জুলাই 25 – অন্যক দোষী কৰিব পাৰিনে!

” কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবোক্তিও খণ্ডমাত্ৰ; (১কৰন্থীয়া ১৩:৯)।

মনুষ্যৰ ঞ্জান প্ৰৰ্যাপ্ত নহয়। যেতিয়া তেওঁ নিজে ঞ্জানত অপূর্ণ হয় তেন্তে কেনেকৈ তেওঁ অন্যত দোষ ওলাব পাৰে? আজি দোষ লগোৱা এটি ভাইৰাছৰ দৰে বিয়পি গৈছে  আৰু  আত্মিক জগতক পিছ পেলাইছে। সকলোকে এয়া জনা উচিত যে ইজনে সিজনক কিমানলৈকে  দোষ লগাব পাৰে। আৰু ইয়াৰ বিষয়ে পবিত্র শাস্ত্ৰ কি কয়, ” এই হেতুকে বেদিত তোমাৰ নৈবেদ্য উৎসৰ্গ কৰোঁতে, তোমাৰ বিৰুদ্ধে তোমাৰ ভায়েৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে,  তেনেহলে তুমি বেদিৰ আগত তোমাৰ নৈবেদ্য ৰাখি থৈ প্রথমে তোমাৰ ভায়েৰাৰ সৈতে মিলন হোৱা আৰু তাৰ পাছত পুণৰ আহি নৈবেদ্য উৎসৰ্গ কৰা। ( মথী ৫:২৩, ২৪)।

ৰক্ষা কৰা লোক সমূহত, অবিষিত্ব লোকসমূহ আৰু পৰমেশ্বৰৰ সেৱকসকলত দোষ পোৱা যাব পাৰে। কাৰণ এয়া হয় যে তেওঁ লোক সকলোৱে মনুষ্য হয়। তেওঁ লোক পিছলি  যোৱা সাধাৰন হয়। যেতিয়া আপুনি পৰমেশ্বৰৰ দাস সকলত  দোষ পায় তেতিয়া তেওঁ লোক ৰ বাবে উপবাস আৰু প্ৰাৰ্থনা কৰক। যদি আপুনি বিচাৰে তেওঁ লোকক নিজৰ দুৰ্বলতা অনুভৱ হওক, তেন্তে তেওঁ লোকক ব্যক্তিগত ৰূপে লগ কৰক আৰু যেতিয়া তেওঁ লোক অকলে হয় তেতিয়া কথা পাতক  ।

যেতিয়া দায়ুদে পাপ কৰিলে ভবিষ্যতবক্তা নাথানে এয়া কৰিলে। নাথানে ভবিষ্যতবক্তাৰ প্ৰচেষ্টা দায়ুদক নিজৰ পাপৰ স্বীকাৰ কৰা আৰু পৰমেশ্বৰৰ ওচৰত উভতা পথ আৰাম্ভ কৰিলে। কিয় এনেকুৱা নহয় নে? কিছু লোকৰ সৈতে মুকলি সৈতে চৰ্চা কৰাতকৈ, পুলপিটৰ পৰা চিঞৰি আঘাত কৰা আৰু পত্ৰিকাৰ মাধ্যমেৰে আঘাত কোনো ভাল প্ৰভাৱ নেপেলায়, কেৱল চয়তানক আনন্দিত কৰিব।

তেওঁ দিনে- ৰাতি আমাৰ ভায়েকসকলক দোষ লগোৱা হয় ( প্ৰকাশিত বাক্য ১২:১০)। কিয় এনেকুৱা নহয় নে? আপোনাৰ এই জগতত থকাৰ সময় বহুত কম। এয়া কিমান ভাল হব  , যদি এই সৰু কাৰ্য্যকালৰ সময় পৰমেস্বৰৰ মহিমা আৰু মহানতা স্তুতি কৰাত কৰা যায়! এয়া কিমান ভাল হব  , যদি সেই সৰু সময়ৰ প্ৰয়োগ আত্মাৰ খেতি জমা কৰা আৰু তেওঁ লোকক অৰ্ধলোকৰ পৰা মুকলি কৰিবলৈ কৰা হয়। যদি আপুনি অন্যৰ প্ৰতি দোষ দেখুৱাই সময় ব্যতীত কৰি নিজৰ দিন নষ্ট কৰে, তেন্তে আপোনাক পৰমেস্বৰৰ দ্বাৰা দিয়া ভাল সময়ক অনিষ্ট কৰাৰ বাবে অনন্তকাল লৈকে শোক কৰিব।

যি সকল অন্যৰ ওপৰত দোষ লগায়  , তেওঁ লোক কেৱল এই বাবে কৰে কাৰন তেওঁ লোকৰ পৰমেস্বৰৰ প্ৰতি প্ৰেম নায় আৰু তেওঁ লোকক আত্মাৰ খেতিৰ প্ৰতি পিয়াস নায়। তেওঁ লোক এয়া কৰাৰ আৰু এটি কাৰন হল তেওঁ লোকৰ হৃদয়ত জ্বলি থকা ইৰ্ষা  হয়। যীশু খ্রীষ্ট কলে, ” তোমালোকে অন্য লোকৰ সোধ-বিচাৰ নকৰিবা, (মথী ৭:১)।

পৰমেস্বৰৰ মৰমিয়াল সন্তান, অনুভৱ কৰক যে প্ৰত্যেক মিনিট আপোনাৰ এই জগতত থকা, আপোনাৰ বাবে, পৰমেস্বৰৰ এটি উপহাৰ হয় শেষত ইয়াৰ সৎ প্ৰয়োগ কৰক। এটি বোজাৰ সৈতে প্ৰাৰ্থনা কৰিবলৈ নিজকে সমৰ্পিত কৰক। তেতিয়া আপুনি ধন্য হয় যাব।

মন কৰিবলগীয়া:”  তুমি দুষ্টবোৰৰ কাৰণে অস্থিৰ নহবা; কুকার্য কৰাবোৰক দেখি হিংসা নকৰিবা।  কিয়নো তেওঁলোক ঘাঁহৰ দৰে শীঘ্রেই শুকাই যাব, সেউজীয়া তৃণৰ নিচিনাকৈ জঁয় পৰিব।( গীতমালা ৩৭:১, ২)

Article by elimchurchgospel

Leave a comment