Appam - Assamese

সেপ্টেম্বর 08 – আনন্দিত!

“সকলো সময়তে আনন্দত থাকক।” (১ থিচলনকীয়া ৫:১৬)।

আনন্দিত হোৱা আপোনাৰ জন্মৰ অধিকাৰ হয়, যাৰ বাক্য পৰমেশ্বৰে নিজৰ সকলো সন্তানক দিছে। এনেকুৱা আনন্দ, স্বৰ্গৰ উত্তম উপহাৰ হয় আৰু সদায়ৰ বাবে থাকে।

এই সংসাৰত মনুষ্য চল কপট  সুখৰ দৰে চলচিত্র আৰু ব্যভিচাৰৰ কামনা কৰে আৰু তাৰ পিছত পলাই আৰু অন্য যিদৰে পৰুৱা মৌত  ডুব খায় মৰি যায়, সেই দৰে মনুষ্য নিজৰ পাপত মৰি যায়। মনুষ্যৰ এনেধৰনৰ  প্ৰবৃত্তি বাস্তৱত বিনাশ, মৃত্যু আৰু অৰ্ধলোকৰ ফালে লয় যোৱা পথ হয়।

কিন্তু আমাৰ ঈস্বৰ সেয়া হয়য়ি তাৰ দ্বাৰা আনন্দিত কৰে। এনেকুৱা আনন্দৰ কাৰনে আমি গীত আৰু নৃত্যৰ সৈতে তেওঁৰ স্তুতি আৰ আৰাধনা কৰিব পাৰে। আৰু সেই আনন্দৰ কোনো  কথায় নায়।

প্ৰত্যেক বাৰে যেতিয়া আমি আমাৰ প্ৰভুৰ  বিষয়ে ভাবো তেতিয়া আমি আনন্দৰে পৰিপূৰ্ণ হয় যাও। হয়। তেওঁ ভাল হয়, দৃঢ় আৰু পৰাক্ৰমী হয়। তেওঁ বেভৱৰে পৰিপূৰ্ণ। আৰু তেওঁ আমাক  ইমান প্ৰেম কৰে, যে যেতিয়া আমি আমাৰ পাপত হেৰাই আছিলো, তেতিয়া সি আমাক বিচাৰি আহিল। আমাৰ ওচৰত কিমান দয়ালু পৰমেশ্বৰ আছে, যিয়ে আমাৰ  বাবে নিজৰ জীবন দি দিলে আৰু আমাক নিজৰ বাবে এৰুৱালে?  যেতিয়া গীতকাৰ দায়ুদে এই সকলো ওপৰত মনোযোগ দিয়ে, তেতিয়া তেওঁ লিখে, ”  হে যিহোৱাৰ পবিত্ৰ লোকসকল, তোমালোকে তেওঁলৈ ভয় ৰাখা;কিয়নো যিসকলে তেওঁলৈ ভয় ৰাখে, তেওঁলোকৰ একোৰে অভাৱ নহয়।”( গীতমালা ৩৪:৯)।

সদায় প্ৰভুত আনন্দিত হবলৈ কিছু সময় ওলাবলৈ এটি বিন্দু বনাক। আৰু তেওঁৰ স্তুতি গীতৰ বাবে সময় সৃষ্টি কৰক। যেতিয়া তুমি নিজৰ হৃদয়ত তেওঁৰ স্তুতি, আৰাধনা, বৈভৱ আৰু তেওঁৰ মহিমা কৰিবলৈ ঠাই দিব, তেতিয়া তোমাকে এটি অতি প্ৰবাহিত আনন্দ প্ৰাপ্ত হব। পবিত্র শাস্ত্ৰ কয় : “ইস্ৰায়েলে নিজৰ সৃষ্টিকৰ্ত্তাক লৈ আনন্দ কৰক;চিয়োনৰ সন্তান সকলে নিজৰ ৰজাসকলক লৈ আনন্দ কৰক ( গীতমালা ১৪৯:২)।

পাঁচনি  পৌলে কয়, ” আপোনালোকে প্ৰভুত সদায় আনন্দ কৰক; পুনৰায় কওঁ, আনন্দ কৰক।”( ফিলিপিয়া ৪:৪)। তেওঁ সেই ধৰনৰ আনন্দত বিশিষ্ট হয় যাৰ আমাক আৱশ্যকতা আছে : এয়া সেয়া আনন্দ নহয় যি প্ৰভুৰ বাহিৰত আছে। কিন্তু এয়া প্ৰভুত আনন্দ হয়। প্ৰভুৰ উপস্থিতি অনুভৱ কৰাৰ  উৎপন্ন হোৱা আনন্দ হয়।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, প্ৰভুত আনন্দিত হবলৈ নিজৰ জীবন ৰ লক্ষ নিৰ্ধাৰিত কৰক। উপদেশ উপদেশকৰ পুস্তকত কয় :” মই জানিলোঁ যে, মানুহৰ বাবে জীৱন কালত আনন্দ আৰু সৎকৰ্ম কৰাৰ বাহিৰে ভাল একো নাই।” ( উপদেশ ৩:১২) ।

মন কৰিবলগীয়া:” মোৰ আনন্দ তোমালোকত যেন থাকে আৰু তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, এই কাৰণে তোমালোকক এইবোৰ কথা মই ক’লোঁ।”( যোহন ১৫:১১)।

Leave A Comment

Your Comment
All comments are held for moderation.