Appam - Assamese

জুন 23 – গুপ্ত বিষয়!

“এতিয়াৰে পৰা মই তোমাক নতুন বিষয়বোৰ, তুমি আগেয়ে নজনা গুপ্ত বিষয়বোৰ তোমাক দেখুৱাও।”। ( যিচয়া ৪৮:৬)

যদি কিবা কথা প্ৰকাশ কৰা নহয় তেন্তে সেয়া কথা অন্যয় কেনেকৈ গম পাব? পৰমেস্বৰ আপোনাৰ ওপৰত প্ৰকাশিত নকৰে তেন্তে ৰহস্যৰ কথা আপুনি কেনেকৈ গম পাব। পৰমেস্বৰে প্ৰেমৰে আপোনাৰ ফালে চায় ” আৰু তুমি নজনা মহত আৰু অগম্য কথা তোমাক জনাম।’এনেকুৱা কয়।

পূর্বে পৰমেস্বৰে নিজৰ ভবিষ্যত বক্তাৰ দ্বাৰা ৰহস্যক লোক সকলক যি তেওঁ লোক গম পোৱা নাছিল প্ৰকাশ কৰিবলৈ বিচাৰিলে। উদাহৰনৰ বাবে প্ৰভু যীশু খ্রীষ্টৰ জন্মৰ বিষয়ে বহু বছৰ আগেয়ে একেবাৰে সঠিক কোৱা হৈছিল।

নিজৰ ভবিষ্যতবক্তাক নিজৰ ইচ্ছা প্ৰকাশ নকৰাকৈ তেওঁ একো নকৰে। ‘ এই দৰে পবিত্র শাস্ত্ৰ কয়। প্ৰৰ্থম ভবিষ্যত বক্তাৰ দ্বাৰা আপোনাৰ সকলো ৰহস্য প্ৰকাশ কৰা পৰমেস্বৰ এই শেষৰ সময়ত খ্ৰীষ্টৰ দ্বাৰা আপোনাৰ সকলো ৰহস্যৰ দ্বাৰা প্ৰকাশিত কৰিব বিচাৰে। আপোনাৰ ভবিষ্যতৰ বিষয়ে কবলৈ আপোনাৰ পৰমেশ্বৰ সদায় সাজু আছে এয়া কিমান আনন্দৰ কথা হয়!

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, পৰমেশ্বৰক লৈ আহিবলগীয়া সময়ত আপুনি কেনেকৈ থাকিব এই ভাৱে তেওঁ পথ প্ৰদৰ্শন কৰে।

” আগলৈ হ’ব লগা ঘটনাৰ বিষয়ে,আৰু মোৰ সন্তান সকলৰ বিষয়ে মোক প্রশ্ন কৰিছানে? ( যিচয়া৪৫:১১) এনেকুৱা পৰমেশ্বৰে কয়।

ৰাতি শোৱাৰ সময়ত আমাৰ ভবিষ্যতৰলবিষয়ে সপোন দি আমাকে কওক  কয় প্ৰাৰ্থনা কৰক। যোচেফ সপোনত কথা পাতিবলৈ, চমূৱেল কথা পাতিবলৈ, চমূৱেলক দৰ্শনত কথা পতা, নবুদনেকচৰক আহিবলগীয়া সময়ৰ বিষয়ে কোৱা পৰমেশ্বৰ আপোনাৰ সৈতে তেনেকুৱাই  কৰিব।

আজি পৰমেশ্বৰ আপোনাৰ সৈতে কথা পাতিবলৈ সাজু আছে। আপোনাৰ ভবিষ্যতৰ বিষয়ে আপোনাক কয় আপোনাক শ্ৰেষ্ঠ বাটত পৰিচালনা  কৰিব বিচাৰে। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপোনাক কেৱল ইমান কৰিব লাগে যে  পৰমেশ্বৰৰ ফালে চায় তেওঁক মাতিব লাগে। ( গীতমালা ৯১:১৫)।

মন কৰিবলগীয়া:” সেয়ে তোমালোকে আৰু নাকান্দিবা। তোমালোকৰ কাতৰোক্তিৰ শব্দ শুনি তেওঁ অৱশ্যে তোমালোকক দয়া কৰিব। শুনা মাত্ৰকেই তেওঁ তোমালোকক উত্তৰ দিব।”( যিচয়া  ৩০:১৯)।

Leave A Comment

Your Comment
All comments are held for moderation.