Appam - Assamese

অক্টোবর 22 – মহিমা আৰু সন্মান!

” তথাপি আমি যীচুক দেখিছোঁ, যি জনক স্বর্গৰ দূত সকলতকৈ অলপহে সৰু কৰা হ’ল; তেওঁ দুখভোগ কৰি মৃত্যুবৰণ কৰাৰ কাৰণে তেওঁক মহিমা আৰু সন্মানৰ ৰাজমুকুট পিন্ধোৱা হ’ল। সেয়েহে, ঈশ্বৰৰ অনুগ্রহত প্রত্যেক মানুহৰ বাবে যীচুৱে মৃত্যুৰ আস্বাদ ল’লে”( ইব্ৰী ২:৯)।

যীশু খ্রীষ্ট ক্ৰুচত মৃত্যুৰ সোৱাদ ললে। তেওঁ কেৱল মৃত্যুৰ নহয় ভয় আৰু উথুল  পুথুলৰ সোৱাদ ললে, এই সকলোকে আতৰ ৰাখি আমাক  যি তেওঁৰ সন্তান হয়, তেওঁক এৰুৱাব  বিচাৰো।

এজন ধনী ব্যক্তি আছিল। তেওঁ নিজৰ ইচ্ছা অনুসাৰে জগতৰ বাসনাৰ  আনন্দ লয় বাস কৰিছিল। এদিন ৰাতি, যেতিয়া তেওঁ শুই আছিল, তেওঁ এষাৰ মাত শুনিলে, ” যত কোৱা হৈছিল, এজন ধনী ব্যক্তি কালি ৰাতিপুৱা ৬টাত মৃত্যু বৰন কৰিব। ”

সাৰ পায় মানুহজন ভয় খালে। তেওঁ নিজৰ পত্নীক উঠায় কপি কপি কলে , ” মোক ভয় লাগিছে। মোৰ কানত  এষাৰ মাত শুনিলো  যত কোৱা হৈছিল যে এজন ধনী ব্যক্তি মৃত্যু হবলৈ হৈছে। মই কালি ৰাতিপুৱা মৰিব  পাৰো। ” পত্নীয়ে এয়া কলে যে এয়া মাত্ৰ সপোন হব পাৰে বুলি কয় তেওঁক শুবলৈ  কলে।

কিন্তু সেই ধনী ব্যক্তি জন শুবলৈ পৰা নাছিল। তেওঁ চিকিৎসকক ঘৰলৈ আহিবলৈ কলে আৰু চিকিৎসক পুৱা শুনকালে  ঘৰলৈ আহিল। তেওঁ চিকিৎসা প্ৰণালীৰে তেওঁৰ পৰীক্ষা কৰিলে আৰু তেওঁক কলে, ” তুমি সুস্থ আছা তোমাৰ হৃদয় ভালদৰে কাম কৰি আছে। আপোনাৰ একো অনিষ্ট নহব অনুগ্ৰহ কৰি শুবলৈ যাওক। ” এয়া কয় গুচি গল।

ইয়াৰ বাদেও তেওঁ অসান্ত  হয় আছিল। তেওঁ দুখৰে  কবলৈ ধৰিলে, ” ৬ টা কেতিয়া হব আৰু মই কেতিয়া মৃত্যু বৰন কৰিম? ” যেতিয়া ৬টা বাজিলে তেতিয়া তেওঁৰ ওচৰত বৃদ্ধ আৰু ধৰ্মপ্ৰৰায়ন সেৱক এজন আহি কলে, ” শ্ৰী মান, মোৰ অদ্ভুত ঈস্বৰ মোক মীতিছে  , বিদায়। ” এয়া কয় তেওঁ নিজৰ বিচনাত গুচি গল আৰু এবাৰ তাৰ ওপৰত শুই গল, তেতিয়া তেওঁৰ প্ৰান গুচি গল।

ধনী ব্যক্তি জন ভাবিবলৈ ধৰিলে। সেই দিনা তেওঁক অনুভৱ হল, ” মই জগতৰ দৃষ্টিত ধনী মানুহ হয়। কিন্তু পৰমেশ্বৰৰ দৃষ্টিত মোৰ দাস কিমান ধনী হয়! তেওঁৰ উদ্ধাৰ কিমান মহান আৰু বহুমূল্য  হয়, তেওঁৰ ওচৰত দিব্যি শান্তি আৰু তেওঁ যি দিব্যি হৃদয় বনালে  সেই ঘটনা তেওঁক মুক্তি পথত পথপ্ৰদৰ্শক কৰিলে।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপুনি পৃথিবীত আৰ্থিক ৰূপে দুখীয়া, অশিক্ষিত আৰু সামান্য লোক হব পাৰে, কিন্তু আপুনি ঈস্বৰৰ দৃষ্টিত বহুমূল্য হয়। তেওঁ আপোনাক ধনী, আৰু তেওঁৰ উত্তৰাধিকাৰী ৰূপে চায়

মন কৰিবলগীয়া:” কিন্তু ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰিলে। (১ কৰন্থীয়া ১৫:৫৭)।

Leave A Comment

Your Comment
All comments are held for moderation.