জুলাই 30 – চীলৰ সত্যতা!

” মই চীলক বিশ্বাসী ভাই হিচাপে গণ্য কৰোঁ আৰু তেওঁৰ যোগেদি সংক্ষেপে এই পত্ৰ আপোনালোকলৈ লিখিলোঁ৷ আপোনালোকক প্ৰবোধ দিলোঁ আৰু এয়ে ঈশ্বৰৰ প্ৰকৃত অনুগ্ৰহ বুলি সাক্ষ্যও দিলোঁ৷ মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ আৰু ঈশ্ৱৰৰ প্ৰকৃত অনুগ্ৰহৰ সাক্ষ্য দান কৰি, এই পত্ৰ লিখিলোঁ৷ ইয়াতে আপোনালোক দৃঢ় হৈ থাকক৷ (১ পিতৰ ৫:১২)।

আমি চীল নামৰ এজন অচিনাকি ভাইটিৰ  বিষয়ে পঢ়ো। পিতৰ তেওঁৰ ” বিশ্বাসযোগ্য ভায়েক” কয় সাক্ষী দিছে। কেৱল চীলহে এই উদাহৰণত দেখা দিছে আৰু হব পাৰে আপুনি তাৰ বিষয়ে বেছিকৈ নাজানে। কিন্তু, ” বিশ্বাসযোগ্য ” কোৱা বাবে আমাৰ হৃদয় আনন্দিত হয় যায়। ইয়ে  তাক পবিত্র শাস্ত্ৰত এটি স্থায়ী স্থান দিছে।

আজি পৰমেশ্বৰ বিশ্বাসযোগ্য লোকৰ অপেক্ষাত আছে। এই পৰীক্ষাত তেওঁৰ দৃষ্টি গোটেই জগতত ঘুৰি আছে। তেওঁ নিৰন্তৰ বিচাৰে যে যাতে বিশ্বাসযোগ্য লোকৰ ওপৰত পৰমেস্বৰৰ সামৰ্থ প্ৰকাশ কৰা।

চুলেমান ৰজাই সুধে, “… কিন্তু বিশ্বাসী লোক কোনে বিচাৰি পায়?( হিতোপদেশ ২০:৬)। এই দিমবোৰত, যত আপুনি থাকে, আপোনাক সত্য হয় থকা অসম্ভব লাগিব পাৰে। বিশিষ্ট অধিকাৰী আপোনাক হিচাবৰ বহিত  মিছা লিখিবলৈ  জোৰ  কৰিব পাৰে। আপোনাৰ বিবেকৰ বিৰুদ্ধে, আপোনাক মিছা কোৱা ব্যবস্থা উৎপন্ন হব পাৰে। কিন্তু, পৰমেশ্বৰ দৃষ্টি সত্য লোকক চায় থাকে।

এজন ভায়েক কলে, ” মোৰ নিজৰ দোকানত বাড়ি, চিগাৰেট আৰু অন্য নিচাযুক্ত পদার্থ বিক্ৰী কৰে তেন্তে ব্যৱসায় ফুলি -ফলি যায়। কিন্তু মই পৰমেস্বৰৰ প্ৰতি বিশ্বাসযোগ্য হয় থাকিব বিচাৰিছিলো । সেই বাবে মোৰ দোকানত সেয়া একো বেচা নায় যি পৰমেস্বৰক পছন্দ নায় আৰু ইয়াৰ বাদে, মই নিজৰ দোকানত বৰ্ড লগাই ৰাখিছো  , যত লিখা আছে, ” যিয়ে প্ৰভু ওপৰত বিশ্বাস ৰাখে, তেওঁ সমৃদ্ধ হয় যাব। পৰমেশ্বৰ মোক আশীর্বাদ দিছে। ”

এজন অন্য ভায়েকে কলে, ” মই পুলিচ বিভাগত কাৰ্য্য কৰো। মোৰ সত্যতায় মোক ধিতিঙালী উৰুৱালে ,  মোক এই চাকৰিত থাকিবলৈ লাগে বা দৰ্শাস্ত দিব লাগে, এয়া মোৰ ডাঙৰ প্ৰশ্ন হয়। কিন্তু যি পৰমেশ্বৰে মোৰ বিশ্বাসযোগ্যতা চালে তেওঁ মোক সেই বিভাগৰ উচ্চ পদত নিযুক্তি দিলে  । ”

বহুতো সময়ত, আপোনাৰ সত্যতাৰ  বাবে পৰীক্ষা আহিব পাৰে। যদি আপুনি অলপতে বিশ্বাসী আছে, তেন্তে আপোনাক বহুতত  অধিকাৰী কৰা হব। পবিত্র শাস্ত্ৰ কয়, ”  কিন্তু অধ্যক্ষ জন যেন বিশ্বাসী হয়, মানুহে এনে গুণ বিচাৰে।(১ কৰন্থীয়া ৪:২) ।

বিশ্বাসযোগ্য হয় থকাৰ বাদে, যেতিয়া আপুনি সত্য ব্যক্তি লগত জড়িত হয় থাকে তেন্তে আপুনি তেওঁক প্ৰংসাহিত কৰক। তেওঁ লোকক কওক, ” সত্য আৰু বিশ্বাসী হয় থাকক। কেতিয়াও হতাশ নহব। পৰমেশ্বৰ আপোনাক উচিত সময়ত উচ্চ কৰিব। পৰমেস্বৰৰ মৰমিয়াল সন্তান, লাগিলে যিকোনো পৰিস্থিতি হওক লাগিলে যিকোনো পৰীক্ষাৰ সন্মূখীন হওক, নিজৰ বিশ্বাসযোগ্যতাৰ ৰক্ষা কৰক। আপোনাক বহুত উচ্চ কৰিবলৈ পৰমেস্বৰৰ সময় নিচেই ওচৰ।

মন কৰিবলগীয়া:” … তুমি মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।”( প্ৰকাশিত বাক্য ২:১০)।

Article by elimchurchgospel

Leave a comment