Appam - Assamese

ਸਤੰਬਰ 23 –দ্ৰাক্ষালতা, আৰু ডাল!

” ময়েই দ্ৰাক্ষালতা, তোমালোক ডাল; যি জন মোৰ লগত থাকে আৰু ময়ো যি জনত থাকোঁ, সেই জন বহু ফলৱান হয়; কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা। “( যোহন ১৫:৫)

আমাৰ ঈস্বৰ দ্ৰাক্ষালতা হয় আৰু তুমি তাৰ ডাল হোৱা । অলপ ভাবক আপোনাৰ আৰু প্ৰভুৰ মাজৰ সম্বন্ধ অটল আৰু আচৰিত হব লাগে। যদি ডাল গছত নাথাকে, তেন্তে সেয়া মৰহি যায়।

গছ আৰু শিপাৰ মাজৰ সম্বন্ধত, গছ সদায় দিয়ে, আৰু শাখা সদায় প্ৰাপ্ত কৰে। পদার্থ, মিঠা, বিকাশৰ বাবে আৱশ্যক সকলো পোষক তত্ব আৰু পানি গছেৰে শাখালৈকে পঠিয়াই দিয়া হয়। আৰু এই পোষক তত্ব আৰু গছৰ পদার্থ প্ৰাপ্ত কৰিবলৈ শাখাক  নিজৰ সূক্ষ্ম চিদ্ৰ ৰাখে। এয়া এই প্ৰক্ৰিয়াৰ কাৰন হয় যে গছৰ সকলো ভাল শাখা ডালত যায়, যাতে সি ফল দিয়ে।

এই দৰে আপোনাক নিজৰ হৃদয়ৰ সূক্ষ্ম চিদ্ৰ স্বৰ্গৰ ফালে ৰাখিব লাগে, যাতে আপোনাক ওপৰৰ পৰা নিৰন্তৰ দিব্যি শান্তি প্ৰাপ্ত কৰিবলৈ সহায় প্ৰাপ্ত হব। এবাৰ যেতিয়া আপুনি ঈস্বৰীয় শান্তি প্ৰাপ্ত কৰি লয়, তেতিয়া আপুনি এয়াও ঘোষনা কৰিব পাৰে “মই খ্ৰীষ্টৰ দ্বাৰা সকলো কৰিব পাৰো যি মোক দৃঢ় কৰে “। দিব্যি ঞ্জানক আপোনাৰ ভিতৰত নিৰন্তৰ ববলৈ  দিয়ক। তেতিয়া আপুনি সেই দিব্যি ঞ্জানৰ দ্বাৰা দিব্যি ৰহস্যক কবলৈ সক্ষম হয়। ঈস্বৰৰ কৃপা আপোনাৰ ওপৰত থাকক। আৰু আপুনি অনুগ্ৰহৰ ওপৰিও অনুগ্ৰহৰ ফালে বাঢ়ি যাব। পৰমেশ্বৰৰ মহিমা আপোনাৰ জীবনত  বাকী দিয়া হয়, আৰু তুমি পৰমেশ্বৰৰ মহিমাত বাঢ়ি যোৱা।

যীশুৱে কলে: ” 5 ময়েই দ্ৰাক্ষালতা, তোমালোক ডাল; যি জন মোৰ লগত থাকে আৰু ময়ো যি জনত থাকোঁ, সেই জন বহু ফলৱান হয়; … “। পৰমেশ্বৰত লাগি থকা বহুত মহত্বপূৰ্ন হয়, কিয়নো তেতিয়া আপোনাক মহিমা আৰু সন্মান প্ৰাপ্ত হব। আমি এয়াও পাও যে পৰমেশ্বৰৰ কিছুমান সেৱক, নিজৰ সেৱাকাৰ্যত পিছ পৰা অনুভৱৰ সন্মূখীন হয় আছিল, কিয়নো তেওঁ পৰমেশ্বৰত লাগি থকাত অসফল হয় থাকে।

যেতিয়া এটি পাত গছত লাগি থাকে তেতিয়া সেউজীয়া হয় থাকে। কিন্তু যেতিয়া সেই পাত গছৰ পৰা কাটি দিয়া হয় তেতিয়া মৰহি শুকায় যায়। সেই বাবে, আপোনাৰ বাবে তেওঁত লাগি থকা অতি প্ৰষোজনীয়।

যেতিয়া শাখা গছত লাগি থাকে, তেতিয়া ই গছৰ গুনৱালী  ৰূপে মিঠা ফল উৎপন্ন কৰাত সফল হয়, যিসকল অন্যৰ বাবে লাভদায়ক হয়। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপোনাকো প্ৰভুত লাগি অধিক ফল দিবলৈ মনোনীত কৰা হৈছে। আপোনাৰ প্ৰত্যেকক ঈস্বৰৰ পৰা এয়া অপেক্ষা হয়। তেন্তে, তাতে থাকা আৰু মিঠা ফলক বহুতবেছিকে আনক।

মন কৰিবলগীয়া:” মোৰ আনন্দ তোমালোকত যেন থাকে আৰু তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, এই কাৰণে তোমালোকক এইবোৰ কথা মই ক’লোঁ।”( যোহন ১৫:১১)।

Leave A Comment

Your Comment
All comments are held for moderation.