জুলাই 07 – ৰজাৰ দৰ্শন!

“পাছত অবচালোমে ৰজাৰ মুখ নেদেখি সম্পূৰ্ণ দুবছৰ যিৰূচালেমত নিবাস কৰিলে” (২ চমূৱেল ১৪:২৮)।

দায়ুদ আৰু অবচালোম যিৰুচালেমত বাস কৰিছিল। কিন্তু পবিত্র শাস্ত্ৰ কয় যে অবচালোমে পূৰ্ণ দুবছৰ লৈকে ৰজাৰ মূখ দেখা নাছিল। এয়া কিমান দুখৰ কথা হয়!

আপুনি যিৰুচালেমত বাস কৰে চাগে যি গীৰ্জাঘৰ হয়। আপুনি অন্য বিস্বাসীসকল সৈতে আৰাধনাত সহযোগ হব পাৰে। আপুনি এয়াও কবি পাৰে। যে আপুনি পবিত্র শাস্ত্র পড়া আৰু প্ৰাৰ্থনা কৰাত পাৰ্গত আছে। কিন্তু মই আপোনালোকৰ ওচৰত এটি প্ৰশ্ন ৰাখিব বিচাৰো। ” আপুনি ৰজাৰ দৰ্শন কৰিছেনে  ? আপুনি ৰজাৰো ৰজাৰ চকুৰ সৈতে চকুলো দি চাইছে নে? তেও আপোনাৰ সৈতে কথা পাতিছে  নে?

আজি জগতত বহুতো কথা কোৱা বিস্বাসী আছে। কিন্তু, বাস্তৱিকতে পৰমেশ্বৰ আৰু তেওঁৰ মাজত কোনো সম্বন্ধ নায়  । তেওলোক পৰমেশ্বৰৰ সৈতে ব্যক্তিগত সম্বন্ধ বনাই নাৰাখে আৰু তেওঁ লোক গীৰ্জাঘৰ এটি কৰ্তব্য দৰে আহে। যিৰুচালেম সম্ৰাটৰ নগৰ হয়। এয়া পৰমেশ্বৰ দ্বাৰা  বাচি লোৱা ঠাই হয়। মহিমায় গীৰ্জাঘৰ তাতে আছে। তাত লেবী  আৰু পুৰোহিত মন্ডলিত সেৱা কৰিবলৈ আছে। সকলোতকৈ ডাঙৰ স্বৰ্গৰ ৰজা তাত নিবাস কৰে।

মই আপোনাৰ মনোযোগ অন্য এটি পবিত্র শাস্ত্ৰৰ ভাগত দেখুৱাব বিচাৰো। যীশু খ্রীষ্ট সেয়া হয় যাক, ” দায়ুদৰ পুত্ৰ” কোৱা হয়। কিন্তু, যীশু সদায় আমাৰ প্ৰভু পৰমেশ্বৰৰ দৰ্শন কৰে। পুৱাতে তেওঁ অকলে গয়  পিতৃৰ দৰ্শন প্ৰাপ্ত কৰে। ৰাতি গেতচামিনিৰ বাগিচাত গয় পৰমেশ্বৰৰ দৰ্শন কৰিলে। যেতিয়া তেওঁক গজালেৰে  মৰা হৈছিল তেতিয়া পিতৃ পৰমেশ্বৰ অলপ সময়ৰ বাবে নিজৰ চেহেৰা  লুকাই ললে, আৰু যীশু খ্রীষ্ট এয়া সহ্য কৰাত অসামৰ্থ আছিল আৰু তেওঁ চিঞৰি কলে:, ” হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি কিয় মোক ত্যাগ কৰিলা? মোক সহায় কৰাৰ পৰা, মোৰ কেঁকনি শুনাৰ পৰা কিয় তুমি আঁতৰত থাকা?”( গীতমালা ২২:১)।

এজন খ্ৰীষ্টৰ বাস্তৱিক মহানতা কি হয়? পৰমেশ্বৰ চোৱাৰ বাদে আৰু একো নায়  । পৰমেশ্বৰক চোৱাৰ বাবে মুচিৰ চেহেৰা সূৰ্যৰ সমান উজ্বল হল। পৰমেশ্বৰ আপোনাৰ চেহেৰাকো উজ্জ্বল  কৰে। পবিত্র শাস্ত্ৰ কয়’যে, ” নিৰ্মল চিত্তৰ লোক সকল ধন্য; কিয়নো তেওঁলোকে ঈশ্বৰৰ দৰ্শন পাব।”( মথী ৫:৮)।

অবিচালোম দুবছৰ লৈকে ৰজাৰ মুখ নেদেখা কাৰন কি হয়? এয়া তেওৰ পাপৰ বাদে একো নাছিল। তাৰ পাপে তাৰ অন্তৰআত্মাক আঘাত কৰিলে। সেইবাবে তেওঁ ২ বছৰ লৈকে ৰজাৰ মুখ নেদেখাকৈ যিৰুচালেমত আছিল।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, প্ৰথমে নিজৰ সকলো পাপ স্বীকাৰ কৰক আৰু এয়া আপোনাৰ বাবে পৰমেশ্বৰৰ সৈতে সংগতিৰ কৰা আৰু যীশু খ্রীষ্টৰ চেহাৰা চোৱাৰ মাৰ্গ প্ৰদৰ্শন কৰা ৰ চেষ্টা কৰিব। যীশু খ্রীষ্টৰ তেজ আপোনাক শুচি কৰিবলৈ সামৰ্থবান হয়। যেতিয়া আপোনাৰ পাপ দুৰ হব , তেতিয়া আপুনি পৰমেশ্বৰৰ দৰ্শন পাব। যেতিয়া বাধাৰূপী গড় আতৰাই দিয়ে, তেতিয়া পৰমেশ্বৰৰ প্ৰকাশ আপোনাৰ ওপৰত জ্বলিত হব।

মন কৰিবলগীয়া:” চোৱা, যিহোৱাৰ হাত এনে চুটি নহয় যে, তেওঁ তাৰে পৰিত্ৰাণ কৰিব নোৱাৰে, আৰু তেওঁৰ কাণ এনে গধূৰ নহয় যে, তেওঁ তাৰে শুনিব নোৱাৰে;”( যিচয়া ৫৯:১)।

Article by elimchurchgospel

Leave a comment