Appam - Assamese

ਨਵੰਬਰ 13 – অনন্ত!

” গিদিয়োনে তেওঁক ক’লে, “কিন্তু হে মোৰ প্ৰভু, মই কেনেকৈ ইস্ৰায়েলক উদ্ধাৰ কৰিম? চাওক, মনচি ফৈদৰ মাজত মোৰ পৰিয়ালেই হৈছে সকলোতকৈ দুৰ্ব্বল। ইয়াৰ উপৰি মোৰ পিতৃ বংশত মইয়ে সবাতোকৈ গুৰুত্বহীন ব্যক্তি।”( বিচাৰকৰ্তাসকল ৬:১৫)।

আমাৰ ঈশ্বৰ সেই লোকসকলক উচ্চ কৰে যি কম উচ্চতাৰ আৰু যি বিনম্ৰৰৰ হয় তেওঁ লোকক অসীম কৃপা প্ৰদান কৰে। তেওঁ সৰু গোটক চায় তেওঁ লোকক ভয় নকৰি সান্ত্বনা দিয়ে, কিয়নো তেওঁ লোকক ৰাজ্য দিয়া পিতৃৰ ভাল আনন্দ হয়।

হব লাগে আপুনি আপোনাৰ পৰিয়ালত সকলোতকৈ কম হব পাৰে আৰু সকলোৱে তুচ্ছ ভাবিব পাৰে। অন্য আপোনাক বহুতে সৰু ভাবিব পাৰে। কিন্তু আমাৰ পৰমেশ্বৰ তোমাক  উচ্চ আৰু বহুমূল্য ভাবিব পাৰে। পবিত্র শাস্ত্ৰ আমাক  কয়, :”তেওঁ নিঃকিন অৱস্থাৰ পৰা দৰিদ্ৰক উন্নত কৰে,তেওঁ গোবৰৰ দ’মৰ পৰা দৰিদ্র জনক উঠায়৷ তেওঁলোকক প্ৰতাপী জনৰ সৈতে বহিবলৈ যোগ্য কৰে,উত্তৰাধিকাৰী সূত্ৰে সন্মানীয় স্থান প্ৰদান কৰে৷কিয়নো পৃথিৱীৰ স্তম্ভবোৰ যিহোৱাৰেই,তেওঁ তাৰ ওপৰত জগতখন স্থাপন কৰিলে।” ( ১ চমূৱেল ২:৮)।

সেই দিনা, গিদনে নিজকে নিজে নম্ব কৰিলে আৰু স্বীকাৰ কৰিলে যে তেওঁৰ বংশ সকলোতকৈ দুৰ্বল আৰু তেওঁ নিজৰ পিতৃৰ গৃহৰ  সকলোতকৈ সৰু হয়। আৰু যিহোৱায় তেওঁক কলে, “যিহোৱাই তেওঁক ক’লে, “মই তোমাৰ সঙ্গত থাকিম, তাতে তুমি সকলো মিদিয়নীয়া সৈন্যক পৰাজিত কৰিবা।” ( বিচাৰকৰ্তাসকল ৬:১৬)।

ইমানেই নহয়, সকলোতকৈ কম প্ৰথম বাৰ গিদোনক মতাত, তেওঁ তেওঁক পৰাক্ৰমী  কলেজ। তেওঁ তেওঁক, আস্বাসৰ কৰাৰ দ্বাৰা প্ৰতাসিৎ কৰিলে:” হে বীৰ, যিহোৱা  তোমাৰ সৈতে আছে! “। দায়ুদক সকলোৰে দৃষ্টিত সৰু দুৰ্বল আৰু তুচ্ছ মনা  হৈছিল। আৰু দায়ুদক মেৰ চাগে চৰোৱাৰ কাৰ্য্য সমৰ্পন কৰা হৈছিল। কিন্তু যিহোৱা দায়ুদৰ সৈতে আছিল। কিন্তু পৰমেশ্বৰ দায়ুদৰ সৈতে আছিল, যি তুচ্ছ বুজা হৈছিল। পৰমেশ্বৰে তাক আশীর্বাদ দিলে আৰু তাক বহুত উচ্চ কৰিলে আৰু ইস্ৰায়েলৰ ৰজা ৰূপে তেওঁৰ অবিশেষ  কৰিলে। আৰু তেওঁৰ সৈতে দায়ুদে প্ৰতিঞ্জা   কৰিলে, যাতে তেওঁৰ গৃহ সদায় স্থিৰ থাকিব।

আৰু সেই প্ৰতিঞ্জাৰ  উত্তৰত, দায়ুদে নিজকে নিজে নম্ৰ কৰি কলে :”মই তেওঁৰ পিতৃ হম আৰু তেওঁ মোৰ পুত্ৰ হ’ব। তেওঁ অপৰাধী হ’লে মই মনুষ্যসকলৰ দণ্ডেৰে আৰু মনুষ্য সন্তান সকলৰ প্ৰহাৰৰ দ্বাৰাই তেওঁক শাস্তি দিম৷” ( ২ চমূৱেল ৭:১৪)।  লাগিলে আপুনি পৰীক্ষাৰ পথত গয় আছে, তথাপিও ঈস্বৰক দৃঢ়ভাবে সাৱটি ৰাখক যেনে আপুনি তেওঁৰ সৈতে আছে।

যদিও বৈতলেহেম ইস্ৰায়েলৰ সকলো বংশত  সৰু আছিল, তথাপিও পৰমেশ্বৰে সেই নগৰক নিজৰ জন্মস্থান ৰূপে বাচি ললে। আমি পবিত্র শাস্ত্ৰ পঢ়ো  :”কিন্তু হে বৈৎলেহেম-ইফ্ৰাথা,যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ,তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈ তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব,সেই জনৰ আৰম্ভণি পূৰ্বকালৰ পৰা অনন্তকাললৈকে; ( মীখ ৫:২)।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপুনি সেই বৈৎলেহম হয়। তুমি সেয়া হয় যৰ  পৰা খ্ৰীষ্ট ওলাব। আৰু পৰমেশ্বৰ তোমাক মাতি আছে যাতে তুমি পৰিশ্ৰমেৰে সেই স্ত্ৰীৰ দৰে উৎসাহেৰে প্ৰাৰ্থনা কৰা, যে যীশু খ্রীষ্ট অন্যৰ হৃদয়ত উৎপন্ন হওক। আপুনি এনেকুৱা প্ৰাৰ্থনা কৰিবনে?

মন কৰিবলগীয়া:”তাৰ পাছত তেওঁলোকক ক’লে, “যি কোনোৱে এই ল’ৰা জনক মোৰ নামেৰে গ্ৰহণ কৰে, তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকো গ্ৰহণ কৰে৷ কিয়নো তোমালোকৰ সকলোৰে মাজত যি জন আটাইতকৈ সৰু সেই জনেই মহান।” ( লুক ৯:৪৮)।

Leave A Comment

Your Comment
All comments are held for moderation.