আগস্ট 05 – পুত্ৰৰ পবিত্রতা!

” আপোনালোকো কোনো কোনো তেনেকুৱা লোক আছিল; কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে আপোনালোক ধৌত হ’ল, পবিত্ৰীকৃত হ’ল, আৰু ধাৰ্মিক বুলি গণিত হ’ল। “(১ কৰন্থীয়া ৬:১১)।

যীশু খ্রীষ্টয় হয় যি পবিত্রতাৰ বাবে সকলো পূর্ণ কৰে। তেওঁৰ প্ৰেম আপোনাৰ পবিত্রতাৰ মাৰ্গত পৰিচালনা কৰিবলৈ হেচা  দিয়ে। মনুষ্যৰ অশুচি দেখি, যীশু খ্রীষ্ট প্ৰেমেৰে তাক ধুবলৈ  আৰু শুচি কৰিবলৈ নামিল।

সেই বাবে, যীশু খ্রীষ্টয় পাপৰ ক্ষমা পাবলৈ আপোনাৰ বাবে নিজৰ তেজ বুৱালে । তেওঁৰ তেজ সকলো পাপ  ধুই  আৰু নাশ কৰে। এয়া আপোনাক পবিত্র বনাই। যিয়ে খ্ৰীষ্টৰ প্ৰেমৰ সোৱাদ লব, তেওঁ তেওঁৰ আঞ্জাৰ পালন কৰিব। তেওঁ কেতিয়াও পৰমেস্বৰৰ অবহেলা নকৰিব আৰু সাংশাৰিক সূখৰ প্ৰতি অগ্ৰসৰ হব।

এবাৰ চিনেমা জগতৰ সম্বন্ধিত এজন ভায়টিয়ে কলে, ” যি কৰ্ম ক্ষেত্রত আছো সেয়া এনেকুৱা হয় যি মনুষ্যৰ জীবন নষ্ট কৰি দিয়ে। এয়া মোৰ ভাৰ্যাৰ প্ৰেম হয় যিয়ে মোক পবিত্র হয় থকাত সহায় কৰে। তাই মোক অসীম প্ৰেম কৰে। যেতিয়া মই ৰুগী হয় থাকো, তেতিয়া তাই দিনে ৰাতি মোৰ চোৱা চিতা কৰে, এয়া যে নিজৰ টোপনি ত্যাগ দিয়ে। তাই মোক নিজৰ জীবনৰ ৰূপেপূর্ণ কৰে। তেওঁৰ প্ৰেম আপোনাৰ পবিত্রতাৰ মাৰ্গত পৰিচালনা কৰিবলৈ হেচা  দিয়ে। মনুষ্যৰ অশুচি দেখি, যীশু খ্রীষ্ট প্ৰেমেৰে তাক ধুবলৈ  আৰু শুচি কৰিবলৈ নামিল। সেই বাবে, যীশু খ্রীষ্টয় পাপৰ ক্ষমা পাবলৈ আ মহত্ব দিয়ে আৰু সেই বাবে, মোৰ হৃদয় কেতিয়াও তেওঁৰ সৈতে বিস্বাসঘাত কৰাৰ অনুমতি নিদিয়ে। ”

যীশু খ্রীষ্টক চোৱা। তেওঁৰ প্ৰেম এক দিব্যি প্ৰেম হয় যাৰ দ্বাৰা তেওঁ নিজকে  আমাৰ বাবে সমৰ্পিত কৰি দিলে। পবিত্র শাস্ত্ৰ কয়, ”  মণ্ডলী যেন পবিত্ৰ হয়, তাৰ বাবে তেওঁ আমাক বাক্যৰূপ জলস্নানত ধুই শুচি কৰিলে।  তেওঁ মণ্ডলীক পৰিষ্কাৰ কৰিলে যাতে তেওঁ নিজৰ আগত মণ্ডলীক গৌৰৱময়, দাগ থকা বা শোটোৰা পৰা আদি কৰি একো ঘূণ নথকা, পবিত্ৰ আৰু নিষ্কলঙ্কৰূপে উপস্থিত কৰিব পাৰে।( ইফিচিয়া  ৫:২৬, ২৭)।

যীশু খ্রীষ্টয় পবিত্রতাত আগ বাঢ়িবলৈ সকলো বাট সাধন তৈয়াৰ কৰে। তেওঁ অন্যক অনুসৰন কৰিবলৈ এটি আদৰ্শ জীবন জীয়াই থাকিল। তেওঁ পবিত্র পথচিহ্নত পৰিচালনা হবলৈ এটি আদৰ্শ ৰাখিছে। পবিত্র শাস্ত্ৰ কয়, “আপোনালোকক আমন্ত্ৰণ কৰা জন যেনে পবিত্ৰ, আপোনালোকো সকলো আচাৰ-ব্যৱহাৰত তেনে পবিত্ৰ হওক৷  (১ পিতৰ ১:১৫)।

কেবাটাও ধৰ্ম পবিত্রতাৰ ওপৰত জোৰ দিয়ে, কিন্তু এয়া পূর্ণ কৰিবলৈ বাট আৰু সাধন বিস্বাসীসকলৰ ওপৰত উপলব্ধ আছে। ইয়াৰ বাদে , কালবাৰীৰ ৰক্ত যি ব্যক্তিক  শুচি কৰে ,  সেয়া কেৱল ইয়াতে উপলব্ধ আছে। যীশু খ্রীষ্টৰ দিব্যি প্ৰেম পবিত্রতাৰ বাটত মাৰ্গদৰ্শন কৰিব পাৰে, সেয়া কেৱল খ্ৰীষ্টত উপলব্ধ আছে।

মন কৰিবলগীয়া:”  শান্তিদাতা ঈশ্বৰে আপোনালোকক সম্পূর্ণৰূপে পবিত্ৰ কৰক; আৰু আপোনালোকৰ আত্মা, প্ৰাণ, আৰু শৰীৰ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণৰ দিন পর্যন্ত নির্দোষীৰূপে সম্পূর্ণকৈ ৰক্ষিত হওক।”( ১ থিচলনকীয়া ৫:২৩)।

Article by elimchurchgospel

Leave a comment