No products in the cart.
অক্টোবর 18 – জীবন আৰু প্ৰচুৰ কে!
“তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ।( যোহন ১০:১০)।
আজি দুটি ডাঙৰ শক্তি ইজনে সিজনৰ বিৰুদ্ধে কাৰ্য্য কৰে। এটি ঈস্বৰীয় শক্তি আৰু আনটি চয়তানী শক্তি। শাস্ত্ৰ কয় , “তেতিয়া পিতৰে তেওঁলোকক কলে, “আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব” ( পাঁচনি কৰ্ম ১০:৩৮)।
বহু বছৰ আগেয়ে অষ্টেলিয়াত এটি ভয়ংকৰ মহামাৰী আছিল আৰু চিকৎসক সকলক কোনো উপায় নাছিল।
তেতিয়া তাৰে পালক এজনে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে আৰু কলে পৰমেস্বৰ তুমি কিয় এনে কৰিছা মোৰ মন্ডলিৰ সকলো লোককে মাৰিবা নে? তেতিয়া তেওঁ এয়া কয় বাক্য সোৱৰন কৰিলে।
তেওঁ এই পদক আকৌ ইংগিত কৰিলে, ‘ কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ।’।
পালকৰ চকু মুকলি হল যেতিয়া তেওঁ গম পালে যে চয়তান ৰোগ আৰু মৃত্যুৰ কাৰণ হয়। তেওঁ নিজৰ আত্মাত শক্তিশালী হয় গল। তেওঁ দৃঢ় হয় চয়তানী শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰিলে। তেওঁ এই কথাক শক্তিৰে সাৱটি ললে যে যীশুৱে চয়তানৰ ওপৰত জয় প্ৰাপ্ত কৰিলে, যি মৃত্যুৰ প্ৰধান আছিল, নিজৰ মৃত্যুৰ সৈতে তেওঁ যুদ্ধ কৰিবলৈ আৰম্ভ কৰি দিলে।
যেনেকৈ যেনেকৈ তেওঁ প্ৰাৰ্থনা কৰি গল, ৰোগৰ প্ৰভাৱ কম হবলৈ ধৰিলে। যত সংক্ৰমণৰ বিষয় মৃত্যুৰ সংখ্যা কম হবলৈ ধৰিলে, কিন্তু তেওঁ লোকে প্ৰাৰ্থনা কৰা বন্ধ নকৰিলে। তেওঁ এয়া কয় প্ৰতিশ্ৰুতি দিলে, ” চয়তান তোমাক মোৰ চাগৰ পৰা মেৰ চোৰ কৰাৰ অধিকাৰ কি? ” আৰু নিজৰ মন্ডলিৰ সকলো বিস্বাসীক খ্ৰীষ্টৰ চৰনলৈ লয় আহিল। তেতিয়াৰ পৰা বিস্বাসীও পৰমেশ্বৰৰ প্ৰতিঞ্জাক ধৰি ৰাখি প্ৰাৰ্থনা কৰি থাকিল আৰু বিজয়ী হল। ঘাতক মহামাৰীৰ অন্ত হল।
ৰোগ, দুখ, দৰিদ্ৰতা, ঋণ আদিৰ সন্মুখীন হয় দুখী নহব। ঈস্বৰক দোষ নিদিয়া। পৰমেশ্বৰৰ প্ৰতিঞ্জা সৈতে, বিস্বাসৰ ঢালক দৃঢ়ভাবে ধৰি ৰাখক, যি দুষ্টৰ সকলো উগ্ৰ ভাৱক নুমায় দিব। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, ভয় নকৰিবা। পৰমেশ্বৰ, যি বহুমূল্য তোমাৰ ওচৰত ঠিয় আছে। তেওঁ আপোনাক জীবন দিবলৈ আহিলে আৰু ই আপোনাত পৰিপূৰ্ণ কৰে।
মন কৰিবলগীয়া:” তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা আৰু সর্বনাশী মহামাৰীৰ পৰা ৰক্ষা কৰিব।( গীতমালা ৯১:৩)।