Appam - Assamese

আগস্ট 04 – ইস্বৰৰ প্ৰতি ভয় আৰু পবিত্রতা ৰখা!

“….  যিহোৱাক সুধিলে, “কনানীয়াসকলৰ বিপক্ষে আমি যেতিয়া যুদ্ধ কৰিবলৈ উপত্যকাৰ ওপৰলৈ যাম, তেতিয়া আমাৰ হৈ যুদ্ধ কৰিবলৈ কোনে প্রথমে তেওঁলোকক আক্রমণ কৰিব?”( বিচাৰকৰ্তা১:১)

পৰমেশ্বৰ পিতৃ আমাক  পবিত্র বনাই। যেতিয়াও আমি পৰমেস্বৰৰ বিষয়ে ভাবো, তেন্তে তেওঁৰ  কঠোৰ আৰু আঞ্জা আমাৰ হৃদয়ক স্পৰ্শ কৰি যায়। হয়, তেও লেতেৰাৰ পৰা ঘৃণা কৰে আৰু পবিত্র হবলৈ  ত্তপৰ হয়।

আপুনি পৰমেস্বৰৰ ওচৰত জাবলৈ  চেষ্টা কৰক আৰু ইয়াৰ অনুভব কৰক। আপোনাত পবিত্রতা বাবে ভয় স্বয়ংক্রিয়ভাবে বৃদ্ধি পাবে। সেয়া বহুত সঠিক হয়। যদি আপুনি কুহুমীয়া হয় থাকিব, গৰম আৰু ঠান্ডা নহয়, তেতিয়া তেওঁ আপোনাক নিজৰ মুখেৰে উগলিয়াই দিব। পবিত্র শাস্ত্ৰ কয় তেওঁ প্ৰতিদিন পাপীৰ ওপৰত ক্ৰোধ কৰে।

তেওঁ সেই লোকসকলৰ তিৰস্কাৰ কৰে, যি বাসনাত লিপ্ত হয়, লেতেৰা আৰু ঘিনলগীয়া কথা পতাৰ পিছত তেওঁৰ ওচৰত ঠিয়  হয়। তেওঁ নিন্দা কৰি কয়, ” হে কুকৰ্মী কৰা হকল,  মোৰ পৰা আতৰ হয় যাও। ” হয়, তেওঁ ভষ্ম কৰা আগৰ দৰে হয় থাকে।

আজিও আপুনি পৰমেস্বৰৰ পবিত্রতাৰ বিষয়ে ভাবে, তেন্তে পৰমেস্বৰীয় ভয় আপোনাৰ ভিতৰলৈ আহিব লাগে। তেওঁ পবিত্রতাত মহিমাময় আৰু ভয়ংকৰ হয়। মুচিয়ে  লোকক কলে, ”  “ভয় নকৰিব; আপোনালোকে যেন ঈশ্বৰলৈ ভয়ভক্তি ৰাখে আৰু পাপ নকৰে, সেই বাবে আপোনালোকক পৰীক্ষা কৰিবলৈ তেওঁ আপোনালোকৰ ওচৰলৈ আহিল।” ( যাত্ৰা পুস্তক ২০:২০)।

আজি বহুতো বিস্বাসীক পাপী হয় থাকিবলৈ তাত পৰমেস্বৰীয় ভয়ৰ অভাব আছে। পৰমেস্বৰৰ ইচ্ছা জানিবলৈ ঞ্জান তেওঁ লোকত নায়। তেওঁ লোকৰ দৃষ্টিত এয়া দৰ্শন নায়, তেওঁ লোকে জানক যে নিশ্চিত দিনত তেওঁ পৰমেস্বৰৰ উপস্থিতিত ঠিয় হব লাগে। যেনেকৈ পৰমেস্বৰীয় ভয় কম হয় যায়, পাপ আৰু তাৰ ওপৰত শাসন কৰিবলৈ লয়।

আপুনি যেতিয়া লৈকে পিতা পৰমেস্বৰৰ ওচৰত থাকিব, সেই অনুপাতে আপোনাত পৰমেস্বৰীয় ভয় বাঢ়িব। যোচেফে পাপ কিয় নকৰিলে? তাৰ ভিতৰত পৰমেস্বৰীয় ভয় ইয়াৰ কাৰন আছিল। সেই পৰমেস্বৰীয় ভয়ে তাৰ ৰক্ষা কৰিলে। যোচেফে কলে, ‘ তেন্তে মই কেনেকৈ ইমান ডাঙৰ এটা জঘন্য কাম কৰি ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ?” ( আদিপুস্তক ৩৯:৯)।

যিকোনো ব্যক্তি যিনি এই বিচাৰ নকৰে, যে ” পবিত্র পৰমেস্বৰ মোক চায় আছে। মই এই লেতেৰা বাসনাৰ সৈতে কেনেকৈ থাকিম? মই পৰমেস্বৰৰ ক্ৰোধৰ সন্মূখীন কেনেকৈ হম? যদি তেওঁ মোৰ অস্বীকাৰ কৰে আৰু মোক নিজৰ উপস্থিতৰ পৰা বাহিৰ কৰি দিয়ে, তেন্তে মোৰ কি হব ? তেওঁ পাপ কৰিব। পৰমেস্বৰৰ মৰমিয়াল সন্তান, কেৱল পৰমেস্বৰীয় ভয় আপোনাৰ পবিত্রতাত সিদ্ধ হয় থাকিব। পাঁচনি পৌলে কয়, ” এই হেতুকে, হে প্ৰিয় ভাই আৰু ভনী সকল, এইবোৰ প্ৰতিজ্ঞা পোৱাত, আহক, আমি শৰীৰ আৰু আত্মাৰ সকলো অশুচিতাৰ পৰা নিজকে শুচি কৰি, ঈশ্বৰৰ ভয়ত পবিত্ৰতা সিদ্ধ কৰোঁহক।”(২ কৰন্থীয়া ৭:১) ।

মন কৰিবলগীয়া:” কিয়নো, তোমালোকৰ ঈশ্বৰ হ’বলৈ তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই অনা যিহোৱা মই; এই হেতুকে তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ।”( লেবীয়ব্যৱস্থা ১১:৪৫)।

Leave A Comment

Your Comment
All comments are held for moderation.