No products in the cart.
অক্টোবর 17 – স্বৰ্গীয় দুত আৰু আত্মিক শান্তি!
” কাৰণ সময়ে সময়ে প্রভুৰ এজন দূতে সেই পুখুৰীলৈ নামি গৈ পানীত আলোড়ন তোলে আৰু সেই আলোড়নৰ পাছতেই প্রথমে যি জনে পানীত নামিব পাৰে, তেওঁৰ যি কোনো ৰোগ ভাল হৈ যায়”।( যোহন ৫:৪)।
বৈথেচদাৰ এটি বিশেষজ্ঞতা আছিল যে তাত আচৰিতকৰ্ম হৈছিল। যেতিয়াও স্বৰ্গদুত নামি আহি পানীত আলোড়ন তোলে , প্রথমে যি জনে পানীত নামিব পাৰে, তেওঁৰ যি কোনো ৰোগ ভাল হৈ যায়।
বৈথেচদা’ শব্দৰ অৰ্থ ‘ দয়াৰ গৃহ’ হয়। সেই দয়া স্বৰ্গদুতে প্ৰকাশ কৰিছিল। যদি সেই স্বৰ্গদুত দয়ালু হল হেতেন তেন্তে তেওঁ সদায় সেই ঠাইত আহি পানীত আলোড়ন তোলিলে হেতেন আৰু সকলোৰে লাভ হল হেতেন।
সেই স্বৰ্গদুত কেতিয়া লৈকে এনেকুৱা কৰি থাকিব? হয়। সি তেতিয়া লৈকে এনেকুৱা কৰিলে যেতিয়া লৈকে যীশু খ্রীষ্ট ক্ৰুচত নিজৰ প্ৰান দি নিদিলে। আমাৰ সকলো ৰোগক যীশু খ্রীষ্ট ক্ৰুচত তুলি ললে। কিয়নো তেওঁ আমাৰ সকলো ৰোগ কষ্ট আতৰ কৰিবলৈ শক্তিশালী হয়, বৈথেচদা সকলো আৱশ্যকতা সমাপ্ত হয় গৈছিল। স্বৰ্গদুতকো উত্তেজক কাৰ্য্য কৰিবলৈ আৱশ্যকতা নাছিল।
গলগথাৰ সেই তেজ যি যীশু খ্রীষ্টৰ হয় আপোনাৰ ওপৰত তেতিয়া হয়তো যেতিয়া আপুনি দুৰ্বলতা আৰু ৰোগৰ সময়ত কালবাৰীৰ ক্ৰুচৰ ফালে চাই। ই আপোনাৰ সকলো ৰোগক সুস্থ কৰে। যীশু খ্রীষ্টৰ হাতে আপোনাক স্পৰ্শ কৰে আৰু আপোনাক সুস্থ কৰে।।
তেন্তে আপোনাক বৈথেচদা ফালে গয় গোটেই দিন প্ৰতীক্ষা কৰাৰ প্ৰয়োজন নায়। যীশু খ্রীষ্ট আপোনাৰ পাপক ক্ৰুচত তুলিবলৈ নেৰিলে।”সকলো ৰোগ দিছিলোঁ, সেইবোৰৰ কোনো ৰোগ তোমালোকক নিদিম ( যাত্ৰা পুস্তক ১৫:২৬)। পবিত্র শাস্ত্ৰ কয়, “তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ সেৱা কৰিবা। তোমালোকে এইদৰে কৰিলে মই তোমালোকৰ অন্ন-জলক আশীৰ্ব্বাদ কৰিম। মই তোমালোকৰ মাজৰ পৰা ৰোগ দূৰ কৰিম। ( যাত্ৰা পুস্তক ২৩:২৫)। “ইয়াৰ দ্বাৰা যিচয়া ভাববাদীয়ে কোৱা এই বচন পূর্ণ হ’ল, “তেৱেঁই আমাৰ দূৰ্বলতা ল’লে আৰু আমাৰ ৰোগৰ ভাৰ বলে।” ( মথী ৮:১৭)।
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, পৰমেশ্বৰ দয়া আৰু আত্মিক সুস্হতাত সমৃদ্ধ হয়। এতিয়া স্বয়ং তেওঁৰ ফালে চাওক। যেনেকৈ সূৰ্য উদয় হয়, তেনেকৈ বৰফ নাইকিয়া হয়, তেনেকৈ আপোনাৰ দুৰ্বলতা আৰু ৰোগ নাইকিয়া হয় যাব।
মন কৰিবলগীয়া: “কিন্তু মোৰ নামত ভয় ৰাখোঁতা যি তোমালোক, তোমালোকৰ প্রতি ধাৰ্মিকতাৰূপ সূৰ্য উদিত হ’ব, যাৰ কিৰণ সুস্থতাদায়ক; তোমালোকে বাহিৰ হৈ গোহালিৰ পৰা মুকলি হোৱা দামুৰিৰ নিচিনাকৈ ডেও দিবা। ( মলাখী ৪:২)।