Appam - Assamese

জুলাই 21 – জহকাল!

” ডিমৰু গছৰ পৰা এটা দৃষ্টান্ত শিকা৷ যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে জানা। ( মথী ২৪:৩২)।

এনেই বছৰ এটিত  এটিকে পিছত এটি বহুতো কাল আহে, কিন্তু যি কাল মিঠা আৰু আনন্দময় হয়, সেয়া জহকালি  হয়। এই জহকালি আহা সকলোৱে আনন্দৰে  অপেক্ষা কৰে। জহকালি অহাৰ আগেয়ে ভয়ানক ঠান্ডা হয়। আপুনাৰ চকুলো যলৈকে যাব তাতে বৰফেৰে ঢকা পাব। গছে সকলো পাত সৰায়  দিয়ে আৰু গছবোৰ নিবস্ত্ৰ দৰে দেখা যায়, পক্ষী গৰম দেশলৈ গুচি যায়। বৰফেৰে ঢাকা খায় থকা চহৰ যি সুন্দৰ হয় খৰাং দৰে দেখা যায়।

কিন্তু যেতিয়া ঠান্ডা কাল সমাপ্ত হয় যায়, তেতিয়া জহকালি আৰাম্ভ হয়। গছৰ পৰা কুমলীয়া পাত উলাবলৈ  আৰাম্ভ হয়। কিছু দিনতে গছত ফুল, থপাথপে দেখা যায়। দূৰৈৰ পৰা পক্ষী আহে আৰু আনন্দৰে গায়। জহকালি সকলো লোক আনন্দৰে গায় নাচিবলৈ ধৰে  । আমি এই জহকালি বিষয়ে ‘ পৰমগীতৰ ‘ পুস্তকত দেখিবলৈ পাও।

” মোৰ প্ৰিয়ই মোক ক’লে, “হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।ডিমৰু গছৰ কেঁচা গুটি পকিবলৈ ধৰিছে, দ্ৰাক্ষালতাই ফুল ধৰি সুঘ্ৰাণ বিতৰণ কৰিছে। হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।( পৰমগীত ২:১০, ১৩)।

কন্যাক মাতাৰ সময়ত প্ৰভুৰ মাত্র কেৱল জহকালিতে শুনা যায়। আমাৰ পৰমেশ্বৰ এয়া দেখুওৱালৈ এটি উদাহৰনৰ দিয়ে পৰমেশ্বৰৰ আগমন এই জহকালি সময়তে হব। ” ডিমৰু গছৰ পৰা এটা দৃষ্টান্ত শিকা৷ যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে জানা।( মথী ২৪:৩২) ।

এই ডিমু গছ যিহোদীৰ প্ৰতীক হয়। এয়া তেওঁ লোকক ৰাজনৈতিক জীবনক  দৰ্শাই। যোহন বাপ্তিস্ম দিয়া সঠিককৈ কয়গছবোৰৰ গুৰিত কুঠাৰ লাগি আছে;(মথী ৩:১০)। কিন্তু, যেতিয়া ইস্ৰায়েলেত পৰমেশ্বৰৰ ন্যায়ক তুচ্ছ জানিলে, তেতিয়া কুঠাৰ ৭০ই. যিহোদীৰ ওপৰত পৰিল। যিহোদী চিন্ন ভিন্ন হল। তেওঁ লোকক ইস্ৰায়েল দেশৰ পৰা খেদি দিয়া হল।

বাইবেল ঞ্জানী সকলে উৎসাহেৰে অপেক্ষা কৰি আছিল যে ডিমৰু গছ পুনৰ অংকুৰ দিব নে আৰু ইস্ৰায়েলী পুনৰ আহি নিজৰ দেশত বাস কৰিলে। ১৯ শতাব্দীত পাৰ হল। শে। ত ১৪ মে ১৯৪৮ ত ইস্ৰায়েলীক স্বাধীনতা প্ৰাপ্ত কৰিলে আৰু তেওঁ লোকৰ বাবে জহকালি আৰাম্ভ হল। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, পৰমেশ্বৰ আপোনাক এয়া কয় মাতে, ” হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।”

মন কৰিবলগীয়া:”  তুমি যুগুত হোৱা! নিজকে যুগুত কৰা; তুমি নিজৰ ওচৰত গোট খোৱা দলসমূহে সৈতে যুগুত হোৱা, আৰু তুমি তেওঁলোকৰ ৰখীয়া হোৱা”( যিহিস্কেল ৩৮:৭)।

Leave A Comment

Your Comment
All comments are held for moderation.