি দৃঢ় প্ৰাৰ্থনা জীবন নায়।

যত কিছুমান এনেকুৱা আছে যি পৰিপূৰ্ণ ৰূপে এই বোৰত প্ৰগতি কৰি আছে, বাপ্তিস্ম লয়, অবিশেষ প্ৰাপ্ত কৰে আৰু প্ৰভুৰ বাবে অপ্ৰিয়তা জীবন নিৰ্বাহ কৰে। তেওঁ লোক প্ৰভুত দৃঢ় থাকে আৰু পূৰ্ণতা আৰু পবিত্রতা ফালে দৃঢ় প্ৰগতি কৰে, আৰু এটি বিজয়ী জীবন নিৰ্বাহ কৰে।

ইস্ৰায়েলীক যেতিয়া মিচৰ দেশৰ বন্ধন পৰা মুকলি কৰিলে, তেতিয়া তেওঁ লোকক  কানান দেশত প্ৰৱেশ কৰিবলৈ মনোনীত কৰিলে। কিন্তু তাৰে কিছুমান, নহৰু  পিঁয়াজ তৰভুজ আদিৰ লোভৰ কাৰনে জংঘলৰ  বাটতে  মৃত্যু হয় গল। আৰু কিছু আছিল, তেওঁ লোকৰ দ্বাৰা প্ৰভু পৰীক্ষা লোৱা আৰু খিচ খিচৰ বাবে, তেওঁৰ মনোনীত অমান্য কৰা হৈছিল। সেই সময়ত তেওঁ লোকৰ মাজতে, কেৱল যিহোচূৱা আৰু কালেব প্ৰথম ফল ৰূপে কানান দেশৰ উত্তৰাধিকাৰী ৰূপে প্ৰৱেশ কৰাত সক্ষম আছিল।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, যেতিয়া আপুনি যীশু খ্রীষ্টক নিজৰ প্ৰভু আৰু উদ্ধাৰকৰ্তা ৰূপে স্বীকাৰ কৰে, তেতিয়া আপুনি নতুন সৃষ্টি হয় যায়। যত এয়া আৰাম্ভনি হয়, আপোনাক নিৰন্তৰ আগবঢ়া আৰু পৰিপূৰ্ণ হোৱা আৰু খ্ৰীষ্টত পবিত্র আৰু সিদ্ধ হোৱা কেতিয়াও পাহৰিব নালাগে।

মন কৰিবলগীয়া:”সেই জন তেৱেঁই, যি জনৰ বিষয়ে আমি প্ৰচাৰ কৰি আছোঁ৷ আমি প্ৰত্যেক জনকে সতৰ্ক কৰোঁ আৰু সকলো প্ৰজ্ঞাৰে প্ৰতিজনক শিক্ষা দি খ্ৰীষ্টক প্ৰচাৰ কৰোঁ যাতে খ্ৰীষ্টে সকলোকে ঈশ্বৰৰ ওচৰত সিদ্ধ লোক ৰূপে উপস্থিত কৰিব পাৰে৷” ( কলচীয়া  ১:২৮)।

Leave A Comment

Your Comment
All comments are held for moderation.