জুলাই 28 – তুমি ওচৰলৈ আহিছা !

” কিন্তু চিয়োন পৰ্বত, জীৱনময় ঈশ্বৰৰ নগৰ, স্বৰ্গীয় যিৰূচালেম, আৰু তাত দহ হাজাৰ স্বৰ্গৰ দূতে গুণ-কীৰ্তন কৰে৷…ওচৰলৈ আপোনালোক আহিল।( ইব্ৰী ১২:২২, ২৪)।

খ্ৰীষ্টয় পৰিয়াল এটি মৰমিয়াল, মহান আৰু সুন্দৰ পৰিয়াল হয়, তেন্তে তেওঁ আশীৰ্বাদ অনুভৱত আহে। সেয়া এটি ওচৰীয়া সম্বন্ধত  আহে  সেয়া আনন্দ আশীর্বাদৰ ফালে আহে। উক্ত বাক্যত ‘ তুমি ওচৰলৈ আহিছা’ আহক আমি এই বাক্যলৈ মনোযোগ দিও।

আমাৰ পৰিয়ালত, আমাৰ ওচৰত দৃঢ়, পৰাক্ৰমী স্বৰ্গদুত আৰু সুন্দৰ দেখা কৰুব আছে। তাত সেৱা কৰা আত্মা আছে, যি আমাৰ সহায় কৰিবলৈ আমাৰ ওচৰত দৈাড়ী আহে। কিছু স্বৰ্গদুত আমাৰ ৰক্ষা কৰে আৰু আমাক তুলি লয় , যাতে আমাৰ ভৰী শিলত খুন্দা নাখায়। পৰমেস্বৰে কিমান স্বৰ্গদুতক আমাৰ ৰক্ষা কৰিবলৈ আদেশ দিছে! পবিত্র শাস্ত্ৰ কয়, “কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে, ‘চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, মনেও যি নাভাবিলে, সেই সকলো ঈশ্বৰক যি সকলে প্ৰেম কৰে, সেই সকলৰ বাবে তেওঁ যুগুত কৰিলে’,  কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই সেইবোৰ আমাৰ আগত প্ৰকাশ কৰিলে; কাৰণ আত্মাই সকলো বিষয়ৰ অনুসন্ধান কৰে; এনে কি, ঈশ্বৰৰ নিগূঢ়তত্ত্বৰো অনুসন্ধান কৰে।   (১ কৰন্থীয়া ২: ৯,১০)।

আজি বহুতো লোক চয়তানক ভয় কৰে, কিন্তু তেওঁ লোক এয়া কৰাত অসফল হয় যে আমাৰ পৰিয়ালত ইমান মহিমাময়  স্বৰ্গদুতৰ উপস্থিতি কিমান সুখদায়ক হয়। তেওঁ সদায় চয়তান, দুষ্ট আত্মা আৰু যাদু বেজৰ  কথা পাতে, কিন্তু তেওঁ সেই দিব্যি স্বৰ্গদুতৰ বিষয়ে ভবাত বিফল থাকে, যাক পৰমেস্বৰে সেই সকলো বেয়া বস্তু মৃত্যু কৰা, ভঙা আৰু পৰাজয় কৰিবলৈ দিয়া হয়।

যেতিয়া চয়তান স্বৰ্গৰ পৰা খেদি পঠিয়ালে, তেতিয়া সি অকলে পৰা নায়, প্ৰায় স্বৰ্গৰ ৩ ভাগৰ ১ অংশ পৃথিবীত আকৰ্ষিত কৰি ললে। ২ ভাগ এতিয়াও বাকী আছে। সেইবাবে, চয়তানক পৰাজয় কৰিবলৈ তাক দুগুন সংখ্যাক আৰু স্বৰ্গদুতক পঠিয়াব । সেই বাবে চয়তান এটি দুষ্টআত্মাক আপোনাৰ ওপৰত প্ৰহাৰ কৰিবলৈ পঠিয়াই, তেন্তে  পৰমেশ্বৰ আপোনাক সুৰক্ষা কৰিবলৈ আৰু দুগুন সংখ্যাত স্বৰ্গদুতক পঠিয়াব। কিয়নো আপুনি ইস্বৰৰো ইস্বৰৰ  সন্তান হয়, সেই বাবে পৰমেশ্বৰ আপোনাক, আপোনাৰ সেৱা কৰা আত্মা ৰূপে দৃঢ় স্বৰ্গদুত পঠিয়াব। সেই বাবে আপুনি বিজয়ী হব।

কিয়নো আপুনি ইস্বৰৰো ইস্বৰৰ সন্তান হয়, সেই বাবে পৰমেশ্বৰ আপোনাৰ সেৱা কৰিবলৈ দৃঢ় স্বৰ্গদুত দিছে, যাতে তেওঁ প্ৰত্যেক বিস্বাসীক  সেৱা কৰিবলগীয়া আত্মাৰ ৰূপে সহায়তা কৰে। কিন্তু, আপুনি অসংখ্য স্বৰ্গদুতৰ সৈন্যৰ ওচৰত আহিছে।

এবাৰ এজন ৰজা ইলীচাৰ সৈতে যুদ্ধ কৰিলে আৰু সেই স্থানক আৱৰি ললে যত তেওঁ আছিল। ইলীচাৰ সেৱক ভয় খালে আৰু তেওঁ লোকক কলে, ” হায়, মোৰ প্ৰভু! আমি কি কৰিম?” ইলীচাই ক’লে, “ভয় নকৰিবা; কিয়নো আমাৰ লগত থকাসকল তেওঁলোকৰ লগত থকাসকলতকৈ অধিক।”(২ ৰাজাৱলী ৬:১৫, ১৬)।

মন কৰিবলগীয়া:”  বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান।”( গীতমালা ৪৬:১১)।

Article by elimchurchgospel

Leave a comment