জুন 30 – আশীৰ্বাদ যুক্ত!

” হে মোৰ বোপা দায়ুদ, তুমি ধন্য; তুমি অৱশ্যে মহৎ কৰ্ম কৰিবা, আৰু কৃতকাৰ্যও হ’বা।”(১ চমূৱেল ২৬:২৫)।

পবিত্র শাস্ত্ৰৰ এই বাক্যত  এটাৰ পিছত এটা বাক্য নিহিত হয় আছে। ” তুমি ধন্য হয়, তুমি ডাঙৰ ডাঙৰ কাম কৰিবা, আৰু তোমাৰ কাম সফল হব” পবিত্র শাস্ত্ৰৰ এনেদৰে কয়, কিমান আনন্দিত কৰে।

এই আশীবাৰ্দৰ কাৰন কি হয়, ইয়াৰ মুখ্য কাৰন কি হয়? ইয়াক যদি আপুনি ভাবে, তেন্তে এই  আশীবাৰ্দক আপুনিও প্ৰাপ্ত কৰিব পাৰে। দায়ুদক পলাই আপুনিও প্ৰাপ্ত কৰিব পাৰে। দায়ুদক পলাই তেওঁক মৃত্যু কৰিবলৈ চুল ৰজা বহুত তীব্ৰতাৰে প্ৰতীক্ষা কৰিছে। সেই সময়ত এটি জংঘলত  তেতিয়া আহক যেতিয়া ৰজা চৌল, চাগে ভাগৰী ৰথত  বাহুতে শুই গল। দায়ুদ আৰু তেওঁৰ সেনাপতি অবিশই তেওঁক চালে।

তেতিয়া অবীচয়ে দায়ূদক ক’লে, “আজি ঈশ্বৰে আপোনাৰ শত্ৰুক আপোনাৰ হাতত সমৰ্পণ কৰিছে, এতিয়া যাঠীৰে তেওঁক একেবাৰে মাটিয়ে সৈতে শালিবলৈ মোক অনুমতি দিয়ক; মই তেওঁক দ্ধিতীয়বাৰ আঘাত নকৰোঁ।”এয়া শুনি দায়ুদে কি কলে আপুনি জানানো? ” তেওঁক বিনষ্ট নকৰিবা; কাৰণ যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙি কোনো নিৰপৰাধী হৈ থাকিব নোৱাৰে?” (১ শমূয়েল ২৬:৯)। এনেকুৱা কয় চৌলৰ  যাঠি  আৰু জলপাত্ৰটো তুলি নিলে। তাক কোনেও নাচালে  , আৰু কোনেও জনা নাছিলে।

পৰমেশ্বৰে তেওঁক দায়ুদৰ হাতত সমৰ্পিত কৰি দিলে তথাপিও দায়ুদে তেওঁক হত্যা নকৰিলে আৰু এৰি দিলে এই কাৰ্য্যই চৌলৰ হৃদয়ক ভাঙী  দিলে। সেইবাবে চৌলে  দায়ুদক চায় কলে, ” তাতে চৌলে ক’লে, “মই পাপ কৰিলোঁ। হে মোৰ বোপা দায়ুদ, তুমি উভটি আহাঁ; মই তোমাক পুনৰ হিংসা নকৰোঁ; কিয়নো আজি মোৰ প্ৰাণ তোমাৰ দৃষ্টিত মহামূল্যৱান হ’ল; চোৱা, মই অজ্ঞানৰ কৰ্ম কৰিলোঁ আৰু অতিশয় ভুলত পৰিলোঁ।”( ১শমূয়েল ২৬:২১)

ইমানেই নহয় চৌলে আনন্দিত হয় দায়ুদক কলে, ” হে মোৰ বোপা দায়ুদ, তুমি ধন্য; তুমি অৱশ্যে মহৎ কৰ্ম কৰিবা, আৰু কৃতকাৰ্যও হ’বা।”এনেকুৱা কয় আশীর্বাদ দিলে। পৰমেস্বৰৰ  মৰমিয়াল সন্তান, যদি আপুনি বিচাৰে পৰমেশ্বৰে আপোনাক এনে ধৰণৰ আশীর্বাদ দিয়ক তেন্তে কোনোবা আশীর্বাদ যুক্ত জনৰ বিৰুদ্ধে হাত নুতুলিব। তেওঁৰ বিৰুদ্ধে একো নকব  আৰু একো নিলিখিব। কিয়নো যিজন আশীর্বাদ যুক্ত  তেওঁ পৰমেশ্বৰৰ বাবে বিশেষ হয়।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, যি জন খায় তেওঁৰ খাদ্য, বলবন্তৰ মাজৰ পৰা মৃত্যু শৰীৰত প্ৰান্তত অনা আমাৰ পৰমেশ্বৰ দুষ্টতা কৰা হাতকে আপোনাৰ সহায় কৰা হাতত পৰিবৰ্তন কৰি দিব। আপুনি এই সাংশাৰিক জীবনত  এবাৰহে  হয় যায়। কাকো একো বিৰুদ্ধিতা নবনাব। আপোনাক যাৰ সন্মূখীন হব লাগে তেওঁ একেই শত্ৰু, চয়তান হয়। আপোনাৰ যুদ্ধ কেৱল তেওঁৰ সৈতে হব দিয়ক।

মন কৰিবলগীয়া:” যেতিয়া কোনো লোকৰ আচৰণে যিহোৱাক সন্তুষ্ট কৰে, তেতিয়া তেওঁ সেই জনৰ শত্রুসকলকো তেওঁৰ লগত শান্তিত থাকিব দিয়ে।”( হিতোপদেশ ১৬:৭)।

Article by elimchurchgospel

Leave a comment