Appam - Assamese

জুলাই 14 – গাঁৱবোৰত!

হে মোৰ প্ৰিয়, ব’লা, আমি নগৰৰ বাহিৰলৈ যাওঁ, আৰু ৰাতি গাৱঁbবোৰত গৈ থাকোঁগৈ।”(পৰমগীত ৭:১১) ।

লস ৰাষ্ট্ৰীৰ জীবন তেওঁৰ গাৱৰ জীবনৰ  ওপৰত নিৰ্ভৰ কৰে। গাৱৰ পুনৰ্জাগৰণৰ ৰাষ্ট্ৰীৰ পুনৰ্জাগৰণৰ হয়। গাৱৰ লোকক পৰমেশ্বৰৰ আগমনত তৈয়াৰ কৰা আমাৰ দায়িত্ব নহয় নে?

মোৰ পিতৃৰ সেৱা কাৰ্য্যৰ আৰম্ভনিৰ দিনত তেওঁৰ মনোযোগ গাৱৰ ওপৰত অধিক আছিল। তেওঁ পুৱাপৰা সন্ধিয়া লৈকে বহুতো গাৱৰ ভ্রমণ কৰিছিলে, তাত গায়, শুভসংবাদৰ প্ৰচাৰ কৰি, লোকসকলক পৰমেশ্বৰৰ মাৰ্গদৰ্শন কৰিছিলে । এনেকুৱা বহুত সময় আহিল যেতিয়া তেওঁৰ ওচৰত পথত আৰু বাটৰ কাষে শুৱাৰ  বাদে একো উপায় নাছিল। কিন্তু গাৱত  থকাৰ সময়ত তেওঁক অনুভৱ হৈছিল যেন যীশু খ্রীষ্ট ৰ সৈতে আছে।

চোৱা চুলেমানী তেওঁৰ প্ৰেমিক কেনেকৈ মাতে। পবিত্র শাস্ত্র কয়, ” হে মোৰ প্ৰিয়, ব’লা, আমি নগৰৰ বাহিৰলৈ যাওঁ, আৰু ৰাতি গাৱঁbবোৰত গৈ থাকোঁগৈ”(পৰমগীত ৭:১১) । আপুনি তেওঁক এইদৰে মাতিব নে?

গাৱৰ লোক সহজ আৰু সৰল হয় ; অচিনাকি লোকক প্ৰেম আৰু অতিথি সেৱা দেখুৱাই ; কম শিক্ষির্থ  লোক হয়; আপুনি তেওঁ লোকক যি কয় সম্পূর্ণ ৰূপে গ্ৰহন কৰে। কিন্তু তেওঁ লোক  এতিয়াও মিচা মান্যতা আৰু আন্ধাৰত জীবন যাপন কৰিছে। এয়া আপোনাৰ দায়িত্ব নহয় নে, নিজৰ সোঁ আৰু বাঁও হাতৰ প্ৰভেদ গম নোপোৱা এই লোকসকলক পৰমেশ্বৰৰ ওচৰলৈ অনা?

যদি যোনা এটি উপদেশ লাখ লোকৰ অনুতাপৰ বাবে উৎসাহিত কৰিব পাৰে, তেন্তে লাখ গ্ৰামীণ আপোনাৰ উপদেশ শুনি মন পৰিবৰ্তন কৰিব।

এবাৰ শ্ৰীলংকাত যুদ্ধ সময়ত লোকসকল ভয় খায় আছিল। অধিকাংশ গাৱত বিজুলি  সংযোগ নাছিল। সৈন্য হঠাৎ আহি যুবক সকলক বন্দী কৰি লয় গৈছিল। আন্দোলনৰ প্ৰতিনিধি যুৱক সকলক তেওঁ লোকক অইচ্ছা অনুসাৰে যুদ্ধ কৰিবলৈ লৈ গৈছিল। মাতৃ পিতৃ সংঘৰ্ষ কৰি থাকিল কিয়নো তেওঁ  নিজৰ সৰু সন্তানৰ ৰক্ষাৰ বাবে অসহায় আছিল।

তেওঁ লোকক পৰমেশ্বৰৰ প্ৰেম, সহায়তা আৰু চৰনৰ বিষয়ে প্ৰচাৰ কৰাৰ বাবে প্ৰৰ্যাপ্ত লোক নাছিল। যাতায়াতৰ সুবিধা নাছিল। যিসকল মিছনেৰী সেই গাৱত পৰমেশ্বৰৰ কাম কৰিছিল, চহৰলৈ গুচি গল। কিছু মিছনেৰী পৰমেশ্বৰৰ কাম কৰিবলৈ বিদেশলৈ গুচি গল। অলপ ভাবক এওঁলোকৰ জীবন কিমান দুর্গাপুর হব!

সেই বাবে প্ৰত্যেক সেৱা কাৰ্য্য কৰা সকলক গ্ৰাম সেৱাত চেষ্টা দিব লাগে। প্ৰত্যেক বিস্বাসীক  গাৱৰ পৰিভ্ৰমণ কৰিব লাগে, যীশু খ্রীষ্ট সৈতে থাকি তাত পৰমেশ্বৰৰ কাম কৰিব লাগে। যীশুৱে কলে, ” সকলো জাতিৰ আগত সাক্ষ্য হবৰ বাবে স্বৰ্গৰাজ্যৰ এই শুভবাৰ্তা যেতিয়া গোটেই জগতত ঘোষণা কৰা হ’ব;… ( মথী২৪ :১৪)। কিয় এনেকুৱা  নহয় নে?

মন কৰিবলগীয়া:” মই, দবোৰাই নেতৃত্ব নিদিয়ালৈকে, ইস্রায়েলৰ ভূমিত কৃষকসকল নাছিল, মই ইস্রায়েলবাসীৰ মাতৃৰ দৰে হ’লো”( বিচাৰকৰ্তা ৫:৭)।

Leave A Comment

Your Comment
All comments are held for moderation.